বিতৰ্কত পোছাকৰ পদুম ফুল ?সংসদৰ বিশেষ অধিবেশনত সংসদ ভৱনৰ কৰ্মচাৰীৰ নতুন পোছাকক লৈ ৰাজনীতি
সংসদৰ বিশেষ অধিৱেশনত, সংসদৰ কৰ্মচাৰীসকলে পিন্ধিবলগীয়া নতুন পোছাকক লৈ দেশজুৰি সৃষ্টি বিতৰ্কৰ।নতুন পোছাক কেনেকুৱা হ’ব ?
লোকসভা সচিবালয়ে আভ্যন্তৰীণ বিজ্ঞপ্তিৰ জৰিয়তে সংসদৰ কৰ্মচাৰী সকলক নতুনকৈ ডিজাইন কৰা পোছাক পৰিধান কৰাৰ নিৰ্দেশ দিয়ে ।!-->!-->!-->…
চাৰিওদিশে চলিছে দুৰ্গা পূজাৰ প্ৰস্তুতি। কিন্তু তাৰ পূৰ্বে বিশ্বকৰ্মা পূজা । পিছে এইবছৰ কোন তাৰিখে…
বিশ্বকৰ্মা হৈছে স্থাপত্যৰ দেৱতা । বিশ্বব্ৰহ্মাণ্ডৰ স্থপতিবিদ বিশ্বকৰ্মাৰ জন্মদিনৰ প্ৰতি সমৰ্পিত হিন্দুসকলৰ এয়া এক উৎসৱ । এই দিনটো বিশ্বকৰ্মা জয়ন্তী হিচাপেও জনাজাত । জনশ্ৰুতি মতে, বিশ্বকৰ্মাই ভগৱান ব্ৰহ্মাক পৃথিৱীৰ সৃষ্টিত সহায়!-->!-->!-->…
২০২৪ বৰ্ষৰ মেট্ৰিক পৰীক্ষাক লৈ ডাঙৰ খবৰ। অহা বৰ্ষৰ ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ’ব…
https://fb.watch/n0-PQY9Yin/
গাহৰি, কুকুৰ, মেকুৰীৰ পৰা দূৰত থাকক। চৰাই আৰু জন্তুৱে কামোৰা ফল-মূল নাখাব। এইবোৰৰ পৰা বিয়পিব পাৰে…
https://fb.watch/n0Z48xTKMr/
আজি ৰাজ্যত হ’ব ধাৰাষাৰ বৰষুণ-বজ্ৰপাত। কেইবাখনো জিলালৈ সতৰ্কবাণী ।
https://fb.watch/n0Yis240Hs/
আৰক্ষীৰ চাকৰিৰ বাবে দৌৰি আছিল ৰাজপথত। মালবাহী ট্ৰাকে মহতিয়াই নিলে ৪ যুৱকক। ভয়ংকৰ দুৰ্ঘটনাই কঁপাইছে…
https://fb.watch/n0XO5vkr_B/
উচ্ছেদিত লোকসকলৰ বাবে ডাঙৰ খবৰ। নৱেম্বৰৰ ভিতৰত ভূমিৰ অধিকাৰ লাভ কৰিব উচ্ছেদিতই। হিমন্ত চৰকাৰে…
https://fb.watch/n0VbSEEY5T/
লাখ লাখ যুৱক-যুৱতীক ৫ লাখকৈ টকা দিব হিমন্ত চৰকাৰে । ২৩ ছেপ্টেম্বৰৰ পৰা কৰিব পাৰিব আবেদন। কোনে কোনে…
https://fb.watch/n0URvSs3Bf/
জ্যোতিষীৰ সিদ্ধান্তৰ ওপৰতহে নিৰ্ভৰশীল ভাৰতৰ ফুটবল খেলুৱৈৰ ভৱিষ্যত ।
ভাৰতীয় ফুটবলত সংঘটিত হৈছে নজিৰবিহীন ঘটনা । জ্যোতিষীৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰে ভাৰতীয় ফুটবল দলৰ মূল একাদশৰ খেলুৱৈৰ নিৰ্বাচন। ভাৰতৰ অন্যতম তাৰকা ফুটবল খেলুৱৈ সুনীল ছেত্রীয়ে দলত স্থান লাভ কৰিবলৈ হ’লে কেনেকৈ খেলে সেইটোৰ ওপৰত নিৰ্ভৰ নকৰে।!-->…
ভাৰত পাকিস্তানৰ মেছত শচীন টেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰি ইতিহাস ৰচিলে বিৰাট কোহলীয়ে ।
ক্রিকেট বিশ্বত সোমবাৰে আন এক ইতিহাস ৰচনা কৰে বিৰাট কোহলীয়ে । ক্রিকেটৰ ৰজা 'কিং কোহলী' য়ে এদিনীয়া ক্ৰিকেটত ১৩,০০০ ৰাণৰ সীমা অতিক্ৰম কৰি ক্রিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰে । বিৰাট কোহলীয়ে মাত্ৰ ২৬৭ টা ইনিংছত এই সংখ্যা অতিক্ৰম!-->…