দুবছৰ পিচত জামিন লাভ আপ নেতা সত্যেন্দ্ৰ জৈনৰ
নিউজ ডেস্ক, ১৮ অক্টোবৰঃ দুবছৰৰ পিচত জামিন লাভ কৰিলে আম আদমি পাৰ্টীৰ নেতা সত্যেন্দ্ৰ জৈনে । ধন সৰবৰাহৰ গোচৰত বলবৎকাৰী সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ প্ৰাক্তন মন্ত্ৰীগৰাকীক ।
তিহাৰ কাৰাগাৰত বন্দী হৈ থকা আপ নেতাগৰাকীৰ জামিন!-->!-->!-->…