ISHAN NEWS – Always One Step Ahead of Time…
Browsing Tag

Money laundering case

দুবছৰ পিচত জামিন লাভ আপ নেতা সত্যেন্দ্ৰ জৈনৰ

নিউজ ডেস্ক, ১৮ অক্টোবৰঃ দুবছৰৰ পিচত জামিন লাভ কৰিলে আম আদমি পাৰ্টীৰ নেতা সত্যেন্দ্ৰ জৈনে । ধন সৰবৰাহৰ গোচৰত বলবৎকাৰী সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ প্ৰাক্তন মন্ত্ৰীগৰাকীক । তিহাৰ কাৰাগাৰত বন্দী হৈ থকা আপ নেতাগৰাকীৰ জামিন