ISHAN NEWS – Always One Step Ahead of Time…

মংগল গ্ৰহত ৰভাৰ চলোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলাৰ কথাৰে । ishan news…

আমেৰিকাৰ মহাকাশ সংস্থা NASA ত কৰ্মৰত ড০ অক্ষতা কৃষ্ণমূৰ্তি মংগল গ্ৰহত ৰভাৰ চলোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হৈছে। নাছাৰ মংগল গ্ৰহ অভিযানৰ লগত জড়িত হৈ আছে ড০ অক্ষতা কৃষ্ণমূৰ্তি। নাছাৰ মংগল গ্ৰহ অভিযানৰ অধীনত নাছাৰ বিজ্ঞানীসকলৰ

ৰণবীৰ কাপুৰে ভংগ কৰিলে নিজৰেই অভিলেখ! সৰ্বাধিক উপাৰ্জন ‘এনিমেল’ৰ । ISHAN NEWS…

১ ডিচেম্বৰত ছবিগৃহত মুক্তি পাইছিল ৰণবীৰ কাপুৰৰ ছবি ‘এনিমেল’। মুক্তিৰ পিছৰে পৰা ছবিখনে ইটোৰ পিছত সিটোকৈ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে আৰু উপাৰ্জনৰ ক্ষেত্ৰতো ইতিহাস ৰচিবলৈ সক্ষম হৈছে। ৮ দিন পূৰ্বে মুক্তি পোৱা ছবিখন ৰণবীৰ কাপুৰৰ কেৰিয়াৰৰ

প্ৰকাশ পালে খচৰা ভোটাৰ তালিকা । ISHAN NEWS…

এই সন্দৰ্ভত নিৰ্বাচন আয়োগে জাৰি কৰিছে বিশেষ নিৰ্দেশনা । ওজৰ আপত্তি দাখিলৰ বাবে নিৰ্ধাৰণ কৰিছে দুটা দিন। ১৬ ডিচেম্বৰ আৰু ২২ জানুৱাৰীত দাখিল কৰিব পাৰিব ওজৰ আপত্তি । ৮ ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা । এতিয়াই তালিকাত

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ শেহতীয়া মুদ্ৰানীতি । ISHAN NEWS

ভাৰতীয় ৰিজাৰ্ভ বেংকে একেৰাহে ৫ম বাৰৰ বাবে সলনি কৰা নাই সুদৰ হাৰ । RBI অপৰিৱৰ্তিত ৰাখিছে সুদৰ হাৰ। অৰ্থাৎ গ্ৰাহকৰ বাবে ব্যয়বহুল নহ’ব ঋণ আৰু বৃদ্ধি নহয়  EMI । RBI শেষবাৰৰ বাবে ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত ০.২৫%ৰ পৰা ৬.৫%লৈ হাৰ বৃদ্ধি

সশস্ত্ৰ বিদ্ৰোহীৰ পৰা মন্ত্ৰী : অনুসূয়া সীতাক্কাৰ জীৱন কাহিনী

২০২২ চনৰ ১১ অক্টোবৰত লিখিছিল, ‘শৈশৱত মই কেতিয়াও ভবা নাছিলো যে মই নক্সালবাদী হম। মই যেতিয়া নক্সালবাদী আছিলো তেতিয়া মই কেতিয়াও ভবা নাছিলো যে মই অধিবক্তা হম। মই যেতিয়া অধিবক্তা হৈছিলো তেতিয়া মই কেতিয়াও ভবা নাছিলো যে মই বিধায়ক হম। মই

 বিপদ বাঢ়িছে ব্ৰিটেইনৰ ঋষি সুনক চৰকাৰৰ । ISHAN NEWS…

পুনৰ বিপদত ব্ৰিটেইনৰ ঋষি সুনক চৰকাৰৰ। ব্ৰিটেইনৰ মন্ত্ৰী ৰবাৰ্ট জেনৰিকে ব্ৰিটিছ মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰাৰ পাছতেই বিপদ বাঢ়িছে ঋষি সুনক চৰকাৰৰ । কিয় পদত্যাগ কৰিলে মন্ত্ৰী ৰবাৰ্ট জেনৰিকে ? গৃহ সচিব ছুৱেলা ব্ৰেভাৰমেনৰ পাছত