ISHAN NEWS – Always One Step Ahead of Time…
Browsing Tag

GST

অক্টোবৰ মাহত সংগ্ৰহ ১.৮৭ লাখ কোটি টকা জি এছ টি

নিউজ ডেস্ক, ১ নৱেম্বৰ : ৮.৯ শতাংশ বৃদ্ধি পাই অক্টোবৰ মাহত সামগ্ৰী আৰু সেৱা কৰ সংগ্ৰহ (GST collections) কৰা হ'ল ১.৮৭ লাখ কোটি টকা । এই তথ্য প্ৰকাশ কৰিছে বিত্ত মন্ত্ৰণালয়ে (Finance ministry)। তথ্য অনুসৰি ২০২৩ বৰ্ষৰ অক্টোবৰ মাহত মুঠ জি এছ টি