ফ্লপ হ’ব নেকি নেকি জয় হনুমেন ? পৰিচালকৰ অকপট স্বীকাৰোক্তি
নিউজ ডেস্ক, ২১ অক্টোবৰঃ ১৮ অক্টোবৰত মুক্তি লাভ কৰিছিল বহুচৰ্চিত অসমীয়া ছবি 'জয় হনুমেন'এ (Joi Honu Man)। ব্যতিক্ৰমী চিন্তাধাৰাৰে সৃষ্টিশীল কৰ্ম কৰি জনপ্ৰিয় হৈ পৰা হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাৰে নিৰ্মাণ কৰা হৈছিল ছবিখন । অসমৰ ইমূৰৰ পৰা!-->…
ম্যাদী মাটিত প্ৰশাসনৰ বোলড’জাৰ, বাধাৰ সন্মুখীন উচ্ছেদকাৰী
নিউজ ডেস্ক, ২১ অক্টোবৰঃ এইমছ(AIIM Guwahat)ৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত ভূমিত উচ্ছেদ চলাবলৈ গৈ ভূমিৰ গৰাকীৰ বাধাৰ সন্মুখীন হৈছে প্ৰশাসন । চাংসাৰীবাসীয়ে ক্ষোভ উজাৰিছে উচ্ছেদকাৰী প্ৰশাসনৰ বিৰুদ্ধে । অভিযোগ অনুসৰি সঠিকভাৱে জাননী নিদিয়াকৈ প্ৰশাসনে!-->…
তীব্ৰগতিৰে আহি আছে ঘূৰ্ণীবতাহ ডানা
নিউজ ডেস্ক, ২০ অক্টোবৰঃ মধ্য আন্দামান সাগৰৰ ওপৰেৰে আহি আছে ঘূৰ্ণীবতাহ ডানা (Cyclone Dana)। ২৩ অক্টোবৰৰ ভিতৰত তীব্ৰতৰ হ'ব ডানাৰ গতিবেগ । ২৪ অক্টোবৰৰ পুৱা উত্তৰ-পশ্চিম উপসাগৰ, ওড়িশা আৰি পশ্চিম বংগৰ উপকূল অঞ্চলত ডানাই স্পৰ্শ কৰাৰ সম্ভাৱনা!-->…
আবু ছাইদলৈ মনত পৰেনে? আজি তেওঁৰ পৰীক্ষাৰ ফলাফল প্ৰকাশ পাইছে
নিউজ ডেস্ক, ২০ অক্টোবৰঃ বাংলাদেশৰ বৈষম্যবিৰোধী ছাত্ৰ আন্দোলনৰ প্ৰথম ছহিদ আছিল আবু ছাইদ । সেই আবু ছাইদ(Abu Sayed) স্নাতক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ।
বেগম ৰকেয়া বিশ্ববিদ্যালয়(Begum Rokeya University)ৰ ইংৰাজী বিভাগৰ!-->!-->!-->…
দুবছৰ পিচত জামিন লাভ আপ নেতা সত্যেন্দ্ৰ জৈনৰ
নিউজ ডেস্ক, ১৮ অক্টোবৰঃ দুবছৰৰ পিচত জামিন লাভ কৰিলে আম আদমি পাৰ্টীৰ নেতা সত্যেন্দ্ৰ জৈনে । ধন সৰবৰাহৰ গোচৰত বলবৎকাৰী সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ প্ৰাক্তন মন্ত্ৰীগৰাকীক ।
তিহাৰ কাৰাগাৰত বন্দী হৈ থকা আপ নেতাগৰাকীৰ জামিন!-->!-->!-->…
ইউটিউব ভিডিঅ’ চায়েই ৱাই কেটেগৰীৰ নিৰাপত্তা ভেদি গুলীচালনা !
নিউজ ডেস্ক, ১৬ অক্টোবৰঃ ইউটিউবত এতিয়া প্ৰায়বোৰেই উপলব্দ । উপলব্ধ গুলীচালনাৰ প্ৰশিক্ষণো । ইউটিউবৰ ভিডিঅ'ৰ পৰা প্ৰশিক্ষণ লৈয়েই হত্যা কৰা হ'ল ৱাই কেটেগৰীৰ নিৰাপত্তা বেষ্টনীৰ মাজত থকা এগৰাকী প্ৰভাৱশালী ৰাজনীতিক তথা প্ৰাক্তন মন্ত্ৰীক ।
!-->!-->!-->…
পাকিস্তানত উপস্থিত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী
নিউজ ডেস্ক, ১৫ অক্টোবৰঃ সুদীৰ্ঘ ৯ বছৰৰ পিচত পাকিস্তানত উপস্থিত হল ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী । ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ মঙলবাৰে ইছলামবাদত উপস্থিত হয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুব্ৰহ্মণ্যম জয়শংকৰ । শেষবাৰৰ বাবে!-->…
ড্ৰাগছ সৰবৰাহ কৰি নেপালত গ্ৰেপ্তাৰ দুই ভাৰতীয়
নিউজ ডেস্ক, ১৫ অক্টোবৰঃ নেপাল আৰক্ষীৰ জালত পৰিছে দুগৰাকী ভাৰতীয় । ড্ৰাগছ সৰবৰাহৰ লগত জড়িতৰ অপৰাধত নেপাল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ভাৰতীয় দুগৰাকীক ।আৰক্ষীয়ে জনোৱা অনুসৰি সোমবাৰে নেপালৰ ঝাপা জিলাৰ ভদ্ৰপুৰৰ এখন হোটেলৰ পৰা ১৮ বছৰীয়া পুত্ৰৰ!-->…
ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম ৫জি বজাৰঃ প্ৰধানমন্ত্ৰী মোডী
নিউজ ডেস্ক, ১৫ অক্টোবৰঃ মঙলবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুভাৰম্ভ কৰিলে ইণ্ডিয়া মোবাইল কংগ্ৰেছ-২০২৪ৰ অষ্টম সংস্কৰণ । অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ৫জি বজাৰ হিচাপে আত্মপ্ৰকাশ!-->…