ISHAN NEWS – Always One Step Ahead of Time…

দুটা পৃথক পথ দুৰ্ঘটনাত নৱম শ্ৰেণীৰ ছাত্ৰীসহ ৩জনৰ মৃত্যু

বৰপেটাৰোডৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। এখন অল্টো কে টেন বাহনক তীব্ৰবেগী ডাম্পাৰে মহটিয়াই নিয়াত দুজন যুৱকৰ মৃত্যু হোৱাৰ লগতে আন ৩জন গুৰুতৰভাৱে আহত হয়। গুৱাহাটীৰ পৰা সৰভোগ অভিমুখে আহি থকা অৱস্থাত শিমলাগুৰী

অসমৰ কোন কোন জিলাত প্রবল বৃষ্টিপাতৰ সম্ভাৱনা । বতৰ বিজ্ঞান কেন্দ্ৰই কি কয় ?

ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্রবল বৃষ্টিপাতৰ সম্ভভাৱনা থকা অসমৰ দুখন জিলাত ৰেড এলাৰ্ট , ৩ খন জিলাত অৰেঞ্জ এলাৰ্ট , ১৯ খন জিলাত য়েল্ল’ এলাৰ্ট জাৰি কৰিছে । গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবখনো জিলাত যোৱা ৪ দিন ধৰি হোৱা ধাৰাশাৰ বৰষুণে সমস্যাৰ

বিশ্বকাপ অভিযানৰ পূৰ্বে ভাৰতীয় শিবিৰৰ বাবে ভাল খবৰ ।

দেওবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে আৰম্ভ কৰিব বিশ্বকাপ অভিযান । এদিনীয়া ক্ৰিকেটত বিশ্বৰ এক নম্বৰ দল হিচাপে ভাৰতে বিশ্বকাপ দখলৰ লক্ষ্যৰে ২২ গজৰ যুঁজত নামিব । বৃহস্পতিবাৰে অৰ্থাৎ আজিৰে পৰা আৰম্ভ হবলগীয়া এদিনীয়া বিশ্বকাপৰ প্ৰথমখন খেল

ইছৰোৱে মুকলি কৰা উপগ্ৰহৰ ছবিত ছিকিমৰ ডাৱৰ বিস্ফোৰণৰ সবিশেষ ।

মঙলবাৰে নিশা প্ৰায় ডেৰ বজাত উত্তৰ ছিকিমত ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱাৰ পাছত তীস্তা নদীত হঠাৎ বানে ভয়াবহ ৰূপ ধাৰণ কৰে। শেহতীয়া তথ্য মতে, ১৪ জন ব্যক্তিৰ মৃত্যু হোৱাৰ লগতে সেনা জোৱান সহ ১০২ জন এতিয়াও সন্ধানহীন হৈ আছে। ডাৱৰ বিস্ফোৰণৰ ফলত

১০ ঘণ্টা জেৰাৰ অন্তত আপৰ সাংসদ সঞ্জয় সিঙক গ্ৰেপ্তাৰ

দিল্লী সুৰা কেলেংকাৰীৰ গোচৰত আম আদমি পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক বুধবাৰে প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিয়ে গ্ৰেপ্তাৰ কৰে। ইডিয়ে সঞ্জয় সিঙৰ বাসগৃহত আজি পুৱাৰে পৰা ১০ ঘণ্টাৰো অধিক সময় চলা জেৰাৰ অন্তত তেওঁক গ্ৰেপ্তাৰ কৰে।

এছিয়াডত স্বৰ্ণ জয়ৰে নীৰজ চোপ্ৰাই ৰচিলে ইতিহাস; ৰূপৰ পদক ভাৰতৰে কিশোৰ কুমাৰলৈ

ভাৰতৰ ছুপাৰষ্টাৰ এথলীট নীৰজ চোপ্ৰাৰ অব্যাহত আছে দুৰ্দান্ত প্ৰদৰ্শন। চীনৰ হাংঝোত চলি থকা এছিয়ান গেমছ-২০২৩ৰ পুৰুষৰ জেভলিন থ্ৰ’ত স্বৰ্ণ পদক জয়ৰে নীৰজে পুনৰ এবাৰ গৌৰৱান্বিত কৰিলে ভাৰতক। ইফালে, ভাৰতৰে আন এগৰাকী এথলীট কিশোৰ কুমাৰ জেনাই এই

জম্মু-কাশ্মীৰত ভয়ংকৰ সংঘৰ্ষ; দুজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত

হিংসাজৰ্জৰ জম্মু-কাশ্মীৰৰ পৰা পুনৰ আহিছে সংঘৰ্ষৰ খবৰ। নিৰাপত্তাৰক্ষীৰ হাতত প্ৰাণ গ’ল দুজনকৈ দুৰ্ঘৰ্ষ সন্ত্ৰাসবাদীৰ। কুলগাম জিলাত সংঘটিত হৈছে এই ঘটনা। নিৰাপত্তাৰক্ষীয়ে চোৰাংচোৱাৰ পৰা লাভ কৰা নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত বুধবাৰে (৪ অক্টোবৰ)

পুনৰ দাম কমিল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ! ISHAN NEWS…

কেন্দ্ৰীয় কেবিনেটৰ ডাঙৰ সিদ্ধান্ত । পুনৰ দাম কমিল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ । উজ্বলা আঁচনিৰ চিলিণ্ডাৰৰ হিতাধিকাৰীয়ে প্রতিটো চিলিণ্ডাৰত লাভ কৰিব ৫০০টকাৰ ৰাজসাহায্য। পুনৰ কেন্দ্ৰীয় কেবিনেটে উজ্বলা আঁচনিৰ চিলিণ্ডাৰত ১০০ টকা দাম কমোৱাৰ সিদ্ধান্ত

অভিনেতা ৰণবীৰ কাপুৰলৈ EDৰ চমন

অভিনেতা ৰণবীৰ কাপুৰলৈ চমন প্ৰেৰণ কৰিছে প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিয়ে। মহাদেৱ গেমিং এপ গোচৰ সন্দৰ্ভত সোধা-পোছাৰ বাবে ইডিয়ে প্ৰেৰণ কৰিছে এই চমন। অভিনেতাজনক অহা ৬ অক্টোবৰত ইডি কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। মহাদেৱ গেমিং এপক

২৪ ঘণ্টাত আফগানিস্তানৰ হাতত দুবাৰকৈ পৰাস্ত হ’ল সিংহলী বাহিনী

এছিয়ান গেমছ ২০২৩ৰ পুৰুষৰ ক্ৰিকেট ইভেণ্টৰ তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত আফগানিস্তানে শ্ৰীলংকাক ৮ ৰানত পৰাস্ত কৰে। এই জয়েৰে আফগানিস্তানে এছিয়াডৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে যোৱা ২৪ ঘন্টাৰ ভিতৰত আফগানিস্তানে শ্ৰীলংকাক