ISHAN NEWS – Always One Step Ahead of Time…

আৰক্ষী থানাত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ; আৰক্ষীসহ পাঁচগৰাকীৰ মৃত্যু

অশান্ত অঞ্চল হিচাপে চিহ্নিত পাকিস্তানৰ বেলুচিস্তান প্ৰদেশস্থিত এখন থানাত সন্ত্ৰাসবাদীয়ে ভয়ংকৰ আক্ৰমণ চলোৱাৰ তথ্য লাভ কৰা গৈছে। বেলুচিস্তান আৰক্ষীয়ে এই তথ্য প্ৰদান কৰি কয় মঙলবাৰে আৰক্ষী থানাত সংঘটিত আক্ৰমণত এজন আৰক্ষীসহ কমেও পাঁচজন

বিশ্বকাপত শ্বাহীন শ্বাহ আফ্ৰিদীৰ বিশেষ কৃতিত্ব; উইকেটৰ ‘শতক’ সম্পূৰ্ণ

২০২৩ চনৰ বিশ্বকাপত পাকিস্তান দলৰ প্ৰদৰ্শনত অনুৰাগী অসন্তুষ্ট যদিও দলটোৰ এজন খেলুৱৈয়ে বিশেষ কৃতিত্বৰ অধিকাৰী হ’বলৈ সক্ষম হৈছে। ক্ৰিকেটাৰগৰাকী হ’ল সাম্প্ৰতিক সময়ৰ অন্যতম শ্ৰেষ্ঠ বেগী বলাৰ শ্বাহীন শ্বাহ আফ্ৰিদী। বাংলাদেশৰ বিৰুদ্ধে

ডাৰ্ক ৱেবত বিক্রী হ’ল প্রায় ৮২ কোটি ভাৰতীয়ৰ ক’ভিড সম্পৰ্কীয় তথ্য । আধাৰ কাৰ্ড আৰু পাছপৰ্টৰ নাম…

ডাৰ্ক ৱেবত ৮১ কোটিতকৈও অধিক ভাৰতীয়ৰ ব্যক্তিগত তথ্য বিক্রী হোৱাৰ অভিযোগ উণ্থাপন হৈছে । বিক্রী হোৱা তথ্যত দেশৰ সাধাৰণ জনতাৰ আধাৰ কাৰ্ড আৰু পাছপোৰ্টৰ নাম, ঠিকনা আৰু ফোন নম্বৰ অন্তৰ্ভুক্ত হৈ আছে।আমেৰিকা যুক্তৰাষ্ট্ৰৰ চাইবাৰ সুৰক্ষা কোম্পানী

বিশ্বকাপৰ ইতিহাসত পূৰ্বে কেতিয়াও নোহোৱা ঘটনা ঘটিল ২০২৩ চনৰ বিশ্বকাপত, এদিনতে দুটা বিশেষ অভিলেখ

বিশ্বকাপ ২০২৩ বহু পৰিমানে বিশেষ বুলি প্ৰমাণিত হ’ব। প্ৰতিখন মেচৰ লগে লগে এই প্ৰতিযোগিতাত নতুন অভিলেখ গঢ় লৈ উঠিছে আৰু পুৰণি পৰিসংখ্যা সলনি হৈছে। আফগানিস্তান আৰু শ্ৰীলংকাৰ মাজত হোৱা খেলখনৰ ফলাফলত এই বিশ্বকাপ অধিক বিশেষ হৈ পৰিল। এই মেচখনৰ

২নবেম্বৰত গ্ৰেপ্তাৰ কৰিব দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালক । সংবাদ মেলত ক’লে দিল্লীৰ…

দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল চৰকাৰৰ মন্ত্রী তথা আম আদমি পাৰ্টিৰ নেত্রী আতিশীয়ে আজি সংবাদমেল সম্বোধন কৰি কয় যে, দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালক ২ নবেম্বৰত গ্ৰেপ্তাৰ কৰিব ED য়ে । ED য়ে আৱকাৰী নীতিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰৰ

শান্ত হোৱা মণিপুৰ! ফুটবল খেলি থাকোতেই উগ্ৰপন্থীৰ গুলীত মৃত্যু আৰক্ষী বিষয়াৰ

ক্ৰমান্বয়ে শান্ত হ’বলৈ ধৰা মণিপুৰত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। মঙলবাৰে পুৱা প্ৰীতি ফুটবল মেচ খেলি থকাৰ সময়তে এজন আৰক্ষী বিষয়াক গুলীয়াই হত্যা কৰা হয়। মৰেহৰ মহকুমা আৰক্ষী বিষয়া চিংথাম আনন্দক কুকি উগ্ৰপন্থীয়ে গুলীয়াই হত্যা

চাৰিদিনত তৃতীয়বাৰৰ বাবে মুকেশ আম্বানীলৈ আহিল মৃত্যুৰ ভাবুকি; ২০, ২০০ আৰু এইবাৰ ৪০০ কোটি..

আজি অৰ্থাৎ ৩১ অক্টোবৰত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে পুনৰ এজন অচিনাকি দুৰ্বৃত্তৰ পৰা ভাবুকিপূৰ্ণ ইমেইল লাভ কৰিছে। মেইলটোৰ জৰিয়তে ৪০০ কোটি টকাৰ দাবী কৰিছে। মঙলবাৰে আৰক্ষীয়ে এই তথ্য প্ৰদান কৰে। এজন বিষয়াই জনোৱা মতে,