ISHAN NEWS – Always One Step Ahead of Time…

ৰাষ্ট্ৰীয় স্বাৰ্থ ত্যাগ কৰাটো কংগ্ৰেছৰ DNA-ত আছে : কিয় হিমন্ত বিশ্ব শৰ্মাই ক’লে এইদৰে?

মধ্য প্ৰাচ্যত এতিয়া যুদ্ধৰ বিভীষিকাময় পৰিৱেশ। পেলেষ্টাইনী সন্ত্ৰাসবাদী গোট হামাছ আৰু ইজৰাইলৰ মাজত চলি থকা ভয়ংকৰ যুদ্ধত এতিয়া দিশহাৰা সাধাৰণ লোক। ইজৰাইল-পেলেষ্টাইনৰ ভূমিত এতিয়া কেৱল মৃতদেহৰ দ’ম। দুয়ো পক্ষৰ আক্ৰমণ-প্ৰত্যাক্ৰমণত মৃত্যু

ভাৰত-পাকিস্তান মেচৰ পূৰ্বে নৰেন্দ্ৰ মোদী ষ্টেডিয়াম বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

৫ অক্টোবৰৰ পৰা ভাৰতৰ ভূমিত আৰম্ভ হৈছে এদিনীয়া ক্ৰিকেটৰ আটাইতকৈ ৰোমাঞ্চকৰ প্ৰতিযোগিতা বিশ্বকাপ। আয়োজক দেশ ভাৰতে বিজয়েৰে অভিযান আৰম্ভ কৰাৰ পিছত আজি আফগানিস্তানৰ বিৰুদ্ধে খেলি আছে দ্বিতীয়খন মেচ। আজিৰ মেচখনৰ পিছতে ভাৰতে অহা ১৪ অক্টোবৰত

পাঠানকোট আক্রমণৰ মাষ্টাৰমাইণ্ড ছাহিদ লটিফক পাকিস্তানত হত্যা

পাঠানকোট আক্রমণৰ মাষ্টাৰমাইণ্ড তথা ম'ষ্ট ৱাণ্টেড সন্ত্রাসবাদী ছাহিদ লতিফক বুধবাৰে পাকিস্তানত হত্যা কৰে অচিনাক্ত দুৰ্বৃত্তই।২০১৬ বৰ্ষত পাঞ্জাৱৰ পাঠানকোটৰ বায়ুসেনাৰ এয়াৰ বেছত ভয়ংকৰ আক্রমণ চলাইছিল জয়ছ ই মহম্মদে । এই আক্রমণত ভাৰতীয় সেনাৰ ৭ জন

জগন্নাথ মন্দিৰ দৰ্শনাৰ্থীৰ বাবে ডাঙৰ খবৰ; ভক্তসকলে পিন্ধিব নোৱাৰিব এইসমূহ পোছাক

ওড়িশাৰ পুৰিস্থিত জগন্নাথ মন্দিৰ দৰ্শন কৰিবলৈ যোৱা ভক্তসকলে মানি চলিব লাগিব বিশেষ পোছাক বিধি (ড্ৰেছ কোড)। এতিয়াৰে পৰা শ্বৰ্ট, ফটা জিন্স তথা স্কাৰ্ট পিন্ধি মন্দিৰত প্ৰৱেশ কৰিব নোৱাৰিব। জগন্নাথ মন্দিৰ প্ৰশাসনে কয় যে, দেশৰ বিভিন্ন

গৌতম আদানীক বহু দুৰত পাছ পেলায় শীৰ্ষ স্থান দখল মুকেশ আম্বানীৰ । বৃহৎ ক্ষতি আদানী সাম্ৰাজ্যৰ । ISHAN…

২০২৩ বৰ্ষৰ বাবে হুৰুন ইণ্ডিয়াই প্রকাশ কৰা চহকী ব্যক্তিৰ তালিকাত ভাৰতৰ আটাইতকৈ চহকী ব্যক্তিৰ তালিকাৰ শীৰ্ষত স্থান লাভ কৰিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে । আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানিক বহু দুৰত পাছ পেলায়

হামাছৰ নিঃশেষ নিশ্চিত! ইজৰাইলক সহায় কৰিবলৈ অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত বিমান প্ৰেৰণ আমেৰিকাৰ

হামাছৰ আক্ৰমণৰ বিৰুদ্ধে যুঁজ দি থকা ইজৰাইলক সহায়ৰ বাবে হাত আগবঢ়াইছে আমেৰিকাই। হামাছক সম্পূৰ্ণৰূপে নিঃশেষ কৰিবলৈ মঙলবাৰে গভীৰ নিশা আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ইজৰাইলক প্ৰতিটো ক্ষেত্ৰতে সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। কেৱল এয়াই

গিল সুস্থ হৈ নুঠিলে কোনে বিশ্বকাপ দলত পাব সুযোগ? BCCI-এ ল’ব পাৰে ডাঙৰ সিদ্ধান্ত

ডেংগু ৰোগত আক্ৰান্ত হৈ বিশ্বকাপৰ প্ৰথম মেচখনৰ পৰা আঁতৰি থাকিবলগীয়া হোৱা ভাৰতৰ অ’পেনিং বেটছমেন শুভমন গিল এতিয়া আফগানিস্তানৰ বিৰুদ্ধে খেলিবলগীয়া মেচখনৰ পৰাও বাহিৰ হৈছে। গিলৰ প্লেটলেটৰ সংখ্যা কমি যোৱাৰ বাবে চেন্নাইৰ এখন চিকিৎসালয়ত ভৰ্তি

যুদ্ধ! মুছলমান-ইহুদী-খ্ৰীষ্টান। ইজৰাইল-পেলেষ্টাইন-হামাছ। কি কয় ইতিহাসে?

ইজৰাইলত যুদ্ধ ।এই যুদ্ধত দৈনিক বৃদ্ধি পাইছে মৃতকৰ সংখ্যা ।বিস্তৃৰ্ণ অঞ্চলজুৰি কেৱল গোলা বাৰুদৰ শব্দ । ধোঁৱা আৰু ছাইৰ মাজত নৰমাংসৰ গোন্ধ । একভয়াবহ পৰিবেশ । ইজৰাইলৰ ওপৰত উগ্ৰপন্থী গোট হামাছে কৰা আক্ৰমণ আৰু তাৰপাছত গাজাৰ ওপৰত ইজৰাইলৰ

পেলেষ্টাইনৰ সমৰ্থনত সমদল; আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ ৪ ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে গোচৰ

ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত চলি থকা যুদ্ধৰ মাজতে উত্তৰ প্ৰদেশৰ আলিগড় মুছলিম বিশ্ববিদ্যালয়ত পেলেষ্টাইনৰ সমৰ্থনত উলিওৱা সমদলৰ সৈতে জড়িত চাৰিজন ছাত্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে। এখন আগশাৰীৰ ৰাষ্ট্ৰীয় বাতৰি