ISHAN NEWS – Always One Step Ahead of Time…

ইজৰাইল-হামাছৰ যুদ্ধত এতিয়ালৈ কিমানে হেৰুৱালে প্ৰাণ? জানিবলৈ পঢ়ক….

যোৱা ১৩ দিন ধৰি চলি থকা হামাছ-ইজৰাইল যুদ্ধত এতিয়ালৈকে মৃত্যুৰ সংখ্যা প্ৰায় পাঁচ হাজাৰ অতিক্ৰম কৰাৰ বিপৰীতে হাজাৰ হাজাৰ লোক আহত আৰু গৃহহীন হৈ পৰিছে। ৰাষ্ট্ৰসংঘৰ মানৱীয় পৰিক্ৰমা সমন্বয়ৰ কাৰ্যালয়ে শেহতীয়াকৈ প্ৰকাশ কৰা তথ্য অনুসৰি

মহানগৰবাসীলৈ পূজাৰ উপহাৰ । মুকলি হ’ল শ্ৰদ্ধাঞ্জলি উৰণ সেতু ।

বহু অপেক্ষাৰ অন্তত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে মহানগৰীৰ জু ৰোডৰ শ্ৰদ্ধাঞ্জলি উৰণ সেতু ।সৰ্বমুঠ ২২৮৩ মিটাৰ দৈৰ্ঘৰ উৰণ সেতু খনৰ নিৰ্মাণ ব্যয় ৩১৬ কোটি ১১ লাখ টকা । উৰণ সেঁতুখনৰ ৰাধা গোবিন্দ বৰুৱা পথৰ দৈৰ্ঘ ১৯৭০ মিটাৰ আৰু

আঘাতপ্ৰাপ্ত হৈ খেলপথাৰ ত্যাগ হাৰ্দিক পাণ্ডিয়াৰ, চিন্তিত ৰোহিত শৰ্মাসহ ভাৰতীয় শিৱিৰ!

আজি ভাৰত-বাংলাদেশৰ মাজত অনুষ্ঠিত হৈ আছে এদিনীয়া বিশ্বকাপৰ এখন গুৰুত্বপূৰ্ণ মেচ। পুনেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা মেচখনত বাংলাদেশে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। ভাৰতৰ হৈ বলিং আক্ৰমণৰ

আগে আগে জো বাইডেন, পাছে পাছে ঋষি ছুনাক

বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন ইজৰাইলত উপস্থিত হোৱাৰ পাছত আজি ব্ৰিটেইনৰ প্রধানমন্ত্রী ঋষি ছুনাক উপস্থিত হয় ইজৰাইলত । বাইডেনৰ পাছত ঋষি ছুনাকৰ ইজৰাইল ভ্রমণক লৈ আৰম্ভ হৈছ ব্যাপক চৰ্ছা ।ইজৰাইলত উপস্থিত হৈ যুদ্ধৰ ধ্বংসলীলা দেখি শোক

আদালতৰ নিৰ্দেশত কংগ্ৰেছ প্ৰাৰ্থীৰ ঘৰত অসম আৰক্ষীৰ অভিযান

বিধানসভা নিৰ্বাচনক লৈ ব্যস্ত থকা মধ্যপ্ৰদেশৰ কংগ্ৰেছ প্ৰাৰ্থীৰ ঘৰত অসম আৰক্ষীৰ অভিযান। আজি পুৱা অসম আৰক্ষীৰ এটা দলে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা টিকামগড় বিধানসভা সমষ্টিৰ প্ৰাৰ্থী যাদবেন্দ্ৰ সিং বুণ্ডেলাৰ ঘৰত অভিযান চলায়। মধ্যপ্ৰদেশ

আজি ভাৰত বাংলাদেশৰ যুদ্ধ । বিশ্ব ৰেকৰ্ড গঢ়াৰ সম্ভাৱনা শুভমন গিলৰ ।

ডেংগুৰ বাবে বিশ্বকাপৰ প্ৰথম দুখন খেলৰ পৰা বঞ্চিত হৈছিল শুভমন গিল । সেই দুখন খেলৰ পৰা বঞ্চিত নোহোৱা হ'লে শুভমন গিলে ইতিমধ্যে হয়টো গঢ়িলে হেতেন বিশ্ব ৰেকৰ্ড ।প্রথমবাৰৰ বাবে বিশ্বকাপত, বিশ্ব অভিলেখৰ দুৱাৰ দলিত ৰৈ আছে শুভমন গিল । বাংলাদেশৰ

অটো ৰিক্সাত প্ৰচণ্ড খুন্দা তীব্ৰবেগী জীপৰ; তিনিজন যাত্ৰীৰ থিতাতে মৃত্যু

বুধবাৰে নিশা কেৰালাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। ৰাজ্যখনৰ পংকুন্নাম-পালা পথত সংঘটিত দুৰ্ঘটনাত তিনিজন লোকে প্ৰাণ হেৰুৱাইছে।জানিব পৰা মতে, তীব্ৰ বেগী এখন জীপে নিয়ন্ত্ৰণ হেৰুৱাই এখন অটো ৰিক্সাত প্ৰচণ্ড খুন্দা মাৰে। এই সংঘৰ্ষৰ পিছতেই