ISHAN NEWS – Always One Step Ahead of Time…

উৰিষ্যাৰ বালাচোৰত সংঘটিত ভয়ংকৰ ৰেল দুৰ্ঘটনাৰ প্ৰতিবেদন দাখিল । প্ৰতিবেদনত প্ৰকাশ কাৰ ভুলৰ বাবে…

ভাৰতৰ ৰেল বিভাগৰ ইতিহাসত সবাতোকৈ ভয়ংকৰ ৰেল দুৰ্ঘটনা হিচাপে পৰিচিত হোৱা উৰিষ্যাৰ বালাচোৰৰ ৰে'ল দুৰ্ঘটনাৰ তদন্তৰ পাছত, ৰে'ল বিভাগৰ সুৰক্ষা আয়ুক্তই দাখিল কৰিছে প্ৰতিবেদন । বিভাগীয় তদন্তৰ পাছত এই প্ৰতিবেদনত উল্লেখ কৰিছে দুৰ্ঘটনা সংঘটিত হোৱাৰ

ভূ গৰ্ভৰ পানী হ্ৰাসৰ ভয়ংকৰ পৰিণতি। সলনি হৈছে পৃথিৱীৰ অক্ষ ৰেখা।

ভূ গৰ্ভৰ পানী হ্ৰাসৰ ভয়ংকৰ পৰিণতি।সলনি হৈছে পৃথিৱীৰ অক্ষ ৰেখা।কমি আহিছে ভূগৰ্ভৰ পানী। সলনি হৈছে পৃথিৱীৰ অক্ষৰেখা । ‘জিঅ' ফিজিকেল ৰিছাৰ্ছ লেটাৰছ’ নামৰ জাৰ্নেল খনত প্ৰকাশিত গৱেষণামুলক তথ্যই অশনি সংকেত কঢ়িয়াই আনিছে পৃথিৱী বাসীৰ সন্মুখলৈ ।

আপুনি বজাৰৰ পৰা ইলেক্ট্ৰনিক সামগ্ৰী কিনিবলৈ গৈ সামগ্ৰী বিধ আচল নে নকল তাক লৈ আপুনি চিন্তাত পৰিছে…

আপুনি বজাৰৰ পৰা ইলেক্ট্ৰনিক সামগ্ৰী কিনিবলৈ গৈ সামগ্ৰী বিধ আচল নে নকল তাক লৈ আপুনি চিন্তাত পৰিছে নেকি ? কোনবিধ সামগ্ৰী আচল আৰু কোনবিধ সামগ্ৰী নকল সেইটো আপুনি কেইটা মান ছেকেণ্ডৰ জৰিয়তে লাভ কৰিব এটা চৰকাৰী এপৰ জৰিয়তে । BIS নামৰ এপৰ

‘অ’ মইনা কেতিয়া আহিলি’ বুলি গাবলৈ সুদক্ষিণা শৰ্মা আৰু নাই।

‘অ’ মইনা কেতিয়া আহিলি’ বুলি গাবলৈ সুদক্ষিণা শৰ্মা আৰু নাই। ‘নাহৰ ফুলে নুশুৱায়, তগৰ ফুলে শুৱাব’ গাবলৈ সুদক্ষিণা শৰ্মা আৰু কেতিয়াও নাহে। এক নেদেখা বাটেৰে এই পৃথিৱীৰ মায়া এৰি ৩ জুলাইৰ পুৱা ৮.২৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে। অসমীয়াৰ

বালিপৰাত সদৌ অসম মিস্ত্ৰী আৰু শ্ৰমিক সন্থাৰ সংবাদমেল।

অসমৰ পঞ্জীয়নভুক্ত শ্ৰমিক সকলক চৰকাৰে প্ৰতাৰণা কৰিছে। শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ যদি খাটি খোৱা শ্ৰমিকৰ সন্তান হয় তেন্তে শ্ৰম বিভাগত তদন্ত কৰক কিয় আজি ৩ বছৰ ধৰি শ্ৰমিক সকলে প্ৰাপ্য ধন পোৱা নাই এই মন্তৱ্য কৰে সদৌ অসম মিস্ত্ৰী আৰু শ্ৰমিক

“মই যেতিয়া সাৰ পাওঁ তেতিয়া এখন মেডিকেলৰ পাছফালে পৰি আছিলো”

📌"মই যেতিয়া সাৰ পাওঁ তেতিয়া এখন মেডিকেলৰ পাছফালে পৰি আছিলো" 📌"মোৰ গাত একো কাপোৰ-কানি নাছিল" 📌বহিৰাজ্যত নাৰায়ণপুৰৰ দেৱজিত শেনচোৱাক কোনে, কেনেকৈ কৰিছিল আক্ৰমণ? 📌শিহৰণকাৰী বৰ্ণনা দিলে দেৱজিতে।

টেক্স নিদিয়াকৈ থাকিলে নিজৰহে বাৰ্ডেন বাঢ়িব

📌"টেক্স নিদিয়াকৈ থাকিলে নিজৰহে বাৰ্ডেন বাঢ়িব"📌"সুৰাপান কৰি গাড়ী চলোৱা চালক লগে লগে গ্ৰেপ্তাৰ হ'ব "📌হেলমেট আছে, পিন্ধিব নাজানে, মূৰৰ ওপৰত হেলমেট পিন্ধা বাইক চালকক শিকাই দিলে সহকাৰী আয়ুক্তই।📌খানাপাৰাত

বৰপেটাৰ চেঙাত ছাগলী চোৰৰ সন্ত্ৰাস

বিগত কিছুদিন ধৰি চলি আছে চেঙাত গৰু ছাগলী চুৰি কাৰ্য ৷ আজি ৰাতি পুৱা উদ্ধাৰ হ’ল মুৰ কটা অবস্থাত এটা ছাগলী ৷ ছাগলীৰ মালিক মনোৰঞ্জন ডেকাই ধৰা পেলালে ছাগলী চোৰ দুজনক ৷ ইতিমধ্যে স্হীকাৰ কৰিছে ছাগলীটো চোৰ কৰাৰ কথা ৷ ধৰা পৰা চোৰ