ISHAN NEWS – Always One Step Ahead of Time…

ট্ৰেড মিলত দৌৰি থাকোতেই মৃত্যু ইঞ্জিনিয়াৰিঙৰ প্রথম বৰ্ষৰ ছাত্রৰ । ISHAN NEWS…

কাৰ মৃত্যু কেতিয়া হয় কোনেও নাজানে । সেয়েহে কোৱা হয় মৰনেহে জানে শৰণৰ ঠাই । এই কথাষাৰেই পুণৰ প্রমাণিত হ’ল উত্তৰ প্রদেশৰ গাজিয়াবাদত । শৰীৰ চৰ্চা কৰা এগৰাকী ২১ বছৰীয়া যুৱকে আনদিনাৰ দৰে ট্ৰেডমিলত দৌৰি থকা অবস্থাত হঠাত ট্ৰেডমিলৰ পৰা

সংসদৰ বিশেষ অধিবেশনৰ ইতিহাস । কেতিয়া , কিয় অনুষ্ঠিত হৈছিল বিশেষ অধিবেশন ? ISHAN NEWS…

আজি অৰ্থাৎ সোমবাৰৰ পৰা আৰম্ভ হ'ব সংসদৰ বিশেষ অধিবেশন । ৫ দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই অধিবেশনত ভাৰতীয় সংসদৰ ৭৫ বছৰীয়া যাত্রাৰ বিষয়ে আলোচনা কৰাৰ লগতে নিৰ্বাচনী আয়ুক্তৰ নিযুক্তিৰ উপৰিও চাৰিখন বিধেয়ক সন্দৰ্ভতো আলোচনা হোৱাৰ

শিৱ মন্দিৰত নামাজ পঢ়াৰ অভিযোগত মাতৃ-কন্যাক গ্ৰেপ্তাৰ

উত্তৰ প্ৰদেশৰ বৰেলী জিলাৰ আৰক্ষীয়ে এটা পুৰণি শিৱ মন্দিৰত নামাজ পঢ়াৰ অভিযোগত এগৰাকী মুছলমান মহিলা আৰু তেওঁৰ কন্যাক গ্ৰেপ্তাৰ কৰে। ভুটা আৰক্ষীয়ে কেশৰপুৰ গাঁওস্থিত মন্দিৰত নামাজ পঢ়িবলৈ প্ৰেৰণা দিয়াৰ অভিযোগত এজন মৌলৱীকো গ্ৰেপ্তাৰ কৰে।

ভাৰতীয় বলাৰৰ বিধ্বংসী বলিঙত বিধ্বস্ত শ্ৰীলংকা; অষ্টমবাৰলৈ এছিয়া কাপ দখল ভাৰতৰ

ভাৰতীয় বেগী বলাৰ মহম্মদ ছিৰাজৰ বিধ্বংসী বলিঙৰ সহায়ত অষ্টমবাৰৰ বাবে ভাৰতে দখল কৰিলে এছিয়া কাপৰ ট্ৰফী। এছিয়া কাপ ক্ৰিকেট ইতিহাসত ভাৰতৰ এয়া বৃহৎ জয়। কলম্বোৰ প্ৰেমদাসা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ফাইনেল মেচখনত ঘৰুৱা দল শ্ৰীলংকাক ১০ উইকেটত

গণেশ চতুৰ্থী কেতিয়া ? জানক সবিশেষ

গণেশ চতুৰ্থী হৈছে ভগৱান গণেশৰ জন্ম তিথিত উদযাপন কৰা এক উৎসৱ । হিন্দুসকলে গণেশক জ্ঞান, সমৃদ্ধি আৰু সৌভাগ্যৰ দেৱতা হিচাপে মান্যতা প্ৰদান কৰে। বিশেষকৈ মহাৰাষ্ট্ৰৰ লগতে অন্যান্য ৰাজ্য যেনে মধ্য প্ৰদেশ, গুজৰাট, ৰাজস্থান, গোৱা , কৰ্ণাটক, অন্ধ্ৰ

অভিনেত্ৰী জেৰিন খানৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি; ইভেণ্ট কোম্পানীৰ অভিযোগত আদালতৰ নিৰ্দেশ

বলীউডৰ অভিনেত্ৰী জেৰিন খান সন্দৰ্ভত আহিছে এক চাঞ্চল্যকৰ খবৰ। জানিব পৰা অনুসৰি কলকাতাৰ শিয়ালদহ আদালতে জেৰিন খানৰ নামত গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে। প্ৰকৃততে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে এটা কোম্পানীয়ে অভিযোগ দাখিল কৰিছিল। ২০১৮ চনত