তামিলনাডুত ভয়ংকৰ পথ দুৰ্ঘটনা; অসমৰ ৫গৰাকী শ্ৰমিকসহ ৭জনৰ কৰুণ মৃত্যু
সোমবাৰে তামিলনাডুৰ তিৰুৱন্নমলাই জিলাৰ চেংগাম চহৰৰ সমীপত এখন এছ ইউ ভি আৰু এখন চৰকাৰী বাছৰ মুখামুখি সংঘৰ্ষত নিহত হয় ৭ জন লোক।
আৰক্ষীয়ে জনোৱা মতে, আটাইকেইজনেই হছুৰৰ সমীপৰ এটা কাৰখানাৰ শ্ৰমিক। আয়ুধ পূজা উপলক্ষ্যে পুডুচেৰীৰ পৰা উভতি অহাৰ!-->!-->!-->…
২০২৪ চনৰ নিৰ্বাচনত ভোটদানৰ পূৰ্বে মনত ৰাখক এই কথা, ভোটাৰক কি বিশেষ আহ্বান মোহন ভাগৱতৰ
অহা বছৰ অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে মাজত আছে আৰু মাত্ৰ ৬ মাহ। ভোটাৰসকলক আকৰ্ষণ কৰিবলৈ এতিয়া ব্যস্ত প্ৰতিটো ৰাজনৈতিক দল।
ইয়াৰ মাজতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে ভোটাৰসকলক জনাইছে এক বিশেষ আহ্বান। তেওঁ ২০২৪!-->!-->!-->…
কাপোৰ ধুই আঙুলি শক্তিশালী কৰা বিষণ সিং বেদীৰ কিছু নজনা কথা…
ভাৰতীয় স্পিন বলিঙৰ কিম্বদন্তী। যিজনে এটা বলিং একচনেৰে চাৰি প্ৰকাৰৰ বলিং কৰিবলৈ সক্ষম হৈছিল। তেওঁ আছিল বিশ্বৰ শ্ৰেষ্ঠ স্পিনাৰ বুলি গণ্য কৰা শ্বেন ৱাৰ্নৰ আদৰ্শ।
আমি উল্লেখ কৰি থকা এইগৰাকী ক্ৰিকেটাৰ হৈছে ৭০ দশকৰ ভাৰতীয় দলৰ স্পিন বলিঙৰ!-->!-->!-->…
অচিনাক্ত বন্দুকধাৰীৰ ভয়ংকৰ আক্ৰমণ; ১২গৰাকী আৰক্ষীসহ ১৬জন লোকৰ মৃত্যু
মাদক দ্ৰব্য তথা ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত হিংসাত্মক পৰিস্থিতিৰ সন্মুখীন হৈ অহা মেক্সিকোত সোমবাৰে দুটাকৈ সশস্ত্ৰ আক্ৰমণত ১২ গৰাকী আৰক্ষীসহ কমেও ১৬ জন লোক নিহত হয়।
চৰকাৰী পক্ষই জনোৱা তথ্য অনুসৰি, প্ৰথমে গুয়েৰেৰো নামৰ এখন ৰাজ্যত অচিনাক্ত!-->!-->!-->…
বাংলাদেশত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা; ১৫গৰাকী লোক নিহত, আহত শতাধিক
সোমবাৰে বাংলাদেশত সংঘটিত হয় এক ভয়াৱহ ৰে’ল দুৰ্ঘটনা। এখন যাত্ৰীবাহী ৰে’ল আৰু এখন মালবাহী ৰে’লৰ মাজত হোৱা সংঘৰ্ষত ১৫ জন লোক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় কেইবাজনো লোক।
প্ৰশাসনে জানিব দিয়া অনুসৰি সোমবাৰে বিয়লি প্ৰায় ৪.১৫ বজাত!-->!-->!-->…
বিশ্বকাপত আজি ছামীয়ে গঢ়িলে অভিলেখ । পিছ পেলালে কুম্বলেক । ISHAN NEWS…
নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত বিশ্বকাপৰ আজি অনুষ্ঠিত খেলখনত মহম্মদ স্বামীয়ে প্ৰথম বলটোতে উইল ইয়ংক বলেৰে ভাৰতক সফলতা প্ৰদান কৰে। এই উইকেটৰ জৰিয়তে , ছামীয়ে বিশ্বকাপত ৩২ টা উইকেট দখল কৰি এক বিশেষ অভিলেখ গঢ়িবলৈ সক্ষম হয় ।
!-->!-->!-->!-->!-->…
নেপাল : ভূমিকম্পত ২০টা ঘৰ সম্পূৰ্ণৰূপে ধ্বংস, আংশিকভাৱে ক্ষতিগ্ৰস্ত ৭৫টা ঘৰ । ISHAN NEWS…
দেওবাৰে পুৱাৰে পৰা নেপালত হোৱা ভূমিকম্পৰ ফলত ২০টা ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ বিপৰীতে ৭৫টাতকৈও অধিক ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ পোৱা গৈছে।
ভূমিকম্পৰ কেন্দ্ৰবিন্দু আচিল ধাডিং জিলা। জিলা প্ৰশাসনৰ উদ্ধৃতি দি গৃহ মন্ত্ৰালয়ে!-->!-->!-->!-->!-->…
স্বভূমিত উপস্থিত হৈয়ে ভাৰত সন্দৰ্ভত ডাঙৰ মন্তব্য নৱাজ শ্বৰীফৰ
চাৰি বছৰৰ মূৰত স্বভূমিলৈ উভতি অহা পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে দেশখনক কঠিন অৰ্থনৈতিক পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰি পুনৰ উন্নয়নৰ পথত আগবঢ়াই নিয়াৰ পোষকতা কৰে।
ভাৰতৰ নাম নোলোৱাকৈয়ে তেওঁ কয় যে চুবুৰীয়া দেশৰ লগত যুঁজি আমি!-->!-->!-->…
ভ্রাম্যমানৰ মঞ্চৰ পৰা ‘ৰেলৰ আলি দুবৰী বনলৈ’ অনেক গীতত , সুৰ-কণ্ঠ-সংগীতৰ স্বাক্ষৰ ৰাখি থৈ গ’ল দশৰথ…
ভ্রাম্যমাণ আৰু অসমীয়া ছবি জগতৰ বিশিষ্ট সংগীত পৰিচালক, গীতিকাৰ, সুৰকাৰ , কণ্ঠশিল্পী দশৰথ দাস আৰু নাই । দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকা সংগীত পৰিচালক গৰাকীয়ে ভ্রাম্যমান নাট্যজগত উকা কৰি শনিবাৰে নিশা বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ!-->…
বিশাল বিমানেৰে যুদ্ধ বিধ্বস্ত গাজালৈ সাহায্য সামগ্ৰী প্ৰেৰণ ভাৰতৰ
ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধৰ মাজতে গাজাবাসীৰ বাবে মানৱীয় সাহায্য প্ৰেৰণ কৰিছে ভাৰতে। হামাছৰ ওপৰত ইজৰাইলৰ প্ৰতিশোধমূলক আক্ৰমণৰ বাবে সম্প্ৰতি বৃহৎ সংকটৰ সন্মুখীন হৈছে গাজাবাসী।
ভাৰতে সহায়ৰ হাত আগবঢ়াই মানৱীয় সাহায্য প্ৰেৰণ কৰাৰ!-->!-->!-->…