দৈনিক ৪৯টাকৈ চিগাৰেট খাইছে ৰাজধানীবাসীয়ে ! দিল্লীৰ প্ৰদূষণ পাইছেগৈ এই পৰ্যায়
নেশ্যনেল ডেস্ক, ২০ নৱেম্বৰঃ দৈনিক ৪৯খনকৈ চিগাৰেট খাইছে ৰাজধানীবাসীয়ে ! সৰ্বাধিক প্ৰদূষিত চহৰ ঢাকাতকৈ ৫গুনে অধিক বিষাক্ত হৈ পৰিছে দিল্লী। যাৰ ফলত গেছ চেম্বাৰলৈ পৰিণত হৈছে । কোৱা হৈছে যে এই পৰিৱেশ দিল্লীৰ প্ৰতিগৰাকী লোকে দৈনিক ৪৯ টা!-->!-->!-->…