ISHAN NEWS – Always One Step Ahead of Time…

ED ক কঠোৰ সমালোচনা উচ্চতম ন্যায়ালয়ৰ । প্রতিশোধ পৰায়ণ হ’ব নোৱাৰিব ইডি ।

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ED ক প্রতিশোধ ন’লবলৈ সকীয়ণি দিয়ে । ইয়াৰ উপৰিও উচ্চতম ন্যায়ালয়ে ED ক নিজৰ কাম-কাজৰ স্বচ্ছতা ৰক্ষা কৰাৰ লগতে আইন কঠোৰ ভাবে পালন কৰিবলৈও সকীয়াই দিয়ে ।ধন আত্মসাৎৰ অভিযোগত এম থ্ৰী এম ৰিয়েলইষ্টেত গ্ৰুপৰ দুগৰাকী সঞ্চালকক

উত্তৰ ছিকিমত দুৰ্যোগ । ২৩ জন সেনা জোৱান সন্ধানহীন

ভয়ংকৰ দুৰ্যোগৰ সন্মুখীন হৈছে উত্তৰ ছিকিম । বুধবাৰে পুৱতি নিশা,ছিকিমত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত তিস্তা নদী ফেনেফোটোকাৰে উপচি পৰে । তিস্তা নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত সন্ধানহীন হৈ আছে প্ৰায় ২৩ জনকৈ সেনা জোৱান । কেইবাখনো সেনাৰ বাহন আৰু

অভিজাত মলত ভয়ংকৰ গুলীচালনা; তিনিজন লোকৰ মৃত্যু, গ্ৰেপ্তাৰ ১৪ বছৰীয়া বন্দুকধাৰী

মঙলবাৰে থাইলেণ্ডৰ ৰাজধানী বেংককত ভয়ংকৰ গুলীচালনা সংঘটিত হৈছে। এটা অতি ব্যস্তপূৰ্ণ তথা অভিজাত মলত সংঘটিত হোৱা গুলীচালনাত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছে তিনিজন লোক। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি

যশস্বী জয়ছোৱালে ৰচিলে ইতিহাস; এনে কৃতিত্ব গঢ়া প্ৰথমজন ভাৰতীয় বেটছমেন

ভাৰতীয় ক্ৰিকেট দলৰ উদীয়মান ক্ৰিকেটাৰ যশস্বী জয়ছৱালে ৰচিলে ইতিহাস। চীনৰ হাংঝোত চলি থকা এছিয়ান গেমছৰ কোৱাৰ্টাৰ ফাইনেল মেচখনত নেপালৰ বিৰুদ্ধে জয়ছৱালে এক বৃহৎ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে, যিটো এতিয়ালৈকে আন কোনো ভাৰতীয় বেটছমেনে গঢ়িবলৈ সক্ষম

পথৰ দাঁতিত শুই থকা শ্ৰমিকৰ ওপৰেৰে চলিল ট্ৰাক; ৫ জনে হেৰুৱালে প্ৰাণ

মহাৰাষ্ট্ৰৰ বুলধনা জিলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। পথৰ দাঁতিত শুই থকা শ্ৰমিকক এখন ট্ৰাকে মহতিয়াই নিয়াত ৫জনৰ মৃত্যু হোৱাৰ উপৰি ২১ জন লোক আহত হৈছে। ইয়াৰে দুজনৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে। ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ

অবৈধ স্বামীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ; এই পৰ্যন্ত ১০৩৯গৰাকী গ্ৰেপ্তাৰ

২০২৬ চনৰ ভিতৰত অসমৰ পৰা বাল্য বিবাহ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ লক্ষ্যৰে ৰাজ্যৰ আৰক্ষী প্ৰশাসনে তীব্ৰতৰ কৰি তুলিছে অবৈধ স্বামীৰ বিৰুদ্ধে অভিযান। সোমবাৰৰ নিশাৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলা অভিযানত এতিয়ালৈকে মুঠ ১০৩৯ গৰাকী অবৈধ স্বামী

আলফা (স্বাঃ)ৰ শিবিৰত চাঞ্চল্যকৰ ঘটনা : দুজন কেডাৰক মৃত্যুদণ্ড…

আলফা (স্বাঃ)ৰ ম্যানমাৰস্থিত শিবিৰত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। প্ৰাপ্ত খবৰ অনুসৰি, দুজন কেডাৰক সংগঠন বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত মৃত্যুদণ্ডৰ দৰে চৰম শাস্তি প্ৰদান কৰা হৈছে। মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা সদস্য দুজনৰ ভিতৰত আছে

এছিয়ান গেমছৰ ফাইনেলত অসম কন্যা লাভলীনা; স্বৰ্ণ জয়ৰ লক্ষ্যৰে কাইলৈ নামিব বক্সিং ৰিঙত

অসমৰ লগতে দেশবাসীক পুনৰ গৌৰৱান্বিত কৰিলে অসম কন্যা লাভলীনা বৰগোহাঁইয়ে। চীনৰ হাংঝোত চলি থকা এছিয়ান গেমছৰ বক্সিঙত ফাইনেলত প্ৰৱেশ কৰিলে লাভলীনাই। মহিলাৰ বক্সিঙত ৭৫ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা লাভলীনাই ছেমি ফাইনেলত থাইলেণ্ডৰ

বিজেপিৰ অমৃত কালত এয়া কি? ঔষধ, চিকিৎসাৰ অভাৱত ২৪ ঘণ্টাত ২৪ জনৰ মৃত্যু

দেশত এতিয়া অমৃত কাল চলা বুলি সততে দাবী কৰা বিজেপিৰ শাসনকালত ভয়ংকৰ ঘটনা। চৰকাৰী চিকিত্সালয়ত ২৪ ঘণ্টাৰ ভিতৰত মৃত্যুক সাৱটিলে ২৪ জন ৰোগীয়ে। মৃতসকলৰ ভিতৰত আছে ১২ টি শিশুও। ঔষধ আৰু চিকিত্সাৰ অভাৱত মৃত্যুক সাৱটিলে লোককেইজনে। মহাৰাষ্ট্ৰৰ নাণ্ডেড়