ISHAN NEWS – Always One Step Ahead of Time…

ৰক্তক্ষয়ী যুদ্ধৰ মাজতে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কি কথা হ’ল ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ.. জানো আহক

মধ্যপ্ৰাচ্যত নতুনকৈ উত্তেজনাৰ সৃষ্টি কৰি ইজৰাইল আৰু পেলেষ্টাইনী সশস্ত্ৰ সংগঠন হামাছৰ মাজত আৰম্ভ হোৱা যুদ্ধৰ মাজতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ফোন ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ। ফোনযোগে বাৰ্তালাপ কৰা নেতানিয়াহুৱে

অমৃত কলহ যাত্ৰাত অংশ লোৱা দুই কংগ্ৰেছী নেতাক দলৰ পৰা নিলম্বন

বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত ৰাজ্যজুৰি চলি থকা অমৃত কলহ যাত্ৰাত অংশ লোৱাৰ বাবে কংগ্ৰেছৰ দুই নেতাক নিলম্বন কৰা হৈছে। মঙলবাৰে গুৱাহাটীস্থিত অসম প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ পৰা এক নিলম্বন পত্ৰৰ জৰিয়তে এই নিৰ্দেশনা প্ৰদান কৰা হয়।

পুনৰ এনকাউণ্টাৰ; নিৰাপত্তাৰক্ষীৰ হাতত নিহত লস্কৰ-ই-তৈবাৰ ২ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰৰ শ্বোপিয়ান জিলাৰ আলশ্বিপোৰা অঞ্চলত মঙলবাৰে পুৱা নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত হোৱা এক এনকাউণ্টাৰত দুজন সন্ত্ৰাসবাদী নিহত হয়। এই তথ্য সদৰি কৰে আৰক্ষীয়ে। নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হোৱা উগ্ৰপন্থী সদস্য

মহিলাৰ শ্রমৰ বজাৰ, লিংগ বৈষম্যৰ অৰ্থনৈতিক সূত্রৰ বাবে আমেৰিকাৰ ৭৭ বছৰীয়া অধ্যাপিকালৈ অৰ্থনীতিৰ নোবেল…

হাভাৰ্ড বিশ্ববিদ্যালয়ৰ অৰ্থনীতিৰ অধ্যাপিকা ক্লাউডিয়া গ’ল্ডিনলৈ আগবঢ়োৱা হয় ২০২৩ বৰ্ষৰ অৰ্থনীতিৰ নোবেল বঁটা। মহিলাৰ শ্ৰমৰ বজাৰৰ ফলাফলৰ বিষয়ে বুজাবুজি উন্নত কৰাৰ বাবে, নোবেল বঁটা লাভ কৰে ক্লাউডিয়া গ’ল্ডিনে । গ‘ল্ডিনে কৰ্মক্ষম মহিলাসকলৰ ওপৰত

নতুন শিক্ষানীতিৰ আধাৰত ১৬ ফেব্ৰুৱাৰীৰ পৰা ২০২৪ৰ মেট্ৰিক পৰীক্ষা । মেট্ৰিকৰ সম্পূৰ্ণ সময়সূচী ISHAN…

ছেবাই ঘোষণা কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দিন। ১৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া মেট্ৰিক পৰীক্ষা ৪ মাৰ্চলৈকে চলিব। নতুন শিক্ষানীতিৰ আধাৰত এইবাৰ অনুষ্ঠিত হব মেট্ৰিক পৰীক্ষা । ১৬ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হবলগীয়া HSLC পৰীক্ষাৰ সময়

৫ ৰাজ্যৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা। ISHAN NEWS

৩ ডিচেম্বৰত ৫ ৰাজ্যৰ ভোট গণনা । আজি দেশৰ ৫ ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা কৰে দেশৰ নিৰ্বাচন আয়োগে । ৰাজস্থান, ছত্তীশগড় , মধ্যপ্রদেশ, তেলেংগনা আৰু মিজোৰাম বিধানসভাৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা হয় । মিজোৰামত ৭ নৱেম্বৰত, ছত্তীশগড়ত ৭ আৰু

পাকিস্তানৰ বিৰুদ্ধে বিশ্বকাপৰ খেলত টিম ইণ্ডিয়াক দেখা যাব কমলা ৰঙৰ জাৰ্চীত ! কি কয় বিচিচিআইয়ে ?…

ভাৰতীয় দলৰ জাৰ্চীক লৈ সৰৱ চৰ্ছা ছচিয়েল মিডিয়াত। বিশ্বকাপৰ খেলত পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় দলক কমলা ৰঙৰ জাৰ্চিত দেখা যাব বুলি সৰস আলোচনা চলিছে সামাজিক মাধ্যমত । এই সন্দৰ্ভত সোধা এক প্রশ্নৰ উত্তৰত বিচিচিআইৰ কোষাধ্যক্ষ

যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এয়াৰ ইণ্ডিয়াই ১৪ অক্টোবৰলৈ বাতিল কৰিলে সকলো বিমান

ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত চলি থকা যুদ্ধৰ মাজতে এয়াৰ ইণ্ডিয়াই ইজৰাইলৰ পৰা বিমান সেৱা বাতিল কৰিছে। এয়াৰ ইণ্ডিয়াৰ মুখপাত্ৰই কয় যে আমাৰ যাত্ৰী আৰু ক্ৰুৰ সুৰক্ষাৰ বাবে ইজৰাইলৰ টেল আভিভৰ পৰা এয়াৰ ইণ্ডিয়াৰ বিমান ১৪ অক্টোবৰলৈকে বন্ধ