ISHAN NEWS – Always One Step Ahead of Time…

ৰাজ্যসভাৰ প্রাৰ্থীত্ব নাপালে সুস্মিতা দেৱে। মমতাৰ ৬জনীয়া তালিকাত নাম নাই সুস্মিতাৰ । ISHAN NEWS…

তৃণমূল কংগ্ৰেছে প্রকাশ কৰা ৰাজ্যসভা নিৰ্বাচনৰ শেহতীয়া প্রাৰ্থীৰ তালিকাত নাম নাই ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱৰ । সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী সুস্মিতা দেৱে ২০২১ চনত কংগ্ৰেছৰ পৰা পদত্যাগ কৰি পশ্চিমবংগৰ

কৰ্ণাটক চৰকাৰে প্রৱৰ্তন কৰিব ৰাজ্যিক শিক্ষা নীতি। ISHAN NEWS…

কৰ্ণাটকৰ মুখ্যমন্ত্রী সিদ্ধাৰমায়াই ৰাজ্যখনত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰিৱৰ্তে ৰাজ্যিক শিক্ষা নীতি প্রৱৰ্তনৰ কথা উল্লেখ কৰাৰ পাছতেই ৰাজ্যখনৰ প্রাথমিক শিক্ষামন্ত্রী মধু বাংগাৰাপ্পাই ৰাজ্যখনত অতি শীঘ্ৰে ৰাজ্যিক শিক্ষানীতি প্রৱৰ্তন কৰাৰ