Kolkata Rape and Murder Case : কলকাতাৰ ৪৮ গৰাকীতকৈও অধিক জ্যেষ্ঠ চিকিৎসকৰ পদত্যাগ
নিউজ ডেস্ক, ৮ অক্টোবৰঃ মঙলবাৰে কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ ৪৮ গৰাকীতকৈও অধিক জ্যেষ্ঠ চিকিৎসক আৰু অধ্যাপকে কৰিলে পদত্যাগ ৷ শনিবাৰৰ পৰা চিকিৎসা মহাবিদ্যালয়খনত অব্যাহত থকা কনিষ্ঠ চিকিৎসকৰ অনশনৰ প্ৰতি সমৰ্থন জনাই গ্ৰহণ!-->…