ISHAN NEWS – Always One Step Ahead of Time…

২০২৩ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটাৰ লগত কোভিড ১৯ ৰ কি সম্পৰ্ক ?

নোবেল বঁটা প্রদান কমিটিয়ে পূৰ্বৰ টুইটাৰ আৰু বৰ্তমানৰ X ৰ যোগেদি ঘোষণা কৰে ২০২৩ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা । কাটালিন কাৰিকো আৰু ড্ৰিউ ৱেইজমেনলৈ আগবঢ়োৱা হয় ২০২৩ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা ৷ নিউক্লিয়’ চাইডৰ পৰিৱৰ্তন আৰু

এটিএম কাৰ্ডৰ নতুন নিয়ম । নতুন নিয়মৰ অধীনত ডেবিট কাৰ্ড আৰু ক্রেডিট কাৰ্ডৰ গ্ৰাহকে কি কি সুবিধা লাভ…

ভাৰতীয় ৰিজাৰ্ভ বেংকে ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ডৰ গ্ৰাহকৰ বাবে নতুন নিয়ম প্ৰৱৰ্তন কৰিছে। পহিলা অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱা এই নিয়ম অনুসৰি, গ্ৰাহকে কোনখন কাৰ্ড ল'ব সেয়া নিজেই সিদ্ধান্ত ল'ব পাৰিব । বেছিভাগ ক্ষেত্ৰত, ডেবিট

চন্দ্ৰযান-৩ৰ সফলতাৰ পাছত ইছৰোৰ লক্ষ্য মঙ্গলগ্ৰহ । মঙ্গলযান-২ ৰ জৰিয়তে ৰঙা গ্ৰহত কি বিচাৰিব ইছৰোৱে ।…

মাৰ্চ অৰ্বিটাৰ মিছন-২ অৰ্থাৎ 'মঙ্গলযান-২' । চন্দ্ৰযান ৩ ৰ সফলতাৰ পাছত ইছৰোৱে মঙ্গল গ্ৰহলৈ মহাকাশযানৰ সৈতে প্ৰেৰণ কৰিব মুঠ চাৰিটা পেলোড । প্রায় ৯ বছৰৰ ব্যৱধানৰ পাছত, ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ই মঙ্গলগ্ৰহলৈ মহাকাশযান

GPSৰ ভুল নিৰ্দেশনাত নদীত পৰিল গাড়ী। গাড়ীৰ ভিতৰতে কৰুণ মৃত্যু দুই যুৱ চিকিৎসকৰ । ISHAN NEWS…

এটি অভিশপ্ত অন্ধকাৰ নিশা । বাহিৰত মুষলধাৰ বৰষুণ । সেইদিনা ডা: অডভেইথৰ জন্মদিন ।জন্মদিন উপলক্ষে কেইজনমান বন্ধুৰ সৈতে অডভেইথে আয়োজন কৰিলে জন্মদিনৰ পাৰ্টি । জন্মদিনৰ পাৰ্টি শেষ কৰি শনিবাৰৰ সেই দুৰ্যোগপূৰ্ণ নিশা দুই চিকিৎসক

জঘন্য কাণ্ড : দুগৰাকী কিশোৰীৰ সৈতে কুকাণ্ড সংঘটিত কৰা ৬ নৰ পিশাচক গ্ৰেপ্তাৰ

চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত নগাকটাত কিশোৰীৰ সৈতে কুকাণ্ড সংগটিত কৰা ছয় নৰপিশাচক গ্ৰেপ্তাৰ কৰা হৈছে। ২৬ ছেপ্টেম্বৰত নগাকটাত অনুষ্ঠিত কৰম পূজা চাবলৈ যোৱা দুগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে এই ছজন

মৰ্মান্তিক দুৰ্ঘটনা ! অভিনেতাৰ গাড়ীৰ খুন্দাত মৃত্যু এগৰাকী মহিলাৰ; নাগাভূষণক গ্ৰেপ্তাৰ । ISHAN…

দুৰ্ঘটনা সংগটিত কৰাৰ অপৰাধত কানাড়া চলচ্চিত্ৰ অভিনেতা নাগাভূষণ এছ এছক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযোগ অনুসৰি, অভিনেতাগৰাকীৰ গাড়ীৰ খুন্দাত এগৰাকী ৪৮ বছৰীয়া মহিলাৰ মৃত্যু হোৱাৰ লগতে ৫৮ বছৰীয়া এজন লোক আহত হৈছিল। এই অভিযোগতে অভিনেতাগৰাকীক