ঘোঁৰা দৌৰৰ ৰাজনীতি । ISHAN NEWS…
ভাৰতৰ প্ৰাক্তন ৰাষ্ট্রপতি প্ৰণৱ মুখাৰ্জীয়ে দেশৰ নিৰ্বাচন পদ্ধতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰি গৈছে। তেখেতৰ মতে ভাৰতৰ নিৰ্বাচনী ব্যৱস্থাই শাসকীয় দলক কৈ দিয়ে যে, ‘‘তোমালোকক মই চৰকাৰ গঠন কৰিবলৈ পৰ্যাপ্ত আসন দি দিছো; কিন্তু মনত!-->!-->…
হেৰোৱা ছবি বিচাৰি আঘোণৰ পথাৰত এখোজ । ISHAN NEWS…
অভিজিৎ ভূঞা, ফোন নং -৭০৮৬৫৭২৫৬৮
আঘোণৰ পথাৰত এতিয়া ব্যস্ততা বাঢ়িছে কৃষকৰ। ব্যস্ততা বাঢ়িছে জীয়ৰী-বোৱাৰী দাৱনীজাকৰ। শাওনৰ পথাৰত প্রখৰ ৰ'দত কপালৰ ঘাম মাটিত পেলাই আশাৰ সপোণ দেখা কৃষকৰ সেউজীয়া ধাননিডৰা এতিয়া সোণোৱালী হ'ল। এই!-->!-->!-->!-->…
বিজেপিক ওফৰাবলৈ গৈ কি ভুল কৰিলে কংগ্ৰেছ মিত্ৰজোঁটে? ১৭ ডিচেম্বৰত ইণ্ডিয়া মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ…
https://fb.watch/oL-6uvx3TV/
মাটি হেৰুওৱা লোকসকলে ঘূৰাই পাব নিজৰ মাটি । দালালৰ পাকচক্ৰত পৰি মাটি হেৰুওৱাসকলক মাটি ওভতাই দিব…
https://fb.watch/oLZSwNXODJ/
‘হিমন্ত চৰকাৰৰ দিনত অসমত কমিছে অপৰাধ’ । ২০২২ চনত অসমত ৫০ শতাংশলৈ হ্ৰাস পালে অপৰাধৰ…
https://fb.watch/oLYX7W6Vy9/
ফৰ্বছৰ ১০০ গৰাকী আটাইতকৈ শক্তিশালী মহিলাৰ তালিকাত ৪ ভাৰতীয়
ফৰ্বছৰ আটাইতকৈ শক্তিশালী মহিলা তালিকাত পুনৰ এবাৰ স্থান লাভ কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে। তালিকাৰ ৩২ নম্বৰ স্থানত আছে সীতাৰমন। এই তালিকাত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ আৰু গায়িকা টেইলৰ চুইফটো আছে।
এই তালিকাত আন তিনিগৰাকী!-->!-->!-->…
হিন্দু ব্ৰহ্মাণ্ডবিজ্ঞান আৰু বেদৰ দৃষ্টিৰে সৌৰজগত
বিশ্বজিৎ নাথ, জ্যেষ্ঠ সাংবাদিক
ফোন নং: 9613130524
আধুনিক বিজ্ঞানৰ অন্তৰ্নিহিত আশ্চৰ্য্যবোৰৰ বিষয়ে আমি সকলোৱে জানো; কৃষ্ণ গহ্বৰ, মহাকৰ্ষণীক শক্তি, সময়, সৌৰজগত। এই ৰচীদাল অসীমলৈকে বিস্তৃত হৈ থাকে। কিন্তু!-->!-->!-->!-->!-->!-->!-->!-->!-->…
নাইজেৰিয়াত আৱদ্ধ টংলাৰ যুৱক মেঘজ্যোতি চহৰীয়াক উদ্ধাৰ । ISAHN NEWS…
নাইজেৰিয়াত আৱদ্ধ টংলাৰ যুৱক মেঘজ্যোতি চহৰীয়াক উদ্ধাৰ । আজি পাবহি অসম, অসম বিধানসভাৰ অধ্যক্ষ, জিলা-মহকুমা প্ৰশাসন, অক্ৰাছু'ৰ তৎপৰতা উদ্ধাৰ টংলাৰ যুৱক মেঘজ্যোতি চহৰীয়াক।
ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত উত্তৰ জঙ্ঘলপাৰা গাঁৱৰ যুৱক!-->!-->!-->!-->!-->…
সুৰা, COLD DRINKS সেৱন কৰা সকললৈ বিপদঘণ্টা। মাৰাত্মক ৰোগৰ অন্যতম কাৰক হৈ পৰিছে COLD DRINKS । সুৰা,…
https://fb.watch/oLSNSQYgBx/
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চত পৰিভ্ৰমী পক্ষীৰ ভিৰ । ISHAN NEWS…
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চত পৰিভ্ৰমী পক্ষীয়ে ভিৰ কৰিছে বনাঞ্চলখনৰ বিল জলাশয়সমূহত । শীতৰ সময়ত খাদ্যৰ সন্ধানত কাজিৰঙালৈ পৰিভ্ৰমী পক্ষীৰ আগমন ঘটিছে।
আঘোনৰ পথাৰৰ খাদ্যৰ সন্ধানত নামিছে পৰিভ্ৰমী পক্ষীয়ে। কাজিৰঙাত অধিক!-->!-->!-->!-->!-->…