গাজাৰ শৰণাৰ্থী শিবিৰত ইজৰাইলৰ পুনৰ আক্ৰমণ; ১৮জন লোকৰ মৃত্যু
গাজাৰ জাবালিয়া শৰণাৰ্থী শিবিৰত ইজৰাইলৰ বিমান আক্ৰমণত ১৮ জন লোক নিহত হৈছে। পেলেষ্টাইনী ৱাফা সংবাদ সংস্থাৰ প্ৰতিবেদন অনুসৰি আৱাসিক অট্টালিকাক লক্ষ্য কৰি কৰা আক্ৰমণত কমেও ১৮ জন সাধাৰণ নাগৰিক নিহত হোৱাৰ বিপৰীতে বহু লোক আহত হৈছে।
!-->!-->!-->!-->!-->…
নিৰাপত্তাৰক্ষীৰ সফল অভিযান; পাঁচজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত
জম্মু-কাশ্মীৰৰ কুলগাম জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে বৃহস্পতিবাৰৰ পৰা চলি থকা সংঘৰ্ষত ৫জন সন্ত্ৰাসবাদী নিহত হৈছে। এই অভিযান অন্তিম পৰ্যায়ত আছে বুলি জানিবলৈ দি নিহত সন্ত্ৰাসবাদী কেইজনৰ পৰিচয় জানিব জানিব পৰা হোৱা নাই বুলি জানিবলৈ দিয়ে।
!-->!-->!-->…
যশস্বী চিত্র পৰিচালক হেমেন দাসৰ দেহাৱসান ।
অসমীয়া চলচ্চিত্রৰ জগতৰ জ্যেষ্ঠ পৰিচালক হেমেন দাসৰ দেহাৱসান । ৭৭ বছৰ বয়সত জীৱন নাট সামৰে পৰিচালক, চিত্রনাট্যকাৰ,অভিনেতা , লেখক তথা অসম সচিবালয়ৰ অৱসৰ প্ৰাপ্ত কৰ্মচাৰী হেমেন দাসে । ১৯৯০ চনত হেমেন দাসে প্রথমবাৰৰ বাবে একক ভাবে পৰিচালনা কৰা যুঁজ!-->…
হঠাৎ সলনি হ’ব বতৰ। আজি আৰু কাইলৈ ৰাজ্যৰ কেইবাটাও স্থানত হ’ব প্ৰচণ্ড বৰষুণ। বতৰ বিজ্ঞান…
https://fb.watch/omCOj0YzPc/
এতিয়াৰে পৰা মেট্ৰিক বুলি বিশেষ পৰীক্ষা নাথাকিব! ৰাজ্যৰ শিক্ষাখণ্ডত বৃহৎ পৰিৱৰ্তন। এতিয়াৰে পৰা…
https://fb.watch/omC9oMTkId/
‘দেশক বিশ্বাসঘাতকতা কৰাতকৈ মই মৃত্যুৱেই ভাল পাম’… মহম্মদ ছামীৰ পুৰণি ভিডিঅ’ ভাইৰেল
ক্ৰিকেট বিশ্বত আজি সৰ্বাধিক চৰ্চিত নাম ভাৰতীয় বেগী বলাৰ মহম্মদ ছামী। বিশ্বকাপত অদমনীয় প্ৰদৰ্শনত সকলো অনুৰাগীকে মুগ্ধ কৰা ছামীৰ বিৰুদ্ধে কিন্তু এটা সময়ত উত্থাপিত হৈছিল মেচ ফিক্সিঙৰ দৰে গুৰুতৰ অভিযোগ।
সেই সময়ছোৱাত ক্ৰিকেটাৰগৰাকীয়ে কি!-->!-->!-->…
মণিপুৰত আছাম ৰাইফলছৰ জোৱানৰ ওপৰত উগ্ৰপন্থীৰ আক্ৰমণ
মণিপুৰত আছাম ৰাইফলছৰ জোৱানৰ ওপৰত ভয়ংকৰ আক্ৰমণ। বৃহস্পতিবাৰে পুৱা পেট্ৰ’লিঙৰ বাবে যোৱা নিৰাপত্তাৰক্ষীৰ দলটোক লক্ষ্য কৰি উগ্ৰপন্থীয়ে আই ই ডি বিস্ফোৰণ কৰে।
আই ই ডি বিস্ফোৰণৰ পিছতে উগ্ৰপন্থীয়ে অসম ৰাইফলছৰ দলটোৰ ওপৰত ধাৰাসাৰ গুলীচালনা!-->!-->!-->…
হতাশাজনক প্ৰদৰ্শন; পাকিস্তানৰ অধিনায়কত্ব এৰিলে বাবৰে, দুজনক দিয়া হ’ল অধিনায়কৰ দায়িত্ব
বিশ্বকাপত আশানুৰূপ প্ৰদৰ্শনত ব্যৰ্থ হোৱাৰ পিছতে পাকিস্তান ক্ৰিকেট দলৰ অধিনায়কত্ব ত্যাগ কৰিলে বাবৰ আজমে। ১৫ নৱেম্বৰত ছ’চিয়েল মিডিয়াযোগে এই ঘোষণা কৰে।
ছেমিফাইনেলত স্থান নিশ্চিত কৰিব নোৱাৰাত ব্যাপক সমালোচনাৰ সন্মুখীন হোৱা বাবৰে ক্ৰিকেটৰ!-->!-->!-->…
১০০ ঘণ্টা পাৰ হৈ গ’ল, সুৰংগত আৱদ্ধ ৪০ শ্ৰমিকক লৈ উদ্বিগ্নতা বৃদ্ধি ।
১০০ ঘণ্টা অতিক্রম কৰাৰ পাছতো উত্তৰকাশীৰ ছিলকিয়াৰ সুৰংগৰ ভিতৰত আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই উদ্ধাৰকাৰী দলে । যিমানে সময় বাগৰিছে সিমানে উদ্বিগ্নতা বৃদ্ধি পাইছে শ্রমিক সকলৰ পৰিয়ালৰ মাজত । ইফালে উদ্ধাৰকাৰীসকলে সুৰংগত আৱদ্ধ!-->…
কয়লা কোম্পানীৰ অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড; ২৫গৰাকী লোকৰ মৃত্যু
চীনৰ চাংচি প্ৰদেশৰ লুলিয়াঙত কয়লা কোম্পানী এটাৰ ভৱনত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত ২৫ জন লোকৰ মৃত্যু হয়। মঙলবাৰ অৰ্থাত ১৬ নৱেম্বৰৰ পুৱা প্ৰায় ৬:৫০ বজাত এই ঘটনা সংঘটিত হয়।
অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত এতিয়ালৈকে ৬৩ জন লোকক অট্টালিকাটোৰ!-->!-->!-->…