ISHAN NEWS – Always One Step Ahead of Time…

সমাজ কল্যাণ সঞ্চালকৰ কমিছনৰ অংকত ৰাজ্যত বন্ধ শিশু খাদ্যৰ যোগান!

সমাজ কল্যাণ বিভাগে ক’ড অৱ কণ্ডাক্টৰ নামত বন্ধ ৰাখিছে শিশু খাদ্য যোগান। লোকসভা নিৰ্বাচনৰ দোহাই দি যোৱা এপ্ৰিল মাহৰ পৰাই শিশুৰ খাদ্য যোগান বন্ধ ৰখাত ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। কোনো পৰিস্থিতিতে শিশু খাদ্যৰ যোগান বন্ধ ৰাখিব

আঙুলিৰ সলনি জিভাৰ অস্ত্ৰোপচাৰ কৰিলে চিকিত্সকে…. তাৰ পিছত?

কি কি যে ঘটনা নঘটে এইখন দেশত। কৰিব লাগিছিল হাতৰ আঙুলিৰ অস্ত্ৰোপচাৰ। হাতৰ আঙুলিৰ পৰিৱৰ্তে জিভাৰ অস্ত্ৰোপচাৰ কৰিলে চিকিত্সকে। চিকিত্সকৰ ভুল চিকিত্সাৰ বলি হ’ল এগৰাকী চাৰি বছৰীয়া কণমাণি। কণমাণিটিৰ এখন হাতত থকা এটা অতিৰিক্ত আঙুলি আঁতৰ কৰিবলৈ

কলকাতাৰ বিৰুদ্ধে মেচৰ পূৰ্বে কমাখ্যা মন্দিৰ দৰ্শন কেশৱ মহাৰাজৰ

কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে খেলিবলগীয়া মেচৰ পূৰ্বে মা কামাখ্যা মন্দিৰ দৰ্শন কৰিলে ৰাজস্থান ৰয়েলছৰ ক্ৰিকেটাৰ কেশৱ মহাৰাজে। মহাৰাজে পূজা-অৰ্চনা কৰাৰ লগতে মা দেৱীৰ আশীৰ্বাদ লয়। দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰগৰাকীৰ মন্দিৰ দৰ্শনৰ ফটো

‘কংগ্ৰেছৰ চৰকাৰ আহিলে ৰাম মন্দিৰত চলিব বুলডজাৰ’

কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন হ'লে ৰাম মন্দিৰত চলিব বুলডজাৰ। এই মন্তব্য কৰিছে জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয় যে কংগ্ৰেছ আৰু SPৰ চৰকাৰ গঠন হ'লে আকৌ টেণ্টত থাকিব লাগিব ৰামলালা। ভোটবেংকৰ বাবে ৰাম মন্দিৰৰ ওপৰত

ক’ভাক্সিন লোৱাসকলো সুৰক্ষিত নহয়! ক’ভাক্সিন লোৱা লোকৰ দেহত দেখা দিছে এইসমূহ ৰোগ!

ক’ভিশ্বিল্ড ভেকচিনৰ পাৰ্শ্বক্ৰিয়া পোহৰলৈ অহাৰ পাছতেই ভাৰত বায়োটেকে ক'ভিড প্ৰতিৰোধী ভেকচিন ক'ভাক্সিন নিৰাপদ বুলি প্ৰকাশ কৰিছিল। শেহতীয়াকৈ এক গৱেষণাত ক'ভাক্সিনৰ পাৰ্শ্বক্ৰিয়াৰ তথ্য পোহৰলৈ আহিছে। ক’ভাক্সিন গ্ৰহণ কৰা লোকসকলৰ প্ৰায় এক

ভাৰতীয় ফুটবলৰ এটা যুগৰ অন্ত! অৱসৰ ঘোষণা ভাৰতীয় কিংবদন্তি ফুটবলাৰ সুনীল ছেত্ৰীৰ

ভাৰতীয় ফুটবলৰ এটা যুগৰ অন্ত পৰিল। আৱেগিকভৰা ভিডিঅ’ প’ষ্টৰ জৰিয়তে দুই দশকজোৰা বৰ্ণিল কেৰিয়াৰৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিলে ভাৰতীয় ফুটবলৰ কিম্বদন্তী ছুনীল ছেত্ৰীয়ে। অহা ৬ জুনত কুৱেইটৰ বিৰুদ্ধে কলকাতাত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপ

চাহ-কফি শৰীৰৰ বাবে কিমান উপকাৰী? জানি লওক ICMRৰ শীৰ্ষ চিকিৎসা বিশেষজ্ঞৰ পৰামৰ্শ

ভাৰতীয় সংস্কৃতিত গভীৰভাৱে প্ৰচলিত প্ৰিয় পানীয় চাহ আৰু কফি সেৱনৰ ক্ষেত্ৰত বিশেষ পৰামৰ্শ আগবঢ়াইছে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ চমুকৈ আই চি এম আৰে। শেহতীয়াকৈ চিকিৎসা সংস্থাটোৱে নেশ্যনেল ইনষ্টিটিউট অৱ নিউট্ৰিচন (এনআইএন)ৰ সৈতে

মণিকা বাত্ৰাই ৰচিলে ইতিহাস; টেবুল টেনিছত এই কৃতিত্ব গঢ়া প্ৰথম ভাৰতীয় মহিলা

ভাৰতীয় টেবুল টেনিছৰ তাৰকা খেলুৱৈ মণিকা বাত্ৰাই ৰচিছে ইতিহাস। টেবুল টেনিছ ৰেংকিঙত শীৰ্ষ ২৫ স্থানত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ হিচাপে পৰিগণিত হৈছে মণিকা। ১৫টা স্থান আগুৱাই মণিকাই শেহতীয়া ৰেংকিঙত ২৪ নম্বৰ স্থান দখল কৰিছে।

গুৱাহাটীৰ পৰা দুই সন্দেহযুক্ত বাংলাদেশী সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

সোমবাৰে গুৱাহাটীত আনছাৰুল্লাহ বাংলা টিম (এবিটি)ৰ দুই সন্দেহযুক্ত বাংলাদেশী সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা হয়। গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা আৰক্ষীৰ বিশেষ শাখাই দুয়োজনকে গ্ৰেপ্তাৰ কৰে। অসম আৰক্ষীৰ বিশেষ শাখাৰ সূত্ৰৰ মতে, বিশ্বাসযোগ্য

বকোত ভয়াৱহ পথ দুৰ্ঘটনা; শিশু-মহিলাসহ ৭ জন আঘাতপ্ৰাপ্ত

বকোৰ লামপাৰাত সংঘটিত হৈছে ভয়াবহ পথ দুৰ্ঘটনা। যাত্ৰীবাহী বাছ আৰু টয়'টা ইটিঅচ ক্ৰ'চৰ মুখামুখি সংঘৰ্ষত শিশু-মহিলাসহ ৭ জন লোক আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে। এই দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ভাস্কৰ ভট্টাচাৰ্যক ততাতৈয়াকৈ