ISHAN NEWS – Always One Step Ahead of Time…

যদি আপুনি টি, ভি চেনেলটো চাবলৈ ভাল পোৱা নাই তেন্তে সেই চেনেলটো চাব নালাগে : উচ্চতম ন্যায়ালয়

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে দেশৰ নিউজ চেনেলসমূহৰ নিৰীক্ষণ বিচাৰি কৰা এখন আবেদন অগ্ৰাহ্য কৰিছে। আদালতত নিউজ চেনেলবোৰৰ বিৰুদ্ধে এখন ৰাজহুৱা স্বাৰ্থ জড়িত মোকৰ্দমা (পিআইএল) দাখিল কৰা হৈছিল। আৱেদনখনত আবেদনকাৰীয়ে বাতৰি চেনেলবোৰ নিৰীক্ষণ কৰিবলৈ

এন চি চি ৰ প্রশিক্ষণত কেডেটক তীব্ৰ প্রহাৰ জ্যেষ্ঠ ছাত্রৰ ।বোকাত ড্ৰীল কৰাৰ ভয়ংকৰ দৃশ্য ভাইৰেল।

এন চি চি ৰ প্রশিক্ষণৰ এটা ভাইৰেল ভি ডি ও ই দেশজুৰি তীব্ৰ প্রতিক্রিয়া সৃষ্টি কৰিছে । মহাৰাষ্ট্ৰৰ থানেৰ বেদেকাৰ কলেজৰ বুলি দাবী কৰা ভি ডি ও টোত এন, চি, চি কেডেটৰ প্রশিক্ষণৰ সময়ত এগৰাকী ব্যক্তিয়ে শিক্ষাৰ্থী সকলক এডাল লাঠিৰে প্রহাৰ কৰা দৃশ্য

লোকসভাৰ অধ্যক্ষৰ আসনত নবহে ওম বিৰলা !

শাসকীয় আৰু বিৰোধী দলৰ বহু কেইগৰাকী সাংসদে সংসদৰ চলিত বৰ্ষাকালীন অধিবেশনত অশান্তিৰ পৰিবেশ সৃষ্টি কৰাৰ বাবে স্তম্ভিত হৈছে লোকসভাৰ অধ্যক্ষ ওম বিৰলা ।যোৱা ২০ জুলাইৰ পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিবেশনৰ সময়ছোৱাত মণিপুৰ কাণ্ডক কেন্দ্ৰ কৰি

আমেৰিকাৰ প্রাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ ১০০ বছৰৰ কাৰাদণ্ডৰ সম্ভাৱনা

আমেৰিকাৰ প্রাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে আদালতত বিচৰাধীন হৈ আছে ৭৮ টা গোছৰ । ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপন হোৱা এই অভিযোগত ট্ৰাম্প দোষী সাব্যস্ত হ’লে ১০০ বছৰৰ কাৰাদণ্ড হব ডোনাল্ড ট্ৰাম্পৰ।২০২০চনত আমেৰিকাৰ নিৰ্বাচনত