dumping groundলৈ পৰিণত গুৱাহাটীৰ ভৰলু !
ধ্বংসৰ দিশে আগবাঢ়িছে গুৱাহাটীৰ ভৰলু। ভৰলু এতিয়া ভৰলু হৈ থকা নাই হৈ পৰিছে এক dumping groundলৈকিয়নো একাংশ ব্যৱসায়ী-দোকানসমূহে ধ্বংস কৰিবলৈ উঠি পৰি লাগিছে মৰা ভৰলু নদীখনক । বেতকুছিৰ NEF LAW COLLEGEৰ কাষতে ব্যৱসায়ী-দোকানী সকলে ডাষ্ঠ বিনৰ!-->…
এফালে উপহাৰত পোৱা ট্ৰেক্টৰ ঘূৰাই লাগে গ্ৰাহকক আনফালে ডিলাৰক ঘূৰাই নালাগে ট্ৰেক্টৰ… ঘটনাটো কি???
উপহাৰৰ নামত ৰাইজে পালে ৰামঠগন। কোনে দিলে এই ৰামঠগন?
উপহাৰ কুপন খেলৰ উদ্বোধনীত বিচাৰিলে ৪খন ট্ৰেক্টৰ, ট্ৰেক্টৰ ক্ৰয় কৰাৰ নামত কৰা হ’ল এগ্ৰীমেন্ট। টিকট বিক্ৰি সম্পূৰ্ণ হোৱাৰ পাছত ১০/১২ দিন পিছত পুনৰ ডিলাৰক ঘূৰাই দিয়া হ’ল ট্ৰেক্টৰখন।
!-->!-->!-->!-->!-->!-->…
শিক্ষক দিৱসৰ দিনাই পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীত অঘটন
শিক্ষক দিৱসৰ দিনাই অঘটন। পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীত এই অঘটন।
শিক্ষানুষ্ঠানখনৰ ৩ মহলীয়া অট্টালিকাৰ পৰা জপিয়ালে এজন ছাত্ৰই। বহু সময় ধৰি ছাত্ৰজনে জপিয়াবলৈ চেষ্টা কৰি থকা প্ৰত্যেক্ষ কৰি বিদ্যালয়ৰ কৰ্তৃপক্ষই আৰক্ষীক খবৰ দিয়ে।
!-->!-->!-->!-->!-->!-->…
মুকলি কৰা হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ
প্ৰকৃতিপ্ৰেমী তথা দেশী-বিদেশী পৰ্যটকৰ বাবে সুখবৰ। ২০২৪-২৫ পৰ্যটন বৰ্ষৰ বাবে অহা ১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ'ব মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ।
এখন জাননীযোগে এই কথা সদৰি কৰে মানাহ ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষই।
!-->!-->!-->!-->!-->!-->!-->!-->!-->…
কোন তাৰকাই কিমান কৰ পৰিশোধ কৰিলে?
২০২৪ চনত কোন তাৰকাই কিমান কৰ পৰিশোধ কৰিলে ! এই সন্দৰ্ভত ফৰ্চুন ইণ্ডিয়াই তথ্য প্ৰকাশ কৰিলে কেতবোৰ তথ্য। কোটি কোটি জনতাৰ মন জয় কৰা দেশৰ বহুল সমাদৃত তাৰকাসকলেও কোটি টকা উপাৰ্জনৰ ক্ষেত্ৰত আগবাঢ়ি থকাই নহয় বৰঞ্চ দেশৰ ৰাজকোষলৈও আগবঢ়াঙইছে কৰ!-->…
সংগীত উপভোগৰ সময়তেই চাদ খহি আঘাতপ্ৰাপ্ত ১০০ৰো অধিক লোক।
বিহাৰৰ ছপৰাত অঘটন। মঙলবাৰে আৰ্থাৎ ৩ চেপ্তেম্বৰত সন্ধিয়া বিহাৰৰ ছাপৰা চহৰত এখন সংগীত পৰিবেশনৰ সময়তে টিনৰ চাদ ভাঙি পৰাৰ ফলত কেইবাজনো লোক আহত হয়।
মহাবীৰ মেলাত সংগীত পৰিবেশন চাবলৈ হাজাৰ হাজাৰ লোকৰ সমবেত ঘটে আৰু তেনে সময়তে কিছু লোক!-->!-->!-->!-->!-->!-->!-->…
বানৰ পিছত আকৌ অথন্তৰ কৃষকৰ।
বানৰ পিছত এইবাৰ শুৰ পোকৰ তাণ্ডৱ। ৰাজ্যৰ ভিন্ন প্ৰান্তত শ শ হেক্টৰ ধাননি পথাত শুৰ পোকে নিঃশেষ কৰিছে সেউজীয়া ধাননি।
https://fb.watch/un-dzN_qdK
ভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাত বানৰ সংহাৰৰ পাছত এতিয়া কৃষকৰ পথাৰত লাগিছে হাহাকাৰ। শুৰ!-->!-->!-->!-->!-->…
বিদ্যুৎপৃষ্ট হৈ মাতৃসহ ২ সন্তানৰ কৰুণ মৃত্যু। লগতে মৃত্যু আন এটি কিশোৰৰ ।
ৰাজ্স্থানৰ বুণ্ডী জিলাৰ ৰামনগৰ গাঁৱত বিদ্যুৎপৃষ্ট হৈ কৰুণ মৃত্যু মাতৃৰ লগতে ২ পুত্ৰৰ। এই দুৰ্ঘটনাৰ পাছতেই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য। বিপৰীতে অনুপগড়তো বিদ্যুৎস্পৃষ্ট হৈ এটি ৫বছৰীয়া শিশুৰ মৃত্যু হয়।
দৰাচলতে, মহিলাগৰাকীয়ে ঘৰৰ ছাদৰ ওপৰত!-->!-->!-->…
চৰকাৰী কৰ্মচাৰীলৈ ভাল খবৰ। ১০ বছৰৰ পাছত চাকৰি এৰিলে প্ৰত্যেক মাহে পাব ১০ হাজাৰকৈ।
কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিলে নতুন পেঞ্চন আঁচনি। কেবিনেট বৈঠকত লোৱা গৈছে এই ইউনিফাইড পেঞ্চন আঁচনি(UPS)ৰ সিদ্ধান্ত। এই আঁচনিৰ অধীনত যদি কোনো কৰ্মচাৰীয়ে নূন্যতম ২৫ বছৰ কাম কৰিছে তেন্তে অৱসৰৰ পূৰ্বে নিয়োগৰ শেষৰ ১২মাহৰ মূল দৰমহাৰ ৫০ শতাংশ!-->!-->!-->…
ছলমান খানৰ ‘wanted’ ছবিত অভিনয় কৰা কোন এইগৰাকী তাৰকা, আপুনি চিনি পাইছেনে বাৰু? যিয়ে নিজৰ…
ইন্টাগ্ৰামত এখন ফটো দি ২৪ঘন্টা নহওতেই ট্ৰ'লৰ সন্মুখীন হৈ নিজৰ ইন্টাগ্ৰাম একাউন্ট ডিএক্টিভেট কৰিবলগীয়া হ'ল এইগৰাকী অভিনেত্ৰীগৰাকীয়ে। কিছুদিন পূৰ্বে ছলমান খানৰ সৈতে 'ৱান্টেড' ছবিত কাম কৰা আয়েশা টাকিয়াই নিজৰ ইন্টাগ্ৰাম একাউন্ট ডিলিট কৰি পুনৰ!-->…