সুস্থ শৰীৰৰ বাবে জগিং কৰা নে খোজকঢ়া বেছি উপকাৰী ?
সাম্প্ৰতিক সময়ত ব্যস্ত জীৱনটোৰ বাবে ব্যায়াম আৰু খোজ কঢ়াটো অতি প্ৰয়োজনীয় । এটা সুস্থ শৰীৰৰ বাবে আমি প্ৰতিদিনে পুৱা ব্যায়াম আৰু খোজ কাঢ়িব লাগে । কিন্তু ইয়াৰ ভিতৰত কোনটো বেছিকৈ উপকাৰী ? ১০ মিনিটৰ একে ঠাইত ৰৈ জগিং নে ৪৫ মিনিট সময়!-->!-->!-->…