ISHAN NEWS – Always One Step Ahead of Time…

বেটিং নকৰাকৈয়ে ভাৰতে এছিয়ান গেমছত লাভ কৰিলে স্বৰ্ণ পদক

চীনৰ হাংঝোত চলি থকা এছিয়ান গেমছত ভাৰতীয় পুৰুষ দলটোৱে ক্ৰিকেটত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে। বৰষুণৰ বাবে ফাইনেল মেচখন সম্পূৰ্ণ নহ’ল যদিও চেম্পিয়ন হয় ভাৰত। প্ৰতিযোগিতাখনত ৰূপৰ পদকে সন্তুষ্ট থীকিবলগীয়া হয় আফগানিস্তান। হাংঝোৰ পিংফেং

ভগৱানৰূপী চিকিৎসক । পুনৰ জীৱন লাভ তিনিবছৰীয়া শিশুৰ । ISHAN NEWS…

এগৰাকী চিকিৎসক বহু ৰোগীৰ বাবে হৈ উঠে ভগৱানৰ দৰে। শেহতীয়াকৈ, ফ্লৰিডাৰ এগৰাকী ভগৱানৰূপী চিকিৎসকৰ কাহিনীয়ে সকলোৰে হৃদয় স্পৰ্শ কৰিছে। অলপতে ফ্লৰিডাৰ শিশুৰোগ বিশেষজ্ঞ আলী আলচামাৰাই এটি কেঁচুৱাক দান কৰে অস্থি মজ্জা । চিকিৎসক

আৰম্ভ আন এখন যুদ্ধ! ৫০০০ ৰকেটেৰে ইজৰাইলত আক্ৰমণ হামাছৰ

ইজৰাইল আৰু পেলেষ্টাইনৰ মাজৰ পৰিস্থিতি পুনৰ অধিক ভয়াৱহ হৈ পৰিছে। দুয়োখন দেশৰ মাজত চলি থকা উত্তেজনা আৰু সংঘাতৰ মাজতে ৭ অক্টোবৰ অৰ্থাত শনিবাৰে পুৱাই হামাছৰ সন্ত্ৰাসবাদীয়ে ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলায়। হামাছৰ সন্ত্ৰাসবাদীয়ে প্ৰথম

ছিকিমত এতিয়াও সন্ধানহীন ১৫০ জন । ৩ হাজাৰতকৈ অধিক পৰ্যটক পানীৰ মাজত আৱদ্ধ।

ছিকিমৰ তিস্তা নদীত হথাৎ হোৱা বানৰ ফলত মৃতকৰ সংখ্যাই অৰ্ধশতকৰ ঘৰ অতিক্রম কৰে । এইসকল মৃতকৰ ভিতৰত আছে সাতজনকৈ সেনা জোৱান। জলপ্রলয়ত সন্ধানহীন হোৱা বহুলোক এতিয়াও ধ্বংসাৱশেষৰ তলত পোত খাই থকাৰ আশংকা কৰিছে প্রশাসনে। ছিকিম চৰকাৰৰ তথ্য অনুসৰি,

ভয়ংকৰ বিমান দুৰ্ঘটনা; দুজন ভাৰতীয় পাইলটসহ তিনিজনৰ মৃত্যু

কানাডাৰ ভেংকুৱাৰৰ সমীপৰ চিল্লিৱেকত সংঘটিত হৈছে বিমান দুৰ্ঘটনা। এই বিমান দুৰ্ঘটনাটোত দুজন ভাৰতীয় প্ৰশিক্ষাৰ্থী পাইলটসহ তিনিজন লোকৰ মৃত্যু হয়। স্থানীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, বিমানখনে গছত খুন্দিওৱাৰ ফলত এই দুৰ্ঘটনাটো

এছিয়ান গেমছত ‘শতকে’ৰে ইতিহাস ৰচিলে ভাৰতে। ‘ইছবাৰ ১০০ পাৰ’ শ্ল’গানৰ সফল ৰূপায়ন ।

চলিত এছিয়ান গেমছত ইতিহাস ৰচিলে ভাৰতে । পদকৰ তালিকাত ভাৰতে লাভ কৰা পদকৰ সংখ্যাই স্পৰ্শ কৰিলে শতকৰ ঘৰ ।২০২৩ বৰ্ষৰ আৰম্ভ হোৱাৰ আগতেই এছিয়ান গেমছৰ বাবে ভাৰতৰ শ্ল’গান আছিল 'ইছবাৰ ১০০ পাৰ' । এই শ্ল’গানেৰে ভাৰতে লক্ষ্য নিৰ্দ্ধাৰণ কৰিছিল চলিত

২০২৩ বৰ্ষৰ শান্তিৰ নোবেল বঁটাৰে সন্মানিত নাৰ্গিছ মহম্মদী কোন ?

২০২৩ বৰ্ষৰ শান্তিৰ নোবেল বঁটাৰে সন্মানিত কৰা হয় ইৰাণৰ সংগ্ৰামী মহিলা সমাজকৰ্মী নাৰ্গিছ মহম্মদীক । ১৯৭২ চনৰ ২১ এপ্ৰিলত জন্মগ্ৰহণ কৰা নাৰ্গিছ মহম্মদীয়ে ইৰাণৰ মহিলা সকলৰ ওপৰত চলা উৎপীড়নৰ বিৰুদ্ধে মাত মাতিছিল । নোবেল বঁটা কমিটিয়ে নাৰ্গিছ

বাঢ়নী পানীত উটি অহা মৰ্টাৰ শ্বেল বিস্ফোৰণ ঘটি দুজনৰ মৃত্যু, কেইবাজনো আহত

ছিকিমত ডাৱৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ ৰূপ ধাৰণ কৰা তিস্তা নদীৰ বাঢ়নী পানীয়ে পশ্চিমবংগৰ জলপাইগুৰি জিলাতো ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। তীস্তা নদীৰ বাঢ়নী পানীত উটি অহা এটা মৰ্টাৰ শ্বেল বিস্ফোৰণ হোৱাৰ ফলত দুজন লোক নিহত হোৱাৰ লগতে আন চাৰিজন

ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীক প্রশংসা কৰি পুটিনে কি ক’লে ? ISHAN NEWS…

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ভাৰত আৰু ৰাছিয়া সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়োৱাৰ লগতে পশ্চিমীয়া দেশ সমূহকো সকীয়াই দিয়ে পুটিনে । এই সন্দৰ্ভত পুটিনে কয় যে, দুয়োখন দেশৰ মাজত বিভাজনৰ সৃষ্টি কৰিব বিচৰা সকল কেতিয়াও সফল হ'ব

সেনা শিবিৰত ভয়ংকৰ গুলীচালনা; ৩ সেনা বিষয়াসহ ৫ গৰাকী আহত

বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ এটা সেনা শিবিৰৰ ভিতৰত এজন বিষয়াই সহকৰ্মীৰ ওপৰত গুলীচালনা কৰাৰ লগতে গ্ৰেনেড নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাত ৩ জন বিষয়াসহ কমেও ৫ জন সেনা জোৱান আহত হয়। পিছত আহতসকলক চিকিৎসাৰ বাবে