ISHAN NEWS – Always One Step Ahead of Time…

তিনিবছৰ ধৰি পাকিস্তানৰ কাৰাগাৰত থকা ৮০জন ভাৰতীয় মাছমৰীয়াক মুকলি

পাকিস্তানৰ জেইলত বন্দী হৈ থকা ৮০ গৰাকী ভাৰতীয় মাছমৰীয়াক অৱশেষত মুক্তি কৰি দিয়া হ’ল। বৃহস্পতিবাৰে পাকিস্তান চৰকাৰে এই সিদ্ধান্ত লোৱাৰ পিছতে ভাৰতৰ ৮০টা পৰিয়ালত এতিয়া আনন্দৰ লহৰ উঠিছে। দীৰ্ঘদিন ধৰি পাকিস্তানৰ কাৰাগাৰত বন্ধী হৈ থকা এই

মৰ্মান্তিক দুৰ্ঘটনা; ট্ৰাক আৰু বাছৰ সংঘৰ্ষত ৬জনৰ মৃত্যু, ২৭জন আহত

উত্তৰ প্ৰদেশৰ জগদীশপুৰ অঞ্চলত বৃহস্পতিবাৰে গভীৰ নিশা তীব্ৰবেগী ট্ৰাক আৰু এখন বাছৰ সংঘৰ্ষত ৬ জন লোকে প্ৰাণ হেৰুৱাই আৰু ২৭ জন লোক আহত হয়। এই ভয়ানক দুৰ্ঘটনাটো গোৰখপুৰ-কুশনগৰ ঘাইপথত সংঘটিত হৈছে। ঘটনাটো সংঘটিত হোৱাৰ পিছতে স্থানীয় লোকসকলে

ভাৰতীয় মূলৰ ৰচিন ৰবিন্দ্ৰই ৰচিলে ইতিহাস; বিশ্বকাপত ভংগ কৰিলে শচীন তেণ্ডুলকাৰৰ অভিলেখ । ISHAN…

বৃহস্পতিবাৰে শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত হৈ যোৱা চলিত বিশ্বকাপৰ গুৰুত্বপূৰ্ণ মেচখনত ভাৰতীয় মূলৰ নিউজিলেণ্ডৰ বেটাৰ ৰচিন ৰবিন্দ্ৰই ৰচিলে ইতিহাস। এই মেচখনত ৰবিন্দ্ৰই ৪২ ৰানৰ ইনিংছ খেলিছিল আৰু এই ইনিংছটোতে তেওঁ এনে এক অভিলেখ গঢ়িলে

ভয়ংকৰ দুৰ্ঘটনা; দুখন চাৰিচকীয়া বাহনৰ খুন্দাত ৮ জন লোকৰ মৃত্যু

বুধবাৰে আমেৰিকাৰ টেক্সাছত দুখন বাহনৰ ভয়াবহ সংঘৰ্ষত ৮ জন লোকৰ মৃত্যু হয়। দুৰ্ঘটনাত পতিত হোৱা বগা ৰঙৰ হোণ্ডা গাড়ীখনত থকা লোকসকল আছিল অবৈধ নাগৰিক, যিয়ে গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ পলায়ন কৰাৰ সময়তে দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাটোত বগা

যুদ্ধ বিৰতি উলংঘন; এজন BSF জোৱান ছহিদ, প্ৰত্যুত্তৰত মৃত্যু ২জন পাকিস্তানী ৰেঞ্জাৰ্ছৰ

জম্মু-কাশ্মীৰৰ ছাম্বা জিলাৰ ৰামগঢ় ছেক্টৰৰ ভাৰত-পাক সীমান্তৰ সমীপত পাকিস্তানী সেনাই অতৰ্কিতে চলোৱা গুলীচালনাত সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)ৰ এজন হেড কনিষ্টবলৰ মৃত্যু হয়। আনহাতে যুদ্ধ বিৰতি উলংঘনৰ প্ৰত্যুত্তৰত ভাৰতৰ সুৰক্ষা

বেন ষ্ট’কছে ৰচিলে ইতিহাস; আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এই অভিলেখ গঢ়া ইংলেণ্ডৰ প্ৰথম

বুধবাৰে ইংলেণ্ডে নেদাৰলেণ্ডক ১৬০ ৰানত পৰাস্ত কৰি বিশ্বকাপত নিজৰ দ্বিতীয়টো বিজয় সাব্যস্ত কৰে। এই জয়ৰ নায়ক আছিল বেন ষ্ট’কছ। তেওঁ ৬টা চাৰি আৰু ৬টা ছয়ৰ সহায়ত ৮৪টা বলত ১০৮ ৰানৰ বিস্ফোৰক ইনিংছ খেলিছিল। ষ্ট’কছৰ শতকৰ সহায়ত ইংলেণ্ড দলটোৱে

দেশজুৰি মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে NIA ৰ অভিযান । বৰাকত কেইবাজনকো আটক । NIA ৰ জালত ৰোহিংগীয়া মুছলমান।

দেশজুৰি চলিছে মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে NIA ৰ অভিযান । বুধবাৰে পুৱাৰে পৰা অসম, ত্রিপুৰা, পশ্চিমবংগ, কৰ্ণাটক, তামিলনাডু, তেলেংগানা, হাৰিয়ানা, ৰাজস্থান, জম্মু-কাশ্মীৰ আৰু পুডুচেৰীৰ ৪০ টা স্থানত চলিছে এই অভিযান ।এন আই এ য়ে পুৱাৰেপৰা চলোৱা এই

আপুনি কিমান তললৈ নামিব? নিতীশ কুমাৰৰ মন্তব্যক দুৰ্ভাগ্যজনক আখ্যা প্ৰধানমন্ত্ৰী মোদীৰ

বিহাৰ বিধানসভাত জন্ম নিয়ন্ত্ৰণ সন্দৰ্ভত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বক্তব্যক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্দৰ্ভত ভাৰতীয় মিত্ৰজোঁটৰ মৌনতাক লৈ প্ৰশ্ন উত্থাপন কৰে।তেওঁ কয় যে যিসকল মানুহে নাৰীৰ বিষয়ে