মহিলাক লৈ কৰা বিদ্বেষমূলক মন্তব্যৰ বাবে ক্ষমা খুজিলে বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰে। ISHAN…
অৱশেষত ক্ষমা খুজিলে বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰে । নিজ ৰাজ্যত জন্মহাৰ নিয়ন্ত্ৰণৰ কাৰণ ব্যাখ্যা কৰাৰ সময়ত বিদ্বেষমূলক মন্তব্য কৰাৰ অভিযোগ উণ্থাপন হৈছিল নীতিশ কুমাৰৰ বিৰুদ্ধে । এই মন্তব্যক কেন্দ্ৰ কৰি দেশজুৰি সৃষ্টি হৈছিল!-->!-->!-->…
দিল্লীত দুৰ্বিসহ হৈ পৰিছে জীৱন নিৰ্বাহ; ৯ৰ পৰা ১৮ নৱেম্বৰলৈকে শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা । ISHAN…
দিল্লীত প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন চৰকাৰে এক ডাঙৰ ঘোষণা কৰিছে। শিশুসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ৯ নৱেম্বৰৰ পৰা ১৮ নৱেম্বৰলৈ বিদ্যালয়সমূহ বন্ধ ৰখাৰ ঘোষণা কৰিছে।
অৰ্থাৎ এতিয়া!-->!-->!-->!-->!-->…
পিণ্ডদান কৰিবলৈ গৈ ব্ৰহ্মপুত্ৰত নিখোজ হ’ল দুই ভাতৃ । ISHAN NEWS
ডিব্ৰুগড়ত সংঘটিত হৈছে এক কৰুণ ঘটনা। বুধবাৰে পুৱা ডিব্ৰুগড়ৰ মোহানাঘাট অঞ্চলত পিণ্ড দান (বিদেহী আত্মাক শ্ৰদ্ধাঞ্জলি) কৰিবলৈ গৈ ব্ৰহ্মপুত্ৰত ডুব যায় দুই ভাতৃ।
ছমাহ পূৰ্বে মৃত্যু হোৱা মাতৃক পিণ্ড দান কৰিবলৈ যোৱাৰ সময়তে এই!-->!-->!-->!-->!-->…
এদিনীয়া ক্ৰিকেট ইতিহাসৰ শীৰ্ষ ৫টা ৰান চেজ ইনিংছ, তালিকাত আছে মেক্সৱেল, বিৰাটৰ দৰে ক্ৰিকেটাৰ..
ভাৰতত চলি থকা এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ ৰোমাঞ্চ চৰম পৰ্যায়ত। বিশ্বকাপত এই পৰ্যন্ত খেলা প্ৰতিখন মেচ স্মৰণীয় হৈ ৰ’ব যদিও ক্ৰিকেট যে অনিশ্চয়তাৰ খেল মঙলবাৰে তাকেই প্ৰমাণ কৰি দেখুৱালে অষ্ট্ৰেলিয়াৰ বিস্ফোৰক বেটছমেন গ্লেন মেক্সৱেলে।
কালি!-->!-->!-->…
সুস্থ হৈ উঠিছে জুবিন গাৰ্গ । হঠাৎ কি হৈছিল শিল্পী গৰাকীৰ । চিকিৎসকে কি ক’লে ?
ক্রমাৎ সুস্থ হৈ উঠিছে জুবিন গাৰ্গ । জনপ্ৰিয় গায়ক গৰাকীৰ স্বাস্থ্যক লৈ বিশেষ চিন্তাৰ কাৰণ নাই বুলি ক'লে নেমকেয়াৰ হস্পিতালৰ সঞ্চালক তথা চিকিৎসক হিতেশ বৰুৱাই ।
উল্লেখ্য যে আজি পুৱা ঘৰত কাম কৰি থকা অৱস্থাত হঠাৎ মূৰ ঘুৰাই পৰি গৈছিল যুৱ!-->!-->!-->…
কেন্দ্ৰীয় মন্ত্ৰীৰ গাড়ীৰ খুন্দাত মৃত্যু এজন বাইক আৰোহীৰ; তিনিজন আহত
মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ সিং পেটেলৰ কনভয়ৰ খুন্দাত এজন লোক নিহত হোৱাৰ লগতে আন তিনিজন লোক গুৰুতৰভাৱে আহত হয়।
কেন্দ্রীয় মন্ত্রী তথা বিজেপি প্রার্থী প্রহ্লাদ পেটেলে গৈ থকা গাড়ীয়ে খুন্দা মৰাৰ ফলত এজন মটৰ চাইকেল আৰোহী নিহত!-->!-->!-->…
হঠাৎ অসুস্থ জুবিন গাৰ্গ । নেমকেয়াৰ হাস্পতালত জুবিন গাৰ্গক ভৰ্তি
https://fb.watch/oaQqHIK7Ji/
নিৰ্বাচনৰ দায়িত্বত থকা নিৰাপত্তাবাহিনী আৰু মাওবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলি
চত্তীশগড়ৰ চুকমাত নিৰ্বাচনী কৰ্তব্যত নিয়োজিত অৰ্ধসামৰিক বাহিনী আৰু মাওবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী সংঘটিত হোৱাৰ খবৰ আহিছে। এই গুলীচালনাত একাংশ জোৱান আহত হৈছে।
তাড়মেটলা আৰু দুলেদ গাঁৱৰ মাজৰ এখন অৰণ্যত সংঘটিত হোৱা এই গুলীচালনা প্ৰায়!-->!-->!-->…
কেজৰিৱাল চৰকাৰৰ যুগ্ম-অযুগ্ম নীতি সনাতন ধৰ্মৰ বিৰুদ্ধে ষড়যন্ত্র : BJP সাংসদ ৰমেশ বিধুৰী
বিজেপি সাংসদ ৰমেশ বিধুৰীয়ে কেজৰিৱাল চৰকাৰৰ বিৰুদ্ধে কৰা এক মন্তব্যই দেশজুৰি ব্যপক চৰ্ছা লাভ কৰিছে । সাংসদ গৰাকীয়ে অৰবিন্দ কেজৰিৱাল চৰকাৰৰ বিৰুদ্ধে অভিযোগ উণ্থাপন কৰি কয় যে, BJP য়ে দিল্লীত, সনাতন ধৰ্মৰ বিৰুদ্ধে এক অদ্ভূত নীতি প্ৰৱৰ্তন কৰি!-->…
যুদ্ধৰ মাজতে ইজৰাইলে ভাৰতৰ পৰা বিচাৰিলে ১০০০০০ শ্ৰমিক! কি পৰিকল্পনা ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ?
বিগত এমাহৰ পৰা ইজৰাইল আৰু হামাছৰ মাজত চলি আছে যুদ্ধ। হামাছৰ আক্ৰমণৰ পিছৰে পৰা গাজা ষ্ট্ৰিপত হামাছক সম্পূৰ্ণৰূপে নিঃশেষ কৰাৰ লক্ষ্যৰে ভয়ংকৰভাৱে আক্ৰমণ চলাই আহিছে ইজৰাইলে।
এই ভয়াৱহ যুদ্ধৰ মাজতে আহিছে এক চাঞ্চল্যকৰ খবৰ। যুদ্ধত ব্যস্ত!-->!-->!-->…