G20 ৰ পাছত তীব্ৰগতিত দৌৰিছে ভাৰতীয় শ্বেয়াৰ বজাৰ ষাঁড় । ইতিহাস ৰচিলে নিফটিয়ে ।
সোমবাৰে ভাৰতৰ শ্বেয়াৰ বজাৰৰ ছ্যেনছেক্স ৬৭ হাজাৰ পইণ্টৰ উৰ্দ্ধগামী হয় । সেইদৰে নিফটিয়ে সৰ্বকালৰ অভিলেখ সৃষ্টিকৰি ২০ হাজাৰৰ সীমা অতিক্রম কৰে ।
দেশৰ শ্বেয়াৰ বজাৰত বোম্বে ষ্টক এক্সেঞ্জৰ সূচকাংক ৬৭ হাজাৰত উপনীত হয় । ইফালে নেচনেল ষ্টক!-->!-->!-->!-->!-->…
প্ৰায় সাজু ! কেতিয়াকৈ ৰাইজৰ বাবে মুকলি হ’ব ৰাম মন্দিৰ?
নতুন দিল্লীৰ প্ৰগতি ময়দানত চলি থকা জি-২০ সন্মিলন ২০২৩ৰ ওপৰত সকলোৰে দৃষ্টি নিৱদ্ধ থকাৰ সময়তে উত্তৰ প্ৰদেশৰ অযোধ্যাৰ পৰা আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ ।
সূত্ৰ অনুসৰি, ২০২৩ চনৰ ২৪ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অযোধ্যা ৰাম মন্দিৰ!-->!-->!-->…
আন এক গোধৰা কাণ্ড সংঘটিত হব দেশত । ৰাম মন্দিৰ উদ্বোধনৰ পাছতেই দেশত সংঘটিত হব ভয়ংকৰ কাণ্ড । উদ্ধৱ…
যি সময়ত ৰামমন্দিৰ শুভ উদ্বোধনৰ বাব যাৱতী প্রস্তুতি আগবাঢ়িছে তেনে সময়তে , ৰামমন্দিৰ উদ্বোধন সন্দৰ্ভত উদ্ধৱ ঠাকৰেয়ে আগবঢ়োৱা মন্তব্যক লৈ তোলপাৰ লাগিছে দেশৰ ৰাজনীতিত ।উদ্ধৱ থাকৰেয়ে উত্তৰপ্রদেশত নিৰ্মাণ কৰি থকা ৰাম মন্দিৰ উদ্বোধনৰ পাছতেই দেশত!-->…
বাংলোৰ পৰা উদ্ধাৰ উচ্চতম ন্যায়ালয়ৰ অধিবক্তাৰ মৃতদেহ । ঘৰ বিক্রী কৰিবলৈ নিদিয়াটোৱেই কাল হ’ল অধিবক্তাৰ…
উচ্চতম ন্যায়ালয়ৰ অধিবক্তা ৰেণু সিনহাৰ চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ । যোৱা শনিবাৰে অধিবক্তা গৰাকীৰ মৃতদেহ নয়ডাৰ চেক্টৰ ৩০ ত থকা অধিবক্তা গৰাকীৰ বাংলোৰ শৌচাগাৰৰ পৰা উদ্ধাৰ কৰা হয় । অধিবক্তা গৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা প্রায় ৩৬!-->…
ভাৰতলৈ আহি কি কি খালে ৰাষ্ট্ৰনেতা সকলে? কঁঠালৰ ভাজিৰ পৰা কাঠফুলালৈ চাওঁক খাদ্য সম্ভাৰৰ তালিকা
ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শনিবাৰে নতুন দিল্লীৰ ভাৰত মণ্ডপমত জি-২০ সন্মিলনত অংশগ্ৰহণ কৰা বিশ্বৰ নেতা , প্ৰতিনিধিসকলৰ বাবে এক বিশেষ নৈশ ভোজৰ আয়োজন কৰে। বিদেশী নেতা আৰু প্ৰতিনিধিৰ উপৰিও সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী, কেবিনেট আৰু ৰাজ্যিক!-->…
চাপৰৰ ৰঙামাটিত অমানৱীয় কাণ্ড। অসুস্থ পিতৃক চিকিৎসা নকৰি অত্যাচাৰ কৰিলে পুত্ৰই !
https://fb.watch/mZ2WzHNPoh/
ৰাজ্যৰ দুটা প্ৰান্তত ভয়ংকৰ পথ দুৰ্ঘটনা । থিতাতে নিহত ৩ জনকৈ লোক
https://fb.watch/mZ2ScuEa8l/
বঙাইগাঁৱত আৰক্ষীৰ জালত প্ৰৱঞ্চক । CSP খুলি কোটি টকা লুণ্ঠন ।
https://fb.watch/mZ1dm2OUYI/
G20 বৈঠকৰ পূৰ্বে শুকুৰবাৰে নিশা মোদী আৰু বাইডেনৰ মাজত কি আলোচনা হ‘ল ? ISHAN NEWS…
শুকুৰবাৰে নিশা আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসভৱনত অনুষ্ঠিত হয় এখন দ্বিপাক্ষিক বৈঠক । ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে শুকুৰবাৰে সন্ধিয়া দিল্লীত আহি উপস্থিত হয়হি!-->!-->!-->!-->!-->…