নতুনকৈ YOUTUBE CHANNEL খুলি কিমান টকা উপাৰ্জন কৰিলে ক্রিষ্টিয়ানো ৰোনাল্ডোৱে?
ফুটবল তাৰকা ক্রিষ্টিয়ানো ৰোনাল্ডোয়ে নিজাকৈ আৰম্ভ কৰিলে এটা ইউটিউব চেনেল। লগে লগে গঢ়িলে অভিলেখ । কিয়নো এদিনতে ৩৮.৫ মিলিয়ন চাবচক্ৰাইবাৰ লাভ কৰাৰ লগতে মাত্ৰ দুদিনতে লাভ কৰিলে Golden Play বুটাম।
জনপ্ৰিয় ৩৯ বছৰীয়া পৰ্তুগীজ ফুটবলাৰ!-->!-->!-->!-->!-->…
‘Stree 2’য়ে ধৰাশয় কৰিলে শ্বাহৰুখৰ ‘পাথান’ৰ অপেনিং ৰেকৰ্ড।
স্বাধীনতা দিৱসৰ বিশেষ উপলক্ষে মুক্তি পোৱা শ্ৰদ্ধা কাপুৰ আৰু ৰাজকুমাৰ ৰাওৰ ‘Stree 2’, অক্ষয় কুমাৰৰ 'Khel Khel Mein' আৰু জন আব্ৰাহামৰ 'Vedaa'ৰ মাজত বক্স অফিচত যুঁজ। বক্স অফিচ সংগ্ৰহ ৩য় দিনত ২০০কোটি টকাৰো অধিক উপাৰ্জনেৰে ‘Stree 2’য়ে অভিলেখ!-->…
ভয়ংকৰ বাছ দুৰ্ঘটনাত প্ৰাণ গ’ল ১০জনৰ, আহত ৩৭জনৰো অধিক।
https://fb.watch/u1tzsS-b-P
UPৰ বুলন্দ চহৰত ভয়ংকৰ পথ দুৰ্ঘটনা। উত্তৰ প্ৰদেশৰ বুলন্দ চহৰৰ চেলেমপুৰ থানা এলেকাত বাছ আৰু পিকআপ ভেনৰ মাজত মুখামুখি সংঘৰ্ষত ১০ জন লোকে প্ৰাণ হেৰুওৱাই । এই ভয়ংকৰ দুৰ্ঘটনাত ৩৭ গৰাকীকৈ যাত্ৰী গুৰুতৰভাৱে আহত হয়।!-->!-->!-->…
স্বাধীনতাৰ পিছত একেটা অলিম্পিকতে দুটা পদক লাভ কৰা প্ৰথমগৰাকী ২২ বছৰীয়া ভাৰতীয় খেলুৱৈ মনু ভাকৰ।
একেখন অলিম্পিকত দুটাকৈ পদক জয়ী ২২ বছৰীয়া ভাৰতীয় খেলুৱৈ মনু ভাকৰৰ।
ইতিহাস ৰচিলে ভাৰতীয় শ্বুটাৰ মনু ভাকৰে, ব্ৰঞ্জৰ পদক জয় কৰি দেশলৈ যশস্যা কঢ়িয়াই আনিছে মনু ভাকৰে।পেৰিছ অলিম্পিকত দ্বিতীয়টো ব্ৰঞ্জৰ পদক অৰ্জনেৰে ইতিহাস ৰচিলে ২২ বছৰীয়া!-->!-->!-->!-->!-->…
কেদাৰনাথত আবদ্ধ অসমৰ তীৰ্থযাত্ৰী
দেওবাৰে কেদাৰনাথত সংঘটিত হোৱা ভয়ংকৰ ভুমিস্খলনত পাহাৰ ভাঙি ৫ ভক্ত নিহতৰ লগতে ১০ জনৰো অধিক তীৰ্থযাত্ৰী আহত হয়। আনহাতে আবদ্ধ হৈ আছে অসমৰ বহু কেইজন লোক ।
উল্লেখ্য যে গুৰু পুৰ্ণিমাৰ দিনা পুৱা তীৰ্থযাত্ৰীসকলে যাত্ৰা আৰম্ভ কৰি গৌৰীকুণ্ডৰ!-->!-->!-->…
বিয়া পতাই অপৰাধ! বিয়া পাতি সমাজৰ পৰা এঘৰীয়া এটি পৰিয়াল
মানুহৰ বাবে সমাজ নে সমাজৰ বাবে মানুহ। একবিংশ শতিকাত বৰ্ণ বৈষম্যৰ বলি এটি পৰিয়াল। যি সময়ত মানুহে চন্দ্ৰত মাটি কিনাৰ কথা চিন্তা চৰ্চা কৰিছে তেনে সময়ত কৈবৰ্ত সম্প্ৰদায়ৰ ছোৱালী বিয়া পতাৰ বাবে সমাজৰ পৰা এঘৰীয়া হবলগীয়া হল মাজুলীৰ এটা!-->…
কেদাৰনাথৰ গৌৰীকুণ্ডত ভয়ংকৰ ভূমিস্খলন, ৩ জনৰ মৃত্যু আহত ৮জনকৈ লোক
উত্তৰাখণ্ডৰ কেদাৰনাথত গৌৰীকুণ্ডত দেওবাৰে সংঘটিত হয় ভয়ংকৰ ভূমিস্খলন। ভূমিস্খনৰ ফলত ৩গৰাকী ভক্তৰ মৃত্যু হয় আৰু ৮গৰাকীকৈ ভক্ত আহত হয়। দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত NDRF, SDRF, DDR দলকে ধৰি স্থানীয় প্ৰশাসন উপস্থিত হয়।!-->!-->!-->…
চাকৰিত সংৰক্ষণক কেন্দ্ৰ কৰি ছাত্ৰ বিদ্ৰোহ। ৰাজপথত প্ৰাণ হেৰুৱালে ৬ জনে
চৰকাৰী চাকৰিত সংৰক্ষণৰ বিৰোধিতাৰে ছাত্ৰসমাজৰ ভয়ংকৰ প্ৰতিবাদ। হাজাৰ হাজাৰ ছাত্ৰৰ প্ৰতিবাদত কঁপিছে বাংলাদেশ। সংৰক্ষণৰ নীতি প্ৰত্যাহাৰ কৰাৰ দাবীৰে ৰাজপথত নামিছে ছাত্ৰসকল। একাংশ উত্তেজিত প্ৰতিবাদকাৰীয়ে বিস্ফোৰকেৰে বাছত অগ্নিসংযোগ কৰাৰ লগতে!-->…
মাজ সাগৰত ডুবিল তেলৰ টেংকাৰ। ১৩ ভাৰতীয়সহ ১৬ জন সন্ধাহীন
মাজ সাগৰত অঘটন। তেল কঢ়িওৱা টেংকাৰ ডুবি সন্ধানহীন ১৩ ভাৰতীয়সহ ১৬ জন লোক। ওমানৰ উপকূলত এই ভয়ংকৰ ঘটনা। তেলৰ টেংকাৰখন য়েমেনৰ বন্দৰ চহৰ এডেনৰ ফালে গৈ থকা সময়তে এই অঘটন। ডুকম বন্দৰৰ ওচৰত ৰাছ মাদ্ৰাকাৰ পৰা দক্ষিণ-পূবত কোমোৰোছ পতাকাযুক্ত তেলৰ!-->…
নলবাৰীৰ কৈঠালকুছিত দহদিনীয়া সংস্কৃত বিদ্যাৰ্থীৰ বাবে আৱাসিক দক্ষতা বিকাশ কৰ্মশালা আৰম্ভ
সংস্কৃত ভাষাৰ উন্নয়ন আৰু প্ৰচাৰ-প্ৰসাৰৰ উদ্দেশ্যে কৈঠালকুছি ব্ৰাহ্মণ সমাজৰ উদ্যোগত আৰু নলবাৰী জিলা লোকভাষা প্ৰচাৰ সমিতিৰ সৌজন্যত আজিৰে পৰা নলবাৰী জিলাৰ কৈঠালকুছি শংকৰদেৱ বিদ্যা নিকেতনত দহদিনীয়া সংস্কৃত বিদ্যাৰ্থীৰ বাবে আৱাসিক!-->…