সন্ত্ৰাসজৰ্জৰ জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ সফলতা; দুজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত
জম্মু-কাশ্মীৰৰ কুপৱাৰাত নিৰাপত্তাৰক্ষীৰ গুলীত দুজন দুৰ্ঘৰ্ষ সন্ত্ৰাসবাদী নিহত হৈছে। শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি উপত্যকাৰ মাচিল ছেক্টৰত সেনা আৰু আৰক্ষীৰ যৌথ অভিযানকাৰী দলে অভিযান চলাই আছে।
উক্ত অঞ্চলটোত সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি!-->!-->!-->…
কাটাৰৰ হঠকাৰী সিদ্ধান্ত; ভাৰতীয় নৌসেনাৰ ৮গৰাকী প্ৰাক্তন বিষয়াক মৃত্যুদণ্ডৰ শাস্তি
আৰবীয় দেশ কাটাৰৰ এক সিদ্ধান্তই স্তম্ভিত কৰি তুলিছে ভাৰতক। দৰাচলতে ৮গৰাকী ভাৰতীয়ক বৃহস্পতিবাৰে মৃত্যুদণ্ডৰ দৰে চৰম শাস্তি প্ৰদান কৰা হৈছে।
এই ক্ষেত্ৰত ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰি মৃত্যুদণ্ডৰ সিদ্ধান্তত ভাৰত স্তম্ভিত!-->!-->!-->…
ৰাজস্থান বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজস্থানত কংগ্ৰেছৰ বিৰুদ্ধে সক্রিয় ED .
ৰাজস্থান বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজস্থানত কংগ্ৰেছৰ বিৰুদ্ধে সক্রিয় হৈছে ই, ডি। কৰ্ণাটকৰ পাছত, এইবাৰ ৰাজস্থানত আৰম্ভ চলিছে E D ৰ অভিযান। বৃহস্পতিবাৰে , EDৰ বিষয়াসকলে ৰাজস্থান প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা বিধায়ক গোবিন্দ সিং দোতাছৰা আৰু!-->…
ভাৰতৰ সপোনৰ প্ৰকল্প বন্ধ কৰিবলৈ হামাছে ইজৰাইলত কৰিছে আক্ৰমণ : জ’ বাইডেনৰ দাবী
ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধ সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে এক বৃহৎ তথা ডাঙৰ দাবী উত্থাপন কৰিছে।
জ’ বাইডেনৰ মতে ইজৰাইলৰ ওপৰত হামাছে চলোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ এটা কাৰণ হ'ব পাৰে শেহতীয়াকৈ নতুন দিল্লীত অনুষ্ঠিত হোৱা!-->!-->!-->…
ভয়ংকৰ দুৰ্ঘটনাত ১২জনৰ মৃত্যু; পথৰ কাষত ৰৈ থকা টেংকাৰক প্ৰচণ্ড খুন্দা টাটা ছুম’ৰ
কৰ্ণাটকৰ চিকবল্লাপুৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত ১২ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন এজন লোক গুৰুতৰভাৱে আহত হয়।
এই দুৰ্ঘটনাটো বৃহস্পতিবাৰে পুৱা ৭.১৫ বজাত ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চিত্ৰৱতী যান-বাহন আৰক্ষী থানাৰ সন্মুখত!-->!-->!-->…
এম চিন্নস্বামী ষ্টেডিয়ামত আজি ইংলেণ্ড আৰু শ্ৰীলংকাৰ মাজত ২২ গজৰ যুঁজ । আজিৰ খেলত কোনে মাৰিব শেষ…
২৫ সংখ্যক আই চি চি এদিনীয়া বিশ্বকাপ ২০২৩ৰ এখন খেলত আজি অৰ্থাৎ বৃহস্পতিবাৰে খেলপথাৰত মুখামুখি হ'ব ইংলেণ্ড আৰু শ্ৰীলংকা। আজি দিনৰ ২ বজাৰ পৰা বাংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত আৰম্ভ হ'ব খেলখন।
আইচিচিৰ এদিনীয়া বিশ্বকাপ ২০২৩ত দুয়োটা!-->!-->!-->…
দুৰ্দান্ত ৰিয়ান; ক্ৰমাগত পাঁচটা অৰ্ধশতকেৰে সমালোচকক উচিত প্ৰত্যুত্তৰ
আই পি এলত পৰ্যাপ্ত সুযোগ পোৱাৰ পিছতো আশানুৰূপ প্ৰদৰ্শন কৰাত ব্যৰ্থ হোৱা অসমৰ প্ৰতিভাৱান ক্ৰিকেটাৰ ৰিয়ান পৰাগে চলিত চৈয়দ মুস্তাক আলী ট্ৰফীত দুৰ্দান্ত প্ৰদৰ্শনেৰে জয় কৰিছে অনুৰাগীৰ হৃদয়।
ঘৰুৱা টি-২০ চেম্পিয়নশ্বিপখনৰ প্ৰথমখন মেচত!-->!-->!-->…
বন্দুকধাৰীৰ নৃশংস আক্ৰমণ; ২২গৰাকী লোকৰ মৃত্যু, মৃত্যুৰে যুঁজি আছে বহু লোক
আমেৰিকাত পুনৰ বন্দুকধাৰীয়ে সাধাৰণ নাগৰিকৰ ওপৰত চলালে সংহাৰ। বুধবাৰে গভীৰ নিশা আমেৰিকাৰ লুইষ্টনত এজন ব্যক্তিয়ে চলোৱা নিৰ্বিচাৰ গুলীচালনাত ২২ জন লোকৰ মৃত্যু হৈছে।
এই চাঞ্চল্যকৰ গুলীচালনা ঘটনাৰ পিছত ৰাজ্যখনত ব্যাপক অৰাজকতাৰ সৃষ্টি হৈছে।
!-->!-->!-->!-->…
চাঞ্চল্যকৰ ঘটনা; ৰাজভৱনৰ মূল গেটত পেট্ৰ’ল বোমা নিক্ষেপ । ISHAN NEWS…
তামিলনাডুত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ৰাজ্যখনৰ ৰাজ্যপাল আৰ এন ৰবীৰ চৰকাৰী বাসগৃহ ৰাজভৱনৰ মূল গেটত পেট্ৰ’ল বোমা নিক্ষেপ কৰাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।দুপৰীয়া প্ৰায় ২.৪৫ বজাত কাৰুকা বিনোথ নামৰ এজন লোকে ৰাজভৱনৰ মূল গেটলৈ!-->…
৬৮ শতাংশ প্ৰাৰ্থী কোটিপতি; জানক কোন সবাটোকৈ ধনী আৰু কোন দুখীয়া প্ৰাৰ্থী । ISHAN NEWS…
অসমৰ চুবুৰীয়া ৰাজ্য মিজোৰামত অহা ৭ নৱেম্বৰত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিটো দলৰ প্ৰাৰ্থীসকল এতিয়া ব্যস্ত প্ৰচাৰত।
ৰাজ্যখনৰ ৰাজনীতি গৰম হৈ থকাৰ সময়তে নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ!-->!-->!-->!-->!-->…