বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বে হঠাৎ এদিনীয়াৰ পৰা অৱসৰ ঘোষণা নবীন উল হকৰ
আফগানিস্তানৰ প্ৰতিভাধৰ যুৱ ক্ৰিকেটাৰ নবীন উল হকে এদিনীয়া খেলৰ পৰা অৱসৰ ঘোষণা কৰি বিশ্ব ক্ৰিকেটক আচৰিত কৰি তুলিছে। বিশ্বকাপ ক্ৰিকেট খেলিবলৈ ভাৰতত উপস্থিত হোৱাৰ পিছতে নবীনে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ!-->…
৩০ ছেপ্টেম্বৰৰ ভিতৰত যদি ২০০০ টকীয়া নোট সলনি নকৰে তেতিয়া কি হ’ব?
অহা ৩০ ছেপ্টেম্বৰৰ ভিতৰত আপোনাৰ হাতত জমা থকা ২০০০ টকাৰ নোট আপুনি সলনি কৰিব পাৰিব । ৩০ ছেপ্টেম্বৰৰ ভিতৰত যদি আপুনি ২০০০ টকাৰ নোট সলনি নকৰে তেতিয়া সেই নোটক অবৈধ বুলি ঘোষণা কৰিব নেকি ? যদি আপুনি ৩০ ছেপ্টেম্বৰৰ ভিতৰত নোটবোৰ সলনি নকৰে তেতিয়া কি!-->…
ড্ৰাগছ সৰবৰাহৰ গোচৰত কংগ্ৰেছ বিধায়কক গ্ৰেপ্তাৰ পঞ্জাৱ আৰক্ষীৰ
ড্ৰাগছ আৰু ধন সৰবৰাহত জড়িত থকাৰ অভিযোগত কংগ্ৰেছ বিধায়ক সুখপাল সিং খাইৰাক আজি পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ২০১৫ চনত ফাজিলকাৰ জালালাবাদত NDPS আইনৰ অধীনত ৰুজু হৈ থকা এটা পুৰণি গোচৰৰ সংক্ৰান্তত আজি ৰাতিপুৱা পঞ্জাৱ আৰক্ষীৰ দলে খাইৰাৰ!-->…
AFSPA আইনৰ অধীনত ছমাহৰ বাবে মণিপুৰক অশান্ত অঞ্চল হিচাপে ঘোষণা
সাম্প্ৰতিক আইন-শৃংখলাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মণিপুৰ চৰকাৰে ২৭ ছেপ্টেম্বৰ বুধবাৰে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ অধীনত ছমাহৰ বাবে সমগ্ৰ ৰাজ্যখনক ‘অশান্ত এলেকা’ হিচাপে ঘোষণা কৰে। অৱশ্যে ৰাজ্যখনৰ ১৯খন থানাৰ অন্তৰ্গত অঞ্চলক এই আইনৰ!-->…
ক্ৰিকেটৰ মহাৰণ; বিশ্বকাপৰ প্ৰস্তুতিৰ বাবে গুৱাহাটীত উপস্থিত দুটাকৈ আগশাৰীৰ দল
মাজত আৰু মাত্ৰ কেইটামান দিন। অহা ৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ক্ৰিকেটৰ মহাৰণ। ১০টা দলে খিতাপৰ বাবে যুঁজ দিয়াৰ পূৰ্বে ভাৰতৰ বিভিন্ন চহৰত অনুষ্ঠিত হ’ব প্ৰস্তুতিমূলক মেচ। এই উদ্দেশ্যে আজি গুৱাহাটীত উপস্থিত হৈছেহি শ্ৰীলংকা আৰু বাংলাদেশৰ দল দুটা।
!-->!-->…