মহিলা নেত্ৰীৰ বিৰুদ্ধে অশালীন মন্তব্য ! সাংসদৰ বিৰুদ্ধে এজাহাৰ
নিউজ ডেস্ক, ১ নৱেম্বৰঃ পুনৰ এক বিতৰ্কিত শব্দই তোলপাৰ লগাইছে দেশৰ ৰাজনীতি । গোচৰ ৰুজু কৰা হৈছে শিৱসেনা(উদ্ধৱ থাকৰে)ৰ সাংসদৰ বিৰুদ্ধে ।
উল্লেখ্য যে শিৱসেনা পাৰ্টীয়ে শুকুৰবাৰে সাংসদ অৰবিন্দ সাৱন্তৰ বিৰুদ্ধে মহাৰাষ্ট্ৰৰ নাগাপাদা থানাত!-->!-->!-->…