ISHAN NEWS – Always One Step Ahead of Time…

চাৰি বছৰৰ পিছত স্বভূমিলৈ উভতিব পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফ

আজি স্বভূমিলৈ উভতি আহিব পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফ। বিগত চাৰি বছৰ ধৰি তেওঁ পাকিস্তানৰ বাহিৰত আছিল। নিৰ্বাচনৰ ঠিক পূৰ্বে তেওঁ পাকিস্তানলৈ উভতি অহাটোৱে ৰাজনীতিত প্ৰত্যাৱৰ্তনৰ ইংগিত প্ৰদান কৰিছে। ইফালে প্ৰাক্তন

ভয়ংকৰ পথ দুৰ্ঘটনা; ট্ৰাক আৰু পিকআপৰ সংঘৰ্ষত দুজন লোকৰ মৃত্যু, ৮জন আহত

ৰাজস্থানৰ ছিকাৰ জিলাৰ লক্ষ্মনগড়ত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ছীচান্স বাছ ষ্টেণ্ডৰ সমীপত সংঘটিত দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে ৮ জন আহত হয়। জানিব পৰা অনুসৰি, এখন ট্ৰাক আৰু পিকআপৰ মাজত হোৱা সংঘৰ্ষৰ

ৰ’ভাৰ ‘প্রজ্ঞান’ আৰু লেণ্ডাৰ ‘বিক্রম’ সন্দৰ্ভত ডাঙৰ খবৰ । কি ক’লে ইছৰোৰ অধ্যক্ষ এছ, সোমনাথে ?…

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে শেহতীয়াকৈ চন্দ্ৰযান-৩ অভিযান সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ কথা সদৰী কৰিছে। ইছৰোৰ অধ্যক্ষ এছ সোমনাথে বৃহস্পতিবাৰে চন্দ্ৰপৃষ্ঠত শীতল নিদ্ৰাত থকা ৰ'ভাৰ প্রজ্ঞান পুনৰ সক্রিয় হৈ উঠাৰ ইংগিত প্রদান কৰে ।

দুৰ্গা পূজাক লৈ মহানগৰ যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা; সুৰাপায়ীৰ বিৰুদ্ধে কঠোৰ হ’ব আৰক্ষী

আজি মহাষষ্ঠী। ষষ্ঠীৰ বেদীত আজি অধিষ্ঠিত কৰা হ'ব দেৱী দুর্গাক। আজিৰ পৰাই ৰাজ্যত উলহ-মালহেৰে উদযাপন হ’ব দুৰ্গা পূজা। ইয়াৰ মাজতে গুৱাহাটীবাসীৰ বাবে যান-বাহনৰ ক্ষেত্ৰত কেতবোৰ বিশেষ নীতি-নিৰ্দেশনা জাৰি কৰা হৈছে। শুকুৰবাৰে যান-বাহন

হাৰ্ডিক পাণ্ডিয়া কেনে আছে ? বিশ্বকাপৰ পৰৱৰ্তী খেলত দেখা যাবনে হাৰ্ডিক পাণ্ডিয়াক । ISHAN NEWS…

বৃহস্পতিবাৰে বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত খেলত আঘাত পোৱাৰ পাছত খেলৰ পৰা আঁতৰি থাকিব লগা হয় হাৰ্ডিক পাণ্ডিয়া ।ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড অৰ্থাৎ BCCI শেহতীয়াকৈ জানিবলৈ দিয়া মতে, হাৰ্দিক পাণ্ডিয়াই দেওবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া

ডিভাইডাৰত প্ৰচণ্ড খুন্দা আপেল ভৰ্তি ট্ৰাকৰ; থিতাতে নিহত ৪ জনকৈ লোকৰ

শ্ৰীনগৰ-জম্মু ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত চাৰিজন লোকৰ মৃত্যু হয়। শুকুৰবাৰে পুৱতি নিশা প্ৰায় ২ বজাত জম্মুৰ উপকণ্ঠ জ্জজ্জৰ কোটলীত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি আৰক্ষীয়ে জনায়। জানিব পৰা অনুসৰি, এখন আপেলভৰ্তি

কটন বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাৰ নিৰ্বাচনত নিৰ্দলীয় প্রাৰ্থীৰ জয়জয়কাৰ

আজি ফলাফল ওলাল ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাৰ নিৰ্বাচনৰ ।ছাত্র একতাসভাৰ সভাপতি পদত : হিমাংশু কুমাৰ দাসউপসভাপতি পদত : অক্ষয়তা দাসসাধাৰণ সম্পাদকৰ পদত : জাভেদ আখটাৰসহকাৰী সাধাৰণ সম্পাদকৰ পদত : গাৰ্গী শৰ্মাতৰ্ক বিভাগৰ সম্পাদকৰ

চাঞ্চল্যকৰ! নিশা দোকান বন্ধ কৰি ঘৰলৈ উভতাৰ পথত দুই ভাতৃক গুলীয়াই হত্যা

বিহাৰৰ সমস্তীপুৰ জিলাত বুধবাৰে গভীৰ নিশা সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। দোকান বন্ধ কৰি ঘৰলৈ আহি থকা অৱস্থাত দুই ভাতৃক অচিনাক্ত অস্ত্ৰধাৰীৰ দলে গুলীয়াই হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ৰোছৰা থানাৰ অন্তৰ্গত ৰোছডা-সিংহিয়া ৮৮ নং