ISHAN NEWS – Always One Step Ahead of Time…

বিশ্বকাপ অভিযান আৰম্ভৰ পূৰ্বে ভাৰতীয় দলত মোক্ষম আঘাত; ৰোহিতক কোনে দিব সংগ?

বহু প্ৰতীক্ষাৰ অন্তত ৫ অক্টোবৰৰ পৰা আৰম্ভ হৈছে এদিনীয়া বিশ্বকাপ। ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আৰম্ভ কৰিব বিশ্বকাপৰ অভিযান। দেওবাৰে চেন্নাইত অনুষ্ঠিত হ’ব এই মেচখন। মেচখনৰ পূৰ্বে ভাৰতীয় অনুৰাগীৰ বাবে আহিছে এটা বেয়া খবৰ। প্ৰতিভাবান অপেনিং

সুউচ্চ অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড; ৭ জন লোকৰ মৃত্যু, ৪৪ জন আহত

বাণিজ্যিক ৰাজধানীৰূপে খ্যাত মুম্বাইত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। গোৰেগাঁৱৰ জয় সন্দেশ অট্টালিকাত সংঘটিত অগ্নিকাণ্ডত ৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৪৪ জন আহত হৈছে। নিহতসকলৰ ভিতৰত আছে এজন পুৰুষ আৰু ৫ গৰাকী মহিলা। আহতসকলক ওচৰৰ

ছিকিমত প্ৰকৃতিৰ ধ্বংসলীলা; ১৪ জন লোকৰ মৃত্যু, এতিয়াও সন্ধানহীন ১০২ জন

ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হোৱা ছিকিমত এই পৰ্যন্ত ১৪ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে এতিয়াও সন্ধানহীন হৈ আছে ১০২ গৰাকী লোক। সন্ধানহীন হৈ থকা লোকসকলৰ ভিতৰত আছে ২২জন সেনা জোৱান। ইযাৰে এজন সেনা জোৱান অসমৰ বুলি জানিব পৰা গৈছে। ডাৱৰ

ভয়ংকৰ; পত্নী আৰু দুই কন্যাক গুলীয়াই হত্যা, পাছত নিজেও কৰিলে আত্মহত্যা

অন্ধ্ৰ প্ৰদেশৰ কডপ্পাত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। ৪ অক্টোবৰ অৰ্থাত বুধবাৰে নিশা আৰক্ষীৰ হেড কনিষ্টবল এজনে নিজৰ পত্নী আৰু দুগৰাকী কন্যাক গুলীয়াই হত্যা কৰে। ইয়াৰ পিছত তেওঁ নিজেও মূৰত গুলীয়াই আত্মহত্যা কৰে। হেড কনিষ্টবলজন ৫৫

কলেজৰ অদ্ভুট নিৰ্দেশনা; এতিয়াৰ পৰা একেলগে বহিব নোৱাৰিব ছাত্ৰ-ছাত্ৰী

এতিয়াৰ পৰা একলগে বহিব নোৱাৰিব ছাত্ৰ-ছাত্ৰী। বিহাৰৰ এখন কলেজে প্ৰকাশ কৰিছে এই অদ্ভুত নিৰ্দেশনা। ঘটনাটো ছিৱান জিলাৰ। জেড এ ইছলামিয়া পি জি কলেজৰ অধ্যক্ষই এক নিৰ্দেশ জাৰি কৰি কয় যে যদি ছাত্ৰ-ছাত্ৰীক একেলগে বহি বা হাঁহি-ধেমালি কৰি থকা দেখা