ISHAN NEWS – Always One Step Ahead of Time…

প্রকৃতিৰ ৰোষত উত্তৰাখণ্ড ।

হিমাচল প্রদেশৰ পাছত এইবাৰ উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণ । শুকুৰবাৰে নিশাৰ পৰা হোৱা ধাৰাশাৰ বৰষুণৰ পাছত ব্যাহত হৈ পৰিছে উত্তৰাখণ্ডৰ স্বাভাৱিক জনজীৱন । ৰাজ্যখনৰ বিভিন্ন স্থানত হোৱা ভূমিস্খলনৰ পাছত বন্ধ হৈ পৰিছে পথ যোগাযোগ ব্যৱস্থা ।প্রবল

আজি ‘ আন্ত:ৰাষ্ট্ৰীয় জোনবাই’ দিৱস । কি কাৰণে জোনবাই দিৱস পালন কৰা হয় আপুনি জানেনে ? ISHAN…

সমগ্ৰ বিশ্বই ২০২১ বৰ্ষৰ পৰাই ২০ জুলাইৰ দিনটোত পালন কৰি আহিছে জোনবাই দিৱস । জোনবাইক লৈ কিমান যে সাধু , কিমান যে কবিতা আৰু গীতৰ সৃষ্টি হৈছে তাৰ হিচাপ নায় । জোনবায়ে ল’ৰাৰ পৰা বুঢ়ালৈকে সকলোকে আকৰ্ষণ কৰে । সেই জোনবাইৰ বুকুতেই