ISHAN NEWS – Always One Step Ahead of Time…

ব্যৱসায়ীয়ে দীপাৱলীৰ বোনাছ হিচাপে কৰ্মচাৰীক দিলে ৰয়েল এনফিল্ড

তামিলনাডুৰ এজন ব্যৱসায়ীয়ে দীপাৱলীৰ বোনাছ হিচাপে ১৫ জন কৰ্মচাৰীক ৰয়েল এনফিল্ড বুলেট প্ৰদান কৰিছে। ব্যৱসায়ী শিৱকুমাৰে কোনো ভেদভাব নাৰাখি ড্ৰাইভাৰৰ পৰা মেনেজাৰলৈকে সকলোকে বোনাছ হিচাপে দিছে দুচকীয়া বাহন। ২০ বছৰতকৈও অধিক সময় ধৰি

অতি কৰুণ! পুখুৰীত ডুবি তিনিটা শিশুৰ মৃত্যু

বিহাৰৰ সীতামঢ়ী জিলাৰ বাজপট্টি থানা এলেকাৰ অন্তৰ্গত বাৰী ফুলৱাৰিয়া গাঁৱত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। দেওবাৰে গাঁওখন থকা এটা পুখুৰীৰ পানীত ডুব যোৱাৰ ফলত তিনিটা শিশুৰ মৃত্যু হয়। মৃত শিশু কেইটাৰ ভিতৰত আছে দুগৰাকী ছোৱালী আৰু এটি ল’ৰা।

‘মহাদেৱৰ নামত জুৱাৰ এপ কিয়?’, বাঘেল চৰকাৰৰ ওপৰত ক্ষুন্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ছত্তীশগড়ত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে আন আন ৰাজনৈতিক নেতাৰ লগতে জোৰদাৰ প্ৰচাৰ অভিযানত ব্যস্ত আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰী শৰ্মাই মহাদেৱ এপ কেলেংকাৰি সন্দৰ্ভত মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ

পথত ৰৈ থকা ট্ৰাকত খুন্দা বৰযাত্ৰীৰ বাহনৰ; দৰাসহ ৪জন লোকৰ মৃত্যু

পঞ্জাৱৰ মোগাৰ অজিতোৱাল চহৰৰ সমীপত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। ফাজিলকাৰ গাঁও ফৌজাৰ পৰা লুধিয়ানাৰ বডদোৱাললৈ গৈ থকা বৰযাত্ৰীৰ এখন গাড়ীয়ে পথত ৰৈ থকা এখন ট্ৰাকক খুন্দিয়ায়। পুৱতি নিশা সংঘটিত এই দুৰ্ঘটনাত দৰা সুখবিন্দৰ সিংসহ চাৰিজনৰ

দিল্লী বিশ্বৰ সৰ্বাধিক প্ৰদূষিত চহৰ; শীৰ্ষ দহত আছে ভাৰতৰ আৰু দুখন চহৰ

গেছ চেম্বাৰত পৰিণত হৈছে দেশৰ ৰাজধানী দিল্লী। বায়ুৰ গুণাগুণ বা AQI ৪০০ অতিক্ৰম কৰাত ভয়াৱহ প্ৰদূষণৰ পৰিস্থিতিয়ে আৰু অধিক উদ্বেগৰ সৃষ্টি কৰিছে। কেৱল দিল্লীয়ে নহয় বিশ্বৰ ১০খন প্ৰদূষিত চহৰৰ তালিকাত আছে ভাৰতৰ আৰু দুখন চহৰ। চহৰ দুখন হৈছে

ঔষধ কোম্পানীৰ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড; ৮জন শ্ৰমিকৰ মৃত্যু

মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ এটা ঔষধ কোম্পানীৰ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত শনিবাৰে সন্ধিয়ালৈকে ৮টা মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে নিৰুদ্দেশ হৈ থকা তিনিজন লোকৰ সন্ধান অব্যাহত আছে। এন ডি আৰ এফৰ বিষয়াই জনোৱা মতে, শুকুৰবাৰে পুৱা

২৩ বছৰীয়া ৰচিন ৰবিন্দ্ৰই ভাঙিলে শচীন তেণ্ডুলকাৰৰ অভিলেখ

পাকিস্তানৰ বিৰুদ্ধে নিউজিলেণ্ডৰ বেটছমেন ৰচিন ৰবিন্দ্ৰই পুনৰ খেলে শতকীয় ইনিংছ। ৰচিনে ৯৪টা বলত ১০৮ ৰান সংগ্ৰহ কৰে। তেওঁৰ এই দৰ্শনীয় ইনিংছটোত আছিল ১৫টা চাৰি আৰু ১টা ছয়। এই বিশ্বকাপত ৰচিন ৰবিন্দ্ৰৰ এইটো তৃতীয়টো শতক। ২৩ বছৰীয়া

ধৰ্মীয় স্থানত মজুত থকা ফটকা জব্দ কৰিবলৈ নিৰ্দেশ কেৰালা উচ্চ ন্যায়ালয়ৰ; কিন্তু কিয়?

দিপাৱলীৰ পূৰ্বে কেৰালা উচ্চ ন্যায়ালয়ৰ বিশেষ নিৰ্দেশনা। আদালতে কৰ্তৃপক্ষক অভিযান চলাই সকলো ধৰ্মীয় স্থানত মজুত কৰি ৰখা ফটকা জব্দ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। আদালতে কয়, ‘মই কোচি আৰু অন্যান্য জিলাৰ আৰক্ষী আয়ুক্তৰ সহযোগত ডেপুটি কালেক্টৰক