ডিজেলচালিত গাড়ীৰ গৰাকীয়ে সহিব লাগিব অত্যাধিক কৰৰ বোজা। কি প্ৰভাৱ পৰিব আপোনাৰ ওপৰত
কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে মঙলবাৰে প্ৰদূষণ হ্ৰাস কৰাৰ লক্ষ্যৰে ডিজেলচালিত ইঞ্জিনৰ বাহনৰ ওপৰত অতিৰিক্ত ১০ শতাংশ কৰ আৰোপ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। আৰম্ভণিতে, তেওঁ প্ৰদূষণ সম্পৰ্কীয় সমস্যা সমাধানৰ বাবে ডিজেল বাহনৰ ওপৰত ১০শতাংশ!-->…