ISHAN NEWS – Always One Step Ahead of Time…

এদিনীয়াত মহম্মদ ছামীয়ে ৰচিলে ইতিহাস; এনে কৃতিত্ব অৰ্জন কৰা প্ৰথমজন বেগী বলাৰত পৰিণত

মহম্মদ ছামীয়ে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াই ৫টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল। ছামীৰ বিধ্বংসী বলিঙৰ বাবেই মেচখনত আলহী দল অষ্ট্ৰেলিয়াক সহজেই পৰাস্ত কৰিবলৈ সক্ষম হৈছিল ভাৰত। মেচখনত

সকাহ পোৱা নাই; উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু

উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে তেলেগু দেশম পাৰ্টি (টিডিপি)ৰ জ্যেষ্ঠ নেতা তথা অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে। দুৰ্নীতিৰ গোচৰত তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা এজাহাৰ বাতিল কৰাৰ

সন্ধিয়া স্ক’ৰপিঅ’ত আহিল সুন্দৰী যুৱতী।

📌 সন্ধিয়া স্ক'ৰপিঅ'ত আহিল সুন্দৰী যুৱতী।📌 নাম নোহোৱা ছ'ছাইটিৰ আণ্ডাৰত কাম কৰে তেওঁ।📌 স্বাৰ্থ একো নাই, নাই আই-কাৰ্ড, কোনো চাকৰি।📌 সন্ধিয়া মাটি-বাৰীৰ মীমাংসা কৰিবলৈ গৈ আটক হ'ল লভিতা।

ভাৰতলৈ আহিবলৈ ভিছা লাভ কৰা নাই পাকিস্তান ক্রিকেট দলে ।

ভাৰতলৈ আহিবলৈ ভিছা পোৱা নাই পাকিস্তান ক্রিকেট দলে। Espncricinfo ই প্রকাশ কৰা শেহতীয়া তথ্যমতে বিশ্বকাপ ক্রিকেটত অংশগ্ৰহণৰ বাবে আহিবলগীয়া পাকিস্তানৰ ক্রিকেট দলটোৱে এতিয়ালৈকে ্যলাভ কৰা নাই ভিছা । সেয়েহে পাকিস্তান ক্রিকেট দলটোৱে বিশ্বকাপৰ

৪ মাহৰ মূৰত হিংসাজৰ্জৰ মণিপুৰত আজিৰ পৰা মুকলি ইণ্টাৰনেট সেৱা

কেইবামাহো ধৰি গোষ্ঠীগত হিংসাৰ জুইত জ্বলি থকা উত্তৰ-পূবৰ ৰাজ্য মণিপুৰৰ পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা পৰিলক্ষিত হৈছে। এনে পৰিস্থিতিত তাত জাৰি কৰা চৰকাৰী নিষেধাজ্ঞাও যথেষ্ট পৰিমানে শিথিল কৰা হৈছে। সেই অনুসৰি, অৱশেষত মণিপুৰত মুকলি

অসমৰ যুৱক-যুৱতীলৈ অসম চৰকাৰৰ বিশেষ আঁচনি । এই আঁচনিৰ সুবিধা আপুনি কেনেকৈ ল’ব পাৰিব ? ISHAN…

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমৰ যুৱক যুৱতীৰ বাবে লৈ আহিছে ভাল খবৰ । ‘মুখ্যমন্ত্রীৰ আত্মনিৰ্ভৰ অসম অভিযান ২০২৩ ’ৰ অধীনত অসমৰ যুৱক - যুৱতীলৈ চৰকাৰে আগবঢ়াব ২ লাখৰ পৰা ৫ লাখকৈ টকা । অসমৰ উদ্যমী যুৱক-যুৱতীসকলক লৈ এই আঁচনিৰ জৰিয়তে

লেণ্ডাৰ বিক্ৰম আৰু ৰ’ভাৰ প্ৰজ্ঞানে সাৰ নাপালে কি হ’ব চন্দ্ৰযান মিছনৰ ? ISHAN NEWS…

চন্দ্ৰৰ দক্ষিণ মেৰুত শুই পৰা লেণ্ডাৰ বিক্ৰম আৰু ৰ’ভাৰ প্ৰজ্ঞানৰ সৈতে যোগাযোগ স্থাপনৰ চেষ্টা চলাই আছে ইছৰোৱে। কিন্তু এতিয়ালৈকে লাভ কৰা নাই কোনো সহাৰি। উল্লেখ্য যে, ২২ ছেপ্টেম্বৰত চন্দ্ৰত সূৰ্য্য উদয় হৈছিল আৰু ইয়াৰ পিছত আশা কৰা হৈছিল

আইচিচিয়ে ঘোষণা কৰিলে এদিনীয়া বিশ্বকাপৰ বাবে পুৰস্কাৰৰ ধন; বিজয়ী দলৰ ওপৰত হ’ব টকাৰ বৰষুণ ISHAN…

অহা মাহৰ পৰা আৰম্ভ হ’বলগীয়া বহু প্ৰতিক্ষীত এদিনীয়া বিশ্বকাপ ২০২৩ৰ পুৰস্কাৰ ধন ঘোষণা কৰিছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ আই চি চিয়ে। সামগ্ৰিকভাৱে লীগ পৰ্যায়ত ৪৫খন মেচত জয়ী হোৱা প্ৰতিটো দলৰ বাবে পুৰস্কাৰৰ ব্যৱস্থা কৰা হৈছে।

‘ঘৃণামূলক মন্তব্য’ৰ বাবে হিমন্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ কমল নাথক আহ্বান অসম কংগ্ৰেছৰ ISHAN…

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ সাংসদ তথা দলৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীক লৈ ঘৃণামূলক ভাষণ দিয়াৰ অভিযোগ সন্দৰ্ভত অসম কংগ্ৰেছে মধ্যপ্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি কমল নাথলৈ পত্ৰ প্ৰেৰণ কৰিছে। ৰাজ্যিক কংগ্ৰেছৰ

এছিয়ান গেমছত ভাৰতৰ হৈ পদক যুঁজত নামিব অসমৰ ৭ গৰাকী খেলুৱৈ ISHAN NEWS…

২৩ ছেপ্তেম্বৰ অৰ্থাত কাইলৈৰ পৰা চীনৰ হাংঝো প্ৰদেশত অনুষ্ঠিত হ’ব এছিয়ান গেমছ ২০২২। যোৱা বৰ্ষতে এই প্ৰতিযোগিতাখন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ক’ভিড মহামাৰীৰ বাবে ২০২৩লৈ পিছুৱাই দিয়া হৈছিল। এইবাৰৰ প্ৰতিযোগিতাখনত ৪০ বিধ খেল