২০২৪ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ
২০২৪ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বাবে অসম মাধ্যমিক শিক্ষাখণ্ডৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। ২০২৪ বৰ্ষত যি সকল শিক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষা দিব সেইসকলে অনলাইনৰ জৰিয়তে পূৰণ কৰিব লাগিব প্র-পত্র । ৯ অক্টোবৰৰ পৰা ৩১ অক্টোবৰৰ ভিতৰত শিক্ষাৰ্থী সকলে অনলাইনত!-->…
চৰকাৰী চাকৰি পাই পত্নীয়ে পাহৰিলে স্বামীক।
📌চৰকাৰী চাকৰি পাই পত্নীয়ে পাহৰিলে স্বামীক।📌ভাৰাঘৰত থকা পত্নীক চাৰপ্ৰাইজ দিবলৈ গৈ নিজেই চাৰপ্ৰাইজ হ'ল স্বামী।📌ভাৰাঘৰত সহকৰ্মীৰ লগত দেখি হতচকিত স্বামী।📌দুৰ্ভগীয়া স্বামীয়ে মেইল কৰি অভিযোগ দিলে ডিজিপিক।
এছিয়ান গেমছৰ এখন খেলত ভংগ হ’ল পূৰ্বৰ বহুকেইটা অভিলেখ। ICC ৰ বাবেও আছিল কল্পনাৰ অগোচৰ !
ক্রিকেটাৰ দীপেন্দ্ৰ সিঙে ক্রিকেটৰ ইতিহাসত গঢ়িলে এক নতুন অভিলেখ । যিটো অভিলেখ ভংগ কৰাটো প্রায় প্ৰায় অসম্ভৱ।
চন ২০০৭, টি-২০ বিশ্বকাপৰ এখন স্মৰণীয় খেল। যি খন খেলত যুৱৰাজ সিঙে ইংলেণ্ডৰ বিৰুদ্ধে ১২ টা বলত অৰ্ধশতক অৰ্জন কৰিছিল। এই অভিলেখ ভংগ!-->!-->!-->…
গণপতিৰ মূৰ্তি বিসৰ্জন দিবলৈ গৈ চাৰিজনৰ কৰুণ মৃত্যু, তিনিজনৰ অৱস্থা সংকটজনক
মধ্যপ্ৰদেশৰ দতিয়া জিলাত সংঘটিত হৈছে এক কৰুণ ঘটনা। গণেশৰ মূৰ্তি বিসৰ্জন দিয়াৰ সময়ত এটা পুখুৰীত ডুবি চাৰি নাবালকৰ মৃত্যু হোৱাৰ বিপৰীতে তিনিজনত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
বুধবাৰে আৰক্ষীয়ে এই ঘটনাৰ কথা জানিব দি উদ্ধাৰ কৰা তিনিগৰাকীৰ ভিতৰত!-->!-->!-->…
শোকাৱহ : পথাৰত গৰু আনিবলৈ গৈ সলিল সমাধি ঘটিল দুই ভগ্নীৰ
বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত ১ নং বাঘমাৰা চৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। মঙলবাৰে সন্ধিয়া গাঁওখনৰ ছাবান আলীৰ দুই কণমানি কন্যা শ্বামিনা আক্তাৰ (১০) আৰু আফ্ৰুজা বেগম (৮)ৰ শোকাৱহভাৱে মৃত্যু ঘটে।
জানিব পৰা অনুসৰি, পথাৰৰ পৰা গৰু!-->!-->!-->…
টি-২০ ক্ৰিকেটত এটা, দুটা নহয় তিনিটাকৈ বিশ্ব অভিলেখ গঢ়িলে নেপালে
নেপালৰ পুৰুষ ক্ৰিকেট দলে এছিয়ান গেমছত ৰচিলে ইতিহাস। হাংঝোত চলি থকা এছিয়ান গেমছত বুধবাৰে নেপালে মংগোলিয়াৰ বিৰুদ্ধে খেলি টি-২০ ক্ৰিকেটৰ বহু অভিলেখ ভংগ কৰে।
সোমবাৰে মহিলা ক্ৰিকেটত ভাৰতে স্বৰ্ণ পদক অৰ্জন কৰাৰ পিছতে পুৰুষৰ প্ৰথমখন মেচত!-->!-->!-->…