বাহন গেৰেজত থকাৰ পাছতো একাউণ্টৰ পৰা কটা গল টোল মাছুল। আজৱ ঘটনাৰ সন্মুখীন হল GMCHৰ অধ্যক্ষ অভিজিৎ…
https://fb.watch/oLR8_DmMyC/
আৰক্ষীয়ে গুলীয়ালে ওমৰ ফাৰুকক। এইবাৰ ৰূপহীহাটত অসম আৰক্ষীৰ এনকাউণ্টাৰ।
https://fb.watch/oLQWUQ7WfZ/
১৩ ডিচেম্বৰত সংসদ ভৱন আক্ৰমণৰ হুংকাৰ খালিস্তানী উগ্ৰপন্থীৰ
খলিস্তানী সন্ত্ৰাসবাদী গুৰুপতৱন্ত সিং পান্নুৱে ভাৰতক আক্ৰমণ কৰাৰ ভাবুকি দি আন এক ভিডিঅ’ মুকলি কৰিছে। তেওঁক হত্যা কৰাৰ ষড়যন্ত্ৰ বিফল হ’ল বুলি ভিডিঅ’টোত উল্লেখ কৰি পান্নুৱে ১৩ ডিচেম্বৰত সংসদ ভৱনত আক্ৰমণ কৰাৰ হুংকাৰ প্ৰদান কৰে।
আচলতে ২০০১!-->!-->!-->…
এটিএমৰ পৰা হঠাত্ কটা-ছিঙা বা ফটা নোট ওলালে কি কৰিব?
এটিএমৰ পৰা হঠাত্ কটা-ছিঙা বা ফটা নোট ওলালে কি কৰিব? বহুসময়ত দেখা যায় এটিএমৰ পৰা কটা-ছিঙা বা ফটা নোট ওলায়। সেইসময়ত কি কৰিব একাংশ গ্ৰাহকে ভাবি নাপায়। যাৰ বাবে কিছুমান লোকে এটিএমৰ পৰা ওলোৱা বেয়া নোটসমূহ উপায়হীন হৈ ঘৰতে ৰাখি দিয়ে। পিছে!-->…
গোমুত্ৰ ৰাজ্যতহে জয়ী হৈছে BJP! দক্ষিণৰ ৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰে BJP-এ
‘এই দেশৰ মানুহে ভাবিব লাগে যে বিজেপিয়ে কেৱল হিন্দীবাসীৰ ৰাজ্যসমূহৰ নিৰ্বাচনত জয় হোৱাৰহে শক্তি আছে। যাক আমি সাধাৰণতে গো মূত্ৰৰ ৰাজ্য বুলি কওঁ।‘ পবিত্ৰ সংসদত এই ভাষ্য এগৰাকী সাংসদৰ।
সনাতন ধৰ্মক লৈ এজনৰ পাছত আন এজন ৰাজনৈতিক নেতাই!-->!-->!-->…
বছৰৰ শব্দ ‘ৰিজ’
২০২৩ বৰ্ষক বিদায় দিয়াৰ সময় সমাগত ।এই বছৰটোত আমি কি পালো কি হেৰুৱালো এয়াযেন তাৰ হিচাপ লোৱাৰ সময় । ৰাজনীতি, ক্ৰীড়া, বিনোদন, সাহিত্য, অৰ্থনীতি সকলোতে কোনোবা ক’ৰবাত হেৰাই গৈছে আন কোনোবাই অভিলেখ সৃষ্টি কৰিছে । ঠিক!-->…
হাৰ্ট এটেকত যুৱক-যুৱতীৰ মৃত্যুৰ ঘটনা বৃদ্ধি সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰালয়ৰ ডাঙৰ সিদ্ধান্ত
হাৰ্ট এটেক হৈছে এক গুৰুতৰ স্বাস্থ্যজনিত সমস্যা, যিটো যিকোনো বয়সৰ ব্যক্তিৰ ক্ষেত্ৰত হ’ব পাৰে। কিন্তু ভাৰতত শেহতীয়াকৈ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে যুৱক-যুৱতীৰ মাজত হাৰ্ট এটেকৰ ঘটনা। এইটো অত্যন্ত চিন্তাৰ বিষয় কিয়নো হাৰ্ট এটেকত মৃত্যুৰ আশংকা!-->…
তেলেংগানাৰ মুখ্যমন্ত্ৰী হ’ব ৰেভন্থ ৰেড্ডী! জানো আহক তেওঁৰ সবিশেষ…
তেলেংগানৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হ’ব ৰেভন্থ ৰেড্ডী। বিধায়কসকলৰ সৈতে হোৱা আলোচনাৰ অন্তত কংগ্ৰেছ হাইকমাণ্ডে এই সিদ্ধান্ত গ্ৰহণ কৰে। ২০২১ চনৰ জুন-জুলাইত তেওঁক তেলেংগানা কংগ্ৰেছৰ অধ্যক্ষৰূপে নিযুক্তি প্ৰদান কৰিছিল।
অধ্যক্ষপদ লাভ!-->!-->!-->…
ভয়াৱহ দুৰ্ঘটনা; শস্য ভৰ্তি বস্তাৰ তলত আৱদ্ধ হৈ প্ৰাণ গ’ল ৭ জন শ্ৰমিকৰ
কৰ্ণাটকৰ বিজয়পুৰৰ ঔদ্যোগিক এলেকাত সংঘটিত হৈছে এক অতি ভয়াৱহ দুৰ্ঘটনা। ইয়াৰ এটা গুদামত শস্য ভৰ্তি শ-শ বস্তাৰ তলত আবদ্ধ হৈ ৭ জনকৈ শ্ৰমিকে প্ৰাণ হেৰুওৱাৰ খবৰ আহিছে।
তথ্য অনুসৰি সোমবাৰে নিশা গুদামটোৰ ষ্ট’ৰেজ ইউনিট ভাঙি পৰাত শস্যভৰ্তি!-->!-->!-->…
সাগৰীয় ঘূৰ্ণী মিগজুৱামৰ সংহাৰী ৰূপ ।চেন্নাইত৯জনকৈ লোকৰমৃত্যু
চেন্নাইত সাগৰীয় ঘূৰ্ণী মিগজুৱামে সংহাৰী ৰূপ ধাৰণ কৰিছে । সাগৰীয় ঘূৰ্ণীৰ কবলত পৰি এইপৰ্যন্ত চেন্নাইত ৯জনকৈ লোকৰ মৃত্যু হৈছে । বাট-পথ, ঘৰ-দুৱাৰ সকলো জলমগ্ন হৈ পৰিছে চেন্নাইত। ক্ষতিগ্ৰস্ত অঞ্চলৰ লোক সকলক নিৰাপদ স্থানলৈ!-->…