দুহাতৰ শক্তি আৰু দৃঢ় মনোবলেৰে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল বঙাইগাওঁৰ যুৱক প্রণৱ।
মনোবল থাকিলে হাজাৰ বাধাকো নেওচি সফলতা লাভ কৰিব পাৰে সেই কথা পুনৰবাৰ প্রমাণ কৰিলে বঙাইগাওঁৰ সিদলসতী খোৰাপাৰা গাওঁৰ যুৱক প্রণৱজ্যোতি ৰয়ে।
দিন হাজিৰা কৰি জীৱন সংগ্ৰাম চলোৱা প্রণৱে চিকিমত অনুষ্ঠিত ৪১ সংখ্যক ৰাষ্ট্ৰীয় পাঞ্জা প্রতিযোগিতাত!-->!-->!-->…
দেশত গান্ধী পৰিয়ালে সৃষ্টি কৰিছে সনাতন বিৰোধী পৰিৱেশ : কংগ্ৰেছক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব…
ৰাজস্থানত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ কাৰ্যসূচী তীব্ৰতৰ কৰি তুলিছে প্ৰতিটো ৰাজনৈতিক দলে। ৰাজ্যখনত বিজেপিৰ তাৰকা প্ৰচাৰকসকলৰ ভিতৰত আছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
বুধবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰচাৰ!-->!-->!-->…
শিহৰণকাৰী পথ দুৰ্ঘটনা; ট্ৰাক আৰু চুম’ৰ মাজৰ সংঘৰ্ষত ১০জন যাত্ৰীৰ মৃত্যু
উজনি অসমৰ মৰিয়নী-নাগালেণ্ড পথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। ট্ৰাক আৰু যাত্ৰীবাহী টাটা চুম’ৰ মাজত হোৱা সংঘৰ্ষত যাত্ৰীবাহী টাটা চুম’ত থকা প্ৰায় ১০জন যাত্ৰী থিতাতে নিহত হোৱা বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা লোকসকলৰ!-->!-->!-->…
‘অসম আন্তৰ্জাতিক কৃষি-উদ্যান শস্য় মেলা ২০২২’
'অসম আন্তৰ্জাতিক কৃষি-উদ্যান শস্য় মেলা ২০২২' ত ৫ কোটি টকা খৰচ কৰিলে কত?কৃষি বিভাগে প্ৰদান কৰা ৫ কোটি টকাৰ খতিয়ান দাখিল কৰাৰ নিয়ম নাই বিভাগত।
সোমবাৰে হঠাৎ গুছি গ’ল কলীয়া।
সোমবাৰে হঠাৎ গুছি গ'ল কলীয়া।
অসুস্থ অৱস্থাতো নাপালে চিকিৎসা।
পুৱা মৃত অৱস্থাত উদ্ধাৰ হ'ল কলীয়া।
অমৃত বৃক্ষৰ পিছত এইবাৰ অমৃত কলহ যাত্ৰা।
অমৃত বৃক্ষৰ পিছত এইবাৰ অমৃত কলহ যাত্ৰা।কেতিয়াৰ পৰা আৰম্ভ হ'ব এই যাত্ৰা?
সঁচাকৈয়ে কোনো অদৃশ্য শক্তিয়ে নগাঁও মেডিকেল কলেজৰ চৌহদত টানি নিছিল নেকি কাঠৰ ঘোৰা?
সঁচাকৈয়ে কোনো অদৃশ্য শক্তিয়ে নগাঁও মেডিকেল কলেজৰ চৌহদত টানি নিছিল নেকি কাঠৰ ঘোৰা? নিজস্ব ভাৱে নিৰ্জীৱ কাঠৰ ঘোৰা চলা ভাইৰেল ভিডিঅ কিমান দূৰ সচাঁ?
এছিয়ান গেমছত চীনৰ বিৰুদ্ধে ৫-১ গ’লৰ ব্যৱধানত পৰাস্ত হ’ল ভাৰতীয় ফুটবল দল
২০২৩ চনৰ এছিয়ান গেমছত ভাৰতীয় ফুটবল দলটো চীনৰ হাতত ৫-১ গ’লত পৰাস্ত হয়। সুনীল ছেত্ৰী নেতৃত্বাধীন ভাৰতীয় দলটোৱে চীনৰ বিৰুদ্ধে মাত্ৰ এটা গ’লহে দিবলৈ সক্ষম হয়।
এই খেলখন হাংঝোৰ হুয়াংলং স্প’ৰ্টছ চেণ্টাৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল।!-->!-->!-->…
টিপঙৰ অবৈধ কয়লা খনিত পুনৰ দুজন শ্ৰমিকৰ মৃত্যু
অবৈধ কয়লা খনিত পুনৰ শ্ৰমিকৰ মৃত্যু। এইবাৰ টিপঙৰ চালি অঞ্চলৰ অবৈধ কয়লা ৰেট হ'ল মাইনিঙত গেছ নিৰ্গত হৈ মৃত্যুক আঁকোৱালি ল’লে দুজন শ্ৰমিকে।
এই ঘটনাত আন এজন শ্ৰমিক গুৰুতৰভাৱে আহত হয়।আজি পুৱাৰ ভাগত সংঘটিত এই দুৰ্ঘটনাত মৃত্যু হোৱা শ্ৰমিক দুজনক!-->!-->!-->…