দুগৰাকী মৃত ছাত্ৰৰ ভাইৰেল ফটোক লৈ উত্তপ্ত মণিপুৰ; পুনৰ বন্ধ ইণ্টাৰনেট সেৱা
ইণ্টাৰনেট সেৱা মুকলি কৰাৰ দুদিন পিছতে মণিপুৰত পুনৰ বন্ধ কৰি দিবলগীয়া হ’ল ইণ্টাৰনেট সেৱা। শিহৰণকাৰী দুখন ফটো ভাইৰেল হোৱাৰ বাবে সৃষ্টি হোৱা হিংসাত্মক প্ৰতিবাদৰ বাবে এই সিদ্ধান্ত লয় প্ৰশাসনে।
উল্লেখ্য যে, দুজন ছাত্ৰক নৃশংসভাৱে হত্যা কৰাৰ!-->!-->!-->…
ভয়ংকৰ দুৰ্ঘটনা; দুখন ব্যক্তিগত বিমানৰ সংঘৰ্ষত আটাইকেইজন যাত্ৰীৰ মৃত্যু
মেক্সিকোৰ উত্তৰ প্ৰান্তৰ দূৰাংগোত সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনা। দুখন ব্যক্তিগত বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ এটি শিশুসহ পাঁচজন লোকৰ মৃত্যু হয়। স্থানীয় প্ৰশাসনে এই তথ্য প্ৰদান কৰে।
সোমবাৰে পুৱা পশ্চিম দূৰাংগোৰ লা গেলানচিটা চহৰত সংঘটিত!-->!-->!-->…
মিছা প্ৰতিশ্ৰুতিৰ অভিযোগ! আনন্দ মহিন্দ্ৰাৰ বিৰুদ্ধে গোচৰ ৰুজু….
উত্তৰ প্ৰদেশৰ কানপুৰত উদ্যোগপতি আনন্দ মহিন্দ্ৰা আৰু মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা লিমিটেডৰ ১২ জন কৰ্মচাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। কানপুৰ আদালতৰ নিৰ্দেশৰ পিছতে গোচৰ ৰুজু কৰা হয়।
শনিবাৰে ৰুজু হোৱা গোচৰটোৰ অভিযোগকাৰী ৰাজেশ মিশ্ৰাই দাবী কৰে যে!-->!-->!-->…
বিশ্বকাপৰ পূৰ্বে অপহৃত হ’ল কপিল দেৱ! ছ’চিয়েল মিডিয়াত ভাইৰেল অপহৰণৰ দৃশ্য
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অপেনিং বেটছমেন গৌতম গম্ভীৰে সোমবাৰে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা কিম্বদন্তী ক্ৰিকেটাৰ কপিল দেৱৰ এটা ভিডিঅ’ই ব্যাপক খলকনিৰ সৃষ্টি কৰিছে।
ভিডিঅ’টোত প্ৰাক্তন অধিনায়ক কপিল দেৱৰ দুয়োখন হাত ৰচীৰে বান্ধি থোৱাৰ লগতে!-->!-->!-->…
দুগুণ বৃদ্ধি ভাৰতীয় বায়ুসেনাৰ শক্তি; লাভ কৰিলে প্ৰথমখন চি-২৯৫ বিমান
দুগুণ পৰিমানে বৃদ্ধি পালে ভাৰতীয় বায়ুসেনাৰ শক্তি। সোমবাৰে আনুষ্ঠানিকভাৱে প্ৰথমখন চি-২৯৫ ট্ৰান্সপোৰ্ট বিমান অন্তৰ্ভুক্ত হ’ল ভাৰতীয় বায়ুসেনাত। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে গাজিয়াবাদৰ হিণ্ডন বিমান ঘাটিত এক অনুষ্ঠানত এই বিমানখন বায়ুসেনাক!-->…
এছিয়ান গেমছ : ৪১ বছৰৰ মূৰত স্বৰ্ণ জয় কৰি ইতিহাস ৰচিলে ভাৰতীয় অশ্বাৰোহী দলে
চীনৰ হাংঝো প্ৰদেশত চলি থকা এছিয়ান গেমছৰ তৃতীয় দিনাও ভাৰতীয় খেলুৱৈসকলৰ উৎকৃষ্ট প্ৰদৰ্শন অব্যাহত আছে। প্ৰতিযোগিতাখনৰ তৃতীয় দিনা ভাৰতে তৃতীয়টো স্বৰ্ণ পদক লাভ কৰে।
ভাৰতৰ অশ্বাৰোহী দলটোৱে ৪১ বছৰৰ পাছত স্বৰ্ণ পদক লাভ কৰি ইতিহাস ৰচিবলৈ!-->!-->!-->…
বাতৰিৰ শিৰোনাম || NEWSPAPER HEADLINES || LIVE
বাতৰিৰ শিৰোনাম || NEWSPAPER HEADLINES || LIVE
সাগৰৰ তলিত মছজিদ । পানীৰ তলত নামাজ !
সাগৰৰ তলিত মছজিদ । আপুনি শুনি ছাগে আচৰিত হৈছে । এনে এক অসম্ভৱকে সম্ভৱ কৰিবলৈ গৈ আছে আৰৱ।দিনক দিনে পৰ্যটনক্ষেত্রখনক এক নতুন মাত্রা দিবলৈ সক্ষম হোৱা আৰৱৰ দেশ সমূহত গুৰুত্ব বাঢ়িছে আধ্যাত্মিক পৰ্যটনৰ । সেয়েহে ধৰ্মীয় পৰ্যটনক আৰু অধিক!-->!-->!-->…
ভাৰত আৰু কানাডাৰ কূটনৈতিক সম্পৰ্ক দীৰ্ঘদিনৰ বাবে বিঘ্নিত হ’লে ভাৰত কি কি ক্ষতিৰ সন্মুখীন হ’ব?…
ভাৰত আৰু কানাডাৰ মাজত চলি থকা উত্তেজনাই দুয়োখন দেশৰ অৰ্থনীতিত ব্যাপক প্ৰভাৱ পেলাব । কানাডাৰ পৰা ভাৰতলৈ প্রতিবছৰে যথেষ্ট সংখ্যক পৰ্যটকৰ আগমন ঘটে । সেইদৰে ভাৰতে বিভিন্ন সামগ্ৰীও ক্রয় কৰে কানাডাৰ পৰা ।
ভাৰত আৰু কানাডাৰ মাজৰ সম্পৰ্কত!-->!-->!-->!-->!-->…
এছিয়ান গেমছত ভাৰতৰ মহিলা ক্রিকেটদলৰ চমক;প্রথমবাৰ অংশগ্ৰহণ কৰিয়েই শ্ৰীলংকাক ১৯ ৰাণত হৰুৱাই স্বৰ্ণপদক…
এছিয়ান গেমছত ভাৰতৰ মহিলা ক্রিকেট দলে প্রথমবাৰ অংশগ্ৰহণ কৰিয়েই স্বৰ্ণপদক অৰ্জন কৰিবলৈ সক্ষম হয় । শ্ৰীলংকা ক্রিকেট দলক ১৯ ৰাণত হৰুৱাই এই খিতাপ অৰ্জন কৰে ভাৰতে ।
টছত জিকি প্রথমে বেটিং কৰাৰ সিদ্ধান্ত লোৱা ভাৰতে ২০ অভাৰত ৭ উইকেট হেৰুৱাই ১১৬!-->!-->!-->…