ব্যয় হ’ব ৩৪,৫০০ কোটি টকা, আমেৰিকাৰ সৈতে বিশেষ চুক্তি
নিউজ ডেস্ক, ১৫ অক্টোবৰঃ ভাৰতৰ প্ৰতিৰক্ষা খণ্ডক অধিক শক্তিশালী কৰাৰ স্বাৰ্থত আমেৰিকাৰ কাষ চপা হৈছে । মঙলবাৰে স্বাক্ষৰিত এক চুক্তি অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতে ক্ৰয় কৰিব ৩১ খন প্ৰিডেটৰ ড্ৰোণ ।
৩৪,৫০০ কোটি টকা ব্যয়েৰে এই!-->!-->!-->…