ISHAN NEWS – Always One Step Ahead of Time…

চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্রম আৰু ৰোভাৰ প্রজ্ঞান সন্দৰ্ভত ইছৰোৰ পৰা আহিল ডাঙৰ খবৰ । ISHAN NEWS…

চন্দ্ৰযান-৩ক লৈ ডাঙৰ খবৰ ইছৰোৰ । লেণ্ডাৰ বিক্রম আৰু ৰ’ভাৰ প্রজ্ঞানৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা চলাই আছে ইছৰোৱে । কিন্তু পঠিওৱা সংকেতৰ কোনোধৰণৰ সহাৰি লাভ কৰা নাই লেণ্ডাৰ বিক্রম আৰু ৰ’ভাৰ প্রজ্ঞানৰ পৰা । টুইটযোগে এই কথা সদৰী কৰিলে

দুগৰাকী বিবাহিত পুৰুষ আৰু মহিলা একেলগে থাকিব পাৰিব; কিন্তু বিয়াৰ প্রতিশ্রুতিত শাৰীৰিক সম্পৰ্ক…

দুগৰাকী বিবাহিত পুৰুষ আৰু মহিলা একেলগে থাকিবলৈ বিচাৰিলে থাকিব পাৰে। এনেদৰে থকাৰ পাছত মহিলা গৰাকীয়ে পুৰুষ সঙ্গী গৰাকীৰ বিৰুদ্ধে বিবাহৰ প্ৰতিশ্ৰুতিৰে শাৰীৰিক সম্পৰ্ক স্থাপনৰ অভিযোগ আনিব নোৱাৰিব। এটা গোচৰৰ পৰিপ্ৰেক্ষিতত এই কথা উল্লেখ কৰে

অৰুণাচলৰ খেলুৱৈৰ লগত চীনৰ বৈষম্যমূলক আচৰণ; ভাৰতৰ তীব্ৰ বিৰোধিতা

চীনে অৰুণাচলৰ খেলুৱৈক এছিয়ান গেমছত অংশ ল’বলৈ নিদিয়া সিদ্ধান্তৰ পাছতে ভাৰতে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। চীনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে এছিয়ান গেমছ ভ্ৰমণ বাতিল কৰাৰ সিদ্ধান্ত লৈছে। আজি

সনাতন ধৰ্মক লৈ বিতৰ্ক। ষ্টেলিন আৰু তামিলনাডু চৰকাৰলৈ জাননী প্ৰেৰণ উচ্চতম ন্যায়ালয়ৰ। কি আছে এই আইনী…

উচ্চতম ন্যায়ালয়ে ডিএমকে নেতা উদয়নিধি ষ্টালিন আৰু তামিলনাডু চৰকাৰক সনাতন ধৰ্মসন্দৰ্ভত আগবঢ়োৱা মন্তব্যৰ বাবে জাননী প্ৰেৰণ কৰিছে। ষ্টেলিনে সনাতন ধৰ্মক ডেংগু, মেলেৰিয়া আৰু কৰোনাৰ দৰে মহামাৰীৰ সৈতে তুলনা কৰিছিল। ষ্টালিনে সনাতন ধৰ্মক বিলুপ্ত

২৪ ছেপ্তেম্বৰত কামৰূপ-মেট্ৰ’ত বন্ধ থাকিব সুৰাৰ বিক্ৰী; ‘ড্ৰাই ডে’ ঘোষণা প্ৰশাসনৰ

ৰাজ্যৰ আবকাৰী বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। ২৪ ছেপ্তেম্বৰ অৰ্থাত দেওবাৰে গুৱাহাটী চহৰকে ধৰি কামৰূপ-মেট্ৰ’ জিলাত ড্ৰাই ডে ঘোষণা কৰা হৈছে।কামৰূপ মেট্ৰ’ জিলা প্ৰশাসনে এক নিৰ্দেশনাৰ জৰিয়তে জিলাখনত দেওবাৰে কোনো ধৰণৰ সুৰা বিক্ৰীৰ ক্ষেত্ৰত

‘ধ্বনি কবি’ নে ‘ধনী কবি’?

📌'ধ্বনি কবি' নে 'ধনী কবি'?📌টীয়কত আৱিৰ্ভাৱ দ্বিতীয় ধ্বনি কবিৰ !📌ধন দি অনুষ্ঠানে অনুষ্ঠানে গামোচা পিন্ধে, নিজে নিজৰ ঢোল পিটি দিয়ে সাক্ষাৎকাৰ!📌এইগৰাকী স্বয়ম্ভু 'ধ্বনি কবি' পৰিছে ৰাইজৰ ৰোষত।

বৃক্ষক অমৃত দিলে নে মৃত্যু?

📌বৃক্ষক অমৃত দিলে নে মৃত্যু?📌অমৃত বৃক্ষ আন্দোলনৰ গছপুলি চাপ্লাইৰ আঁৰত চলিছে কি?📌ক'ৰবাত হিচাপতকৈ কম, ক'ৰবাত মৃত পুলি যোগান।📌গৌৰীপুৰত কাগজে-পত্ৰই বেলেগ হিচাপ,বাস্তৱত বেলেগ।📌কোন কোন সংস্হাই লৈছিল