ম্যাদী মাটিত প্ৰশাসনৰ বোলড’জাৰ, বাধাৰ সন্মুখীন উচ্ছেদকাৰী
নিউজ ডেস্ক, ২১ অক্টোবৰঃ এইমছ(AIIM Guwahat)ৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত ভূমিত উচ্ছেদ চলাবলৈ গৈ ভূমিৰ গৰাকীৰ বাধাৰ সন্মুখীন হৈছে প্ৰশাসন । চাংসাৰীবাসীয়ে ক্ষোভ উজাৰিছে উচ্ছেদকাৰী প্ৰশাসনৰ বিৰুদ্ধে । অভিযোগ অনুসৰি সঠিকভাৱে জাননী নিদিয়াকৈ প্ৰশাসনে!-->…