ISHAN NEWS – Always One Step Ahead of Time…

হাতে হাতে পল লৈ এখন বিলত নামিছে ডেকা, বৃদ্ধ সকলোৱে… ISHAN NEWS

কাৰোবাৰ পলত সোমাইছে বৰালি আকৌ কাৰোবাৰ পলহত সোমাইছে মিৰিকা, ৰৌ-বাহু। চৰাইদেউৰ মাহমৰাত পোন প্ৰথমবাৰৰ বাবে পল মৰা প্ৰতিযোগিতা। একেলগে হাতে হাতে পল লৈ এখন বিলত নামিছে শতাধিক লোক। ডেকা, বৃদ্ধ সকলোৱে পল মাৰিছে। কাৰোবাৰ পলত সোমাইছে বৰালি

ভয়ংকৰ বোমা বিস্ফোৰণ; দুটি শিশুৰ কৰুণ মৃত্যু

পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ এখন থানাত লক্ষ্য কৰি সংঘটিত কৰা বোমা বিস্ফোৰণত দুই শিশুৰ মৃত্যু হয়। আৰক্ষীয়ে এই তথ্য প্ৰদান কৰে। বিষয়াসকলে জনোৱা মতে, এই কাণ্ড শনিবাৰে প্ৰদেশখনৰ বোলান জিলাৰ মাচ অঞ্চলত সংঘটিত হয়। এজন জ্যেষ্ঠ আৰক্ষী

অস্ত্ৰ-শস্ত্ৰ লৈ ভাৰতত প্ৰৱেশ ম্যানমাৰৰ ১৫১ গৰাকী সেনা জোৱান । ISHAN NEWS…

ম্যানমাৰত "আৰাকান" নামৰ এটা সশস্ত্ৰ সংগঠনৰ আক্ৰমণৰ পিছত ১৫১ গৰাকী সেনা জোৱানে প্ৰাণ ৰক্ষাৰ বাবে ভাৰতলৈ পলায়ন কৰিছে। আৰাকানে ম্যানমাৰৰ সামৰিক শিবিৰসমূহ দখল কৰাৰ পিছতে এই সৈন্যসকলে নিজৰ দেশ এৰি মিজোৰামৰ লাংটলাই জিলাত উপস্থিত হয়। ভাৰতলৈ

নামঘৰ অথবা মন্দিৰত নহয়, এইবাৰ ইছলামধৰ্মী লোকৰ ভাগৱত পাঠৰ আয়োজন। ISHAN NEWS…

এইবাৰ ভাগৱত পাঠ নামঘৰ অথবা মন্দিৰত নহয়, এজন মুছলমান ব্যক্তিৰ নেতৃত্বত এখন গাঁও পঞ্চায়তত আয়োজন কৰা হ'ল ভাগৱত পাঠ। https://fb.watch/pgQPhllpa4/ এইবাৰ এজন মুছলমান ব্যক্তিৰ নেতৃত্বত এখন গাওঁপঞ্চায়তত আয়োজন কৰিলে দুদিনীয়া ভাগৱত

কি খাব পোৰা গাহৰি নে, পোৰা মূৰ্গী? আহক ‘দিহিংচাং খাদ্য মেলা-২০২৩’ লৈ…

টিংখাঙত তিনিদিনীয়া কাৰ্যসূচীৰে  আৰম্ভ হৈছে 'দিহিংচাং খাদ্য মেলা-২০২৩' । যাৰ বাবে এতিয়া টিংখাঙৰ   পানীবিল আৰু মাহমৰা আলিকিনাৰ মুগা চুমনি দিহিংচাং বহুমুখী মৎস্য পালন কেন্দ্ৰত নৱবৰ্ষৰ প্ৰাকক্ষণত এক  উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। 

আশা ভংগ ইমৰাণ খানৰ; নিৰ্বাচন আয়োগে নাকচ কৰিলে মনোনয়ন

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা পিটিআইৰ মুৰব্বী ইমৰাণ খানৰ প্ৰাৰ্থিত্ব নাকচ কৰিছে পাকিস্তানৰ নিৰ্বাচন আয়োগে। যোৱা আগষ্টৰ পৰা জেলত আছে ইমৰাণ খান। কেইবাটাও গোচৰৰ অধীনত তেওঁ বিচাৰৰ সন্মুখীন হৈ আছে। ইয়াৰ পিছত নিৰ্বাচন আয়োগে তেওঁক

হাত মোজা কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড; ৬ জন শ্ৰমিকৰ মৃত্যু

মহাৰাষ্ট্ৰৰ ছত্ৰপতি সম্ভাজিনগৰস্থিত এটা কাৰখানাত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত ৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে। এই দুৰ্ঘটনা সন্দৰ্ভত তথ্য দি বিষয়াসকলে কয় যে দেওবাৰে পুৱতি নিশা ছত্ৰপতি সম্ভাজিনগৰৰ এটা গ্ল’ভছ (হাত মোজা) নিৰ্মাণ কাৰখানাত

গহপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; এজন লোকৰ মৃত্যু, গুৰুতৰভাৱে আহত পত্নী

গহপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নৱ নিৰ্মিত চাৰিলেণ্ডযুক্ত পথৰ বিভিন্ন প্ৰান্তত সঘনাই সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা। টকৌবাৰী, চান্দমাৰী, মিছামাৰী, হেলেম, ঘাহিগাঁও, বৰঙাবাৰীকে আদি কৰি বিভিন্ন প্ৰান্তত দিনক দিনে বৃদ্ধি পোৱা পথ দুৰ্ঘটনাৰ ফলত

কেপ টাউন টেষ্টৰ পূৰ্বে বাবে বেয়া খবৰ; অনুশীলনৰ সময়ত আঘাতপ্ৰাপ্ত এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰ

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিবলগীয়া টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবে আহিছে এক বেয়া খবৰ। ভাৰতীয় দলৰ অলৰাউণ্ডাৰ শাৰ্দুল ঠাকুৰ আঘাতপ্ৰাপ্ত হৈছে। বেটিং অনুশীলন কৰি থকাৰ সময়ত শাৰ্দুল ঠাকুৰে কান্ধত আঘাত

২২ জানুৱাৰীত দেশবাসীক নিজৰ নিজৰ ঘৰত বন্তি জ্বলাবলৈ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে আজি উত্তৰ প্ৰদেশৰ অযোধ্যাত উপস্থিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৰোড শ্ব’ কৰাৰ পিছত অযোধ্যা ধাম ৰে’ল ষ্টেচনত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ইয়াত তেওঁ ৬খন বন্দে ভাৰত আৰু ২খন অমৃত ভাৰত