ঋষভ পন্তৰ বিশেষ কৃতিত্ব; ভংগ কৰিলে এডাম গিলক্ৰিষ্টৰ অভিলেখ
ভাৰতে জয়েৰে আৰম্ভ কৰিছে টি-২০ বিশ্বকাপৰ ছুপাৰ-৮ৰ অভিযান। বৃহস্পতিবাৰে আফগানিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত মেচখনত ভাৰতে ৪৭ ৰানত জয়ী হয়। ভাৰতে ছুপাৰ-৮ৰ দ্বিতীয়খন মেচ অহা ২২ জুনত বাংলাদেশৰ বিৰুদ্ধে খেলিব।
কালিৰ মেচখনত সূৰ্যকুমাৰ যাদৱৰ!-->!-->!-->…
অটোৰিক্সা আৰু বাছৰ মাজত ভয়ংকৰ সংঘৰ্ষ; একেটা পৰিয়ালৰে তিনিজনৰ মৃত্যু
বৃহস্পতিবাৰে কেৰালাৰ মালাপ্পুৰম চহৰৰ পৰা প্ৰায় তিনি কিলোমিটাৰ দূৰৈৰ মুট্টিপাডীত এখন অটোৰিক্সা আৰু কেৰালা ৰাজ্যিক পথ পৰিবহণ নিগম (কে এছ আৰ টি চি)ৰ বাছৰ সংঘৰ্ষত নিহত হয় এটা পৰিয়ালৰ তিনিজন লোক।
আৰক্ষীয়ে জিলাখনৰ পুলপট্টাৰ সমীপৰ!-->!-->!-->…
অসমত বানৰ সংহাৰী ৰূপ; ২ লাখ লোক বানৰ কৱলত
বিগত কিছু দিনৰ পৰা অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ বাবে অসমত বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বানৰ বাবে ৰাজ্যৰ পৰিস্থিতি ক্ৰমাত ভয়াৱহ হৈ পৰিছে। এই পৰ্যন্ত অসমৰ ১৯খন জিলাৰ প্ৰায় দুই লাখ লোক বানত ক্ষতিগ্ৰস্ত হৈছে।
বহু জিলাত বানপানী আৰু ভূমিস্খলনৰ!-->!-->!-->…
নীটৰ কেলেংকাৰিত নাম সাঙোৰ তেজস্বী যাদৱৰ! উপ-মুখ্যমন্ত্ৰী বিজয় সিনহাৰ ডাঙৰ দাবী..
মেডিকেল কলেজৰ শিক্ষাৰ্থীৰ প্ৰৱেশ পৰীক্ষা নীটৰ কেলেংকাৰীক লৈ দেশজুৰি চলি থকা প্ৰতিবাদৰ মাজতে এইবাৰ এই কেলেংকাৰfত নাম সাঙোৰ খাইছে আৰ জে ডি নেতা তেজস্বী যাদৱৰ।
নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল তথা কেলেংকাৰিৰ সৈতে তেজস্বী যাদৱৰ সহায়ক জড়িত!-->!-->!-->…
MSP সন্দৰ্ভত মোদী চৰকাৰৰ কেবিনেটে ল’লে ডাঙৰ সিদ্ধান্ত
আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কেবিনেটত কৃষকৰ বাবে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মোদীৰ তৃতীয় কাৰ্যকালৰ দ্বিতীয়খন কেবিনেটত ১৪ বিধ খাৰিফ শস্যৰ নূন্যতম সমৰ্থন মূল্য (এম এছ পি)ত অনুমোদন জনায়। এই!-->…
তিহাৰ জেইলতে থাকিব লাগিব অৰবিন্দ কেজৰিৱাল; বৃদ্ধি ন্যায়িক জিম্মা
দিল্লীৰ ৰাউজ এভিনিউ আদালতে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মা ৩ জুলাইলৈ বৃদ্ধি কৰিছে। ইয়াৰ সমান্তৰালকৈ সুৰা কেলেংকাৰী গোচৰৰ অন্যতম অভিযুক্ত বিনোদ চৌহানৰ জিম্মাও বৃদ্ধি কৰা হৈছে।
জিম্মাৰ সময়সীমা শেষ হোৱাৰ পিছত বুধবাৰে!-->!-->!-->…
ৰেলযাত্ৰীলৈ ডাঙৰ খবৰ।
দেশ জোকাৰি যোৱা ৰেল দুৰ্ঘটনাৰ বাবে ডাঙৰ সিদ্ধান্ত ৰেল বিভাগৰ।ভয়াবহ ৰেল দুৰ্ঘটনাৰ পাছতে ১৯ খনকৈ ৰেলৰ চলাচল বাতিল।নিউ জলপাইগুৰি, শিলিগুৰি, বাগডোগৰা আৰু আলুৱাবাৰী পথত বাতিল ৰে’ল চলাচল।বাতিল কৰা ৰেলকেইখন হৈছে।১৯৬০২ নিউ জলপাইগুৰি-উদয়পুৰ চিটী!-->…
নিৰাপত্তাৰক্ষীৰ বৃহৎ সফলতা; ৮ জন মাওবাদী নিহত, এজন জোৱান শ্বহীদ
ছত্তীশগড়ৰ নাৰায়ণপুৰত মাওবাদীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ বৃহৎ সফলতা। নিৰাপত্তাৰক্ষীৰে হোৱা ভয়ংকৰ সংঘৰ্ষত নিহত হৈছে ৮ জন মাওবাদী। আৰক্ষীয়ে জনোৱা মতে, এই ঘটনাত এজন জোৱান শ্বহীদ হোৱাৰ লগতে আন দুজন নিৰাপত্তাৰক্ষী আহত হয়।
ৰায়পুৰৰ!-->!-->!-->…
১৭ জুনত খেলিবলগীয়া মেচখনেই হ’ব ব’ল্টৰ টি-২০ বিশ্বকাপৰ অন্তিমখন মেচ
চলিত টি-২০ বিশ্বকাপত নিৰাশাজনক প্ৰদৰ্শনৰ মাজতেই নিউজিলেণ্ডৰ তাৰকা বেগী বলাৰ ট্ৰেণ্ট ব’ল্টে এক ডাঙৰ ঘোষণা কৰিছে। ১৭ জুনত খেলিবলগীয়া মেচখনেই হ’ব তেওঁৰ বিশ্বকাপ কেৰিয়াৰৰ অন্তিমখন মেচ।
তেওঁ স্পষ্ট কৰি দিছে যে এইখন তেওঁৰ অন্তিমখন টি-২০!-->!-->!-->…
হঠকাৰী সিদ্ধান্ত; ১০ লাখ কাউৰী নিধনৰ লক্ষ্য এইখন চৰকাৰৰ!
ভাৰতীয় মূলৰ লাখ-লাখ কাউৰীক নিধন কৰিবলৈ ওলাইছে কেনিয়া চৰকাৰে। এক ঘোষণা অনুসৰি ২০২৪ চনৰ শেষৰ ফালে অৰ্থাত অহা ছমাহত ১০ লাখ কাউৰী নিধন কৰাৰ বাবে চৰকাৰে এক পৰিকল্পনা প্ৰস্তুত কৰিছে।
কেনিয়াৰ বন্যপ্ৰাণী বিভাগে কয় যে কাউৰী তেওঁলোকৰ প্ৰাথমিক!-->!-->!-->…