ISHAN NEWS – Always One Step Ahead of Time…

এন আৰ চি (NRC) সম্পৰ্কীয় বিষয়ৰ শুনানিৰ বাবে উচ্চতম ন্যায়ালয়ত নতুন সংবিধান বিচাৰপীঠ । ISHAN…

উচ্চতম ন্যায়ালয়ে এন আৰ চি(NRC)কে ধৰি তিনিটা গোচৰৰ শুনানিৰ বাবে এখন নতুন সবিধান বিচাৰপীঠ গঠন কৰিছে । শেহতীয়া জাননী অনুসৰি, ২০ ছেপ্তেম্বৰ, ২০২৩ ৰ পৰা উচ্চতম ন্যায়ালয়ৰ সংবিধান বিচাৰপীঠে অসমত তিনিটা গোচৰৰ শুনানি আৰম্ভ কৰিব। এই

জেট এয়াৰৱেজৰ প্রতিষ্ঠাপক নৰেশ গোৱেলক গ্ৰেপ্তাৰ । কানাড়া বেংকৰ পৰা ঋণৰ নামত ৫৩৮ কোটিতকৈও অধিক ধন…

অবৈধ বিত্তীয় লেনদেনৰ অভিযোগত জেট এয়াৰৱেজৰ প্ৰতিষ্ঠাপক নৰেশ গোৱেলক গ্ৰেপ্তাৰ কৰে মুম্বাইৰ অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাই । কানাড়া বেংক কৰ্তৃপক্ষৰ গোচৰৰ ভিত্তিত শুকুৰবাৰে নিশা গ্ৰেপ্তাৰ কৰা হয় নৰেশ গোৱেলক । ৫৩৮ কোটি টকাৰ কানাড়া বেংকৰ ঝণ

এখন দেশ এক নিৰ্বাচন। সাজু কেন্দ্ৰীয় চৰকাৰ।কি কয় মোদী চৰকাৰ আৰু বিৰোধীয়ে ।

কেন্দ্ৰীয় চৰকাৰে ‘এখন দেশ এক নিৰ্বাচন’ নীতি ৰূপায়ণৰ বাবে দ্ৰুতগতিত প্রস্তুতি চলাইছে । ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্রকাশিত তথ্য মতে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ বাব শাসকীয় চৰকাৰ ইতিমধ্যে কেবাবাৰো আলোচনাত মিলিত হৈছে। মোডী চৰকাৰে ‘এখন দেশ,

কভিডৰ পৰা সুস্থ হৈ মৃত্যু হোৱা অধিকাংশৰে বয়স ৪০ – ৬০ বছৰ । ICMR ৰ প্রতিবেদনত নাই কভিড ভেকচিনৰ…

Covid ৰ পৰা সুস্থ হৈ উঠাৰ এবছৰৰ ভিতৰত মৃত্যু হোৱা অধিকাংশ লোকৰে বয়স ৪০ পৰা ৬০ বছৰৰ ভিতৰত । ইয়াৰ ভিতৰত কিছু সংখ্যকৰ বয়স ৬০ বছৰৰ ওপৰৰ বুলি প্রকাশ কৰিছে স্বাস্থ্য মন্ত্ৰালয়ে । ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চে চলোৱা এক অধ্যয়নত ক’ৰ’নাত

আদিত্য L1 সূৰ্যৰ কিমান ওচৰলৈ যাব ?আদিত্য- L1 অভিযানৰ সবিশেষ ।

আদিত্য- L1 । সূৰ্য অভিমুখে ইছৰোৰ নতুন অভিযান আদিত্য - L1 । ২ ছেপ্টেম্বৰত আৰম্ভ হব আদিত্য L1 ৰ অভিযান । কি এই আদিত্য- L1? চন্দ্ৰ অভিযানৰ সফলতাৰ পাছত ভাৰতে পৰ্যবেক্ষণ কৰিব সূৰ্যৰ বিষয়ে । আমেৰিকা, ৰাছিয়া আৰু ইউৰোপৰ পাছত সূৰ্যক