ISHAN NEWS – Always One Step Ahead of Time…

ইজৰাইলৰ মিছাইল আক্ৰমণত এজন সাংবাদিক নিহত আৰু ৬ জন আহত। ISHAN NEWS…

লেবাননত ইজৰাইলে চলোৱা মিছাইল আক্রমণত মৃত্যু হয় সংবাদ সংস্থা ৰয়টাৰ্ছৰ সাংবাদিক ইছাম আব্দুলাৰ । লাইভ ভিডিঅ' সংকেত প্ৰেৰণ কৰি থকাৰ সময়তে মৃত্যু হয় সাংবাদিক গৰাকীৰ । এটা পাহাৰৰ কাষত কেমেৰাটো থৈ সাংবাদিক গৰাকী ব্যস্ত হৈ থকাৰ সময়তে প্ৰচণ্ড

১২৮ বছৰৰ পাছত পুনৰ অলিম্পিকলৈ ক্ৰিকেট; আয়োজক দেশৰ প্ৰস্তাৱত মঞ্জুৰি

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিয়ে আজি মুম্বাইত লছ এঞ্জেলেছ ২০২৮ অলিম্পিকৰ বাবে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত ক্ৰিকেট, ফ্লেগ ফুটবলকে ধৰি আন পাঁচবিধ খেলক অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক

ছবছৰৰ পিছত ভাৰতীয় বুলি গণ্য ৫০ বছৰীয়া মহিলা; সামান্য ভুলৰ বাবে হৈ পৰিছিল অবৈধ প্ৰব্ৰজনকাৰী  

অসমত বসবাস কৰা বহু লোকে নথি-পত্ৰৰ অভাৱত নিজকে ভাৰতীয় নাগৰিক বুলি প্ৰমাণ কৰাৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে। তেনে এটা গোচৰত এগৰাকী মহিলাই বিগত ছবছৰ ধৰি অবৈধ প্ৰব্ৰজনকাৰী হোৱাৰ পৰিণতি ভোগ কৰিবলগীয়া হৈ আছিল। কিন্তু

ইজৰাইলৰ ওপৰত আক্ৰমণ চলোৱা হামাছৰ শক্তিৰ আঁৰৰ চাৰিখন মুখ

সমগ্ৰ বিশ্বৰ দৃষ্টি এতিয়া ইজৰাইল-হামাছ যুদ্ধৰ ওপৰত। বিগত ৭ অক্টোবৰ অৰ্থাত শনিবাৰে হামাছে চলোৱা অতৰ্কিত আক্ৰমণৰ পিছৰে পৰা ইজৰাইলেও তীব্ৰতৰ কৰি তুলিছে আক্ৰমণ। ইজৰাইলে গাজা সীমান্তলৈ টেংকৰসহ প্ৰায় ৩ লাখ ৰিজাৰ্ভ বাহিনী প্ৰেৰণ কৰিছে।

চাঞ্চল্যকৰ! বন্ধ কোঠাৰ ভিতৰত উদ্ধাৰ মাতৃ-পুত্ৰৰ মৃতদেহ

মঙলদৈত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। বন্ধ কোঠাৰ ভিতৰত মাতৃ আৰু পুত্ৰৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। মৃতদেহ উদ্ধাৰ হোৱা মাতৃগৰাকীক ৭৫ বছৰীয়া দুৰ্গেশ্বৰী দেৱী আৰু পুত্ৰজনক ৫৫ বছৰীয়া বিৰাজ শৰ্মা বুলি চিনাক্ত

কাইলৈ বিশ্বকাপত ভাৰত বনাম পাকিস্তান । বতৰে খেলত প্রভাব পেলোৱাৰ সম্ভাৱনা সন্দৰ্ভত কি ক’লে বতৰ…

আৰু মাত্র কেইটামান ঘণ্টা । অন্ত পৰিব ক্রিকেট অনুৰাগীৰ অধীৰ অপেক্ষা। কাইলৈ অৰ্থাৎ শনিবাৰে অনুষ্ঠিত হব ভাৰত-পাকিস্তানৰ মাজৰ বিশ্বকাপৰ খেল। ভাৰত পাকিস্তানৰ খেল মানেই যেন এখন অঘোষিত যুদ্ধ । এইখন খেলক লৈ বিশ্বকাপৰ জ্বৰত আক্রান্ত প্রতিগৰাকী

চাৰিটা স্থান পিছুৱাই ক্ষুধাৰ্ত দেশৰ তালিকাত ১১১ নম্বৰত ভাৰত

গ্লোবেল হাংগাৰ ইণ্ডেক্স ২০২৩-ত আৰু অধিক তললৈ নামিল ভাৰত। বৃহস্পতিবাৰে প্ৰকাশিত গ্লোবেল হাংগাৰ ইণ্ডেক্সৰ নতুন তালিকাত ১২৫খন দেশৰ ভিতৰত ১১১ নম্বৰ স্থান লাভ কৰিছে বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ দেশ ভাৰতে। ২০২২ চনৰ সমীক্ষাত ১২১খন দেশৰ